• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Tuesday, March 2, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home Popular Stories

পুনৰ বিয়া হ’বলৈ অসন্মত এগৰাকী বিধৱাৰ নাক-জিভা কাটি গ্ৰেপ্তাৰ হ’ল তিনি অভিযুক্ত

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , November 19, 2020 9:00 am

2 min read

28_10_2020_12_17_38_7640677
235
VIEWS
Share on FacebookShare on Twitter

বুধবাৰে এগৰাকী বিধৱা নাৰীৰ নাক-জিভা কাটি আৰক্ষীৰ হাতত গ্ৰেপ্তাৰ হৈছে তিনিজনকৈ লোক।

আৰক্ষী সূত্ৰই প্ৰকাশ কৰা খবৰ অনুসৰি ২৮ বছৰীয়া এগৰাকী বিধৱা নাৰী পুনৰ বিয়াৰ বাবে অসন্মত হোৱাত তিনিজন লোকে চোকা অস্ত্ৰেৰে বিধৱা গৰাকীৰ নাক আৰু জিভা কাটি পেলায়।

ঘটনাটো সংঘটিত হৈছে ৰাজস্থানৰ জায়ছালমেৰ জিলাৰ শংকৰাৰ ব্লকৰ জাগীৰ’ন কি ধানী গাঁৱত।

গাঁওখনৰ নিৱাসী বিধৱা গুড্ডীয়ে ৬ বছৰ পূৰ্বে ক’জে খান নামৰ এজন লোকৰ সৈতে বিবাহপাশত আৱদ্ধ হৈছিল। যোৱা বছৰ গুড্ডীৰ স্বামীৰ মৃত্যু হয়।

স্বামীৰ মৃত্যুৰ পিছত গুড্ডীৰ ননদে তেওঁলোকৰ পৰিয়ালৰ এজন লোকৰ সৈতে গুড্ডীক পুনৰ বিয়া হ’বলৈ হেঁচা প্ৰয়োগ কৰি আহিছিল। কিন্তু গুড্ডীয়ে সেই প্ৰস্তাৱ প্ৰত্যাখান কৰি আহিছিল।

এই কথাতে খঙত একো নাই হৈ মংগলবাৰে সন্ধিয়া স্বামী পৰিয়ালৰ কিছু লোকে গুড্ডী ঘৰলৈ আহি চোকা অস্ত্ৰেৰে আক্ৰমণ কৰে। এইদৰে আক্ৰমণ কৰি তেওঁলোকে গুড্ডীৰ নাক আৰু জিভা কাটি পেলায়।

ঘটনা সন্দৰ্ভত গুড্ডীৰ ভাতৃ বাছেৰ খানে শংকৰা আৰক্ষী থানাত এখন এজাহাৰ দাখিল কৰে। ইতিমধ্যে আৰক্ষীয়ে তিনি অভিযুক্তক গ্ৰেপ্তাৰ কৰিছে।

“তেওঁলোকে গুড্ডীৰ নাক আৰু কাণ কাটি পেলোৱাৰ লগতে সোঁ হাতখন ভাঙি দিয়ে।” আক্ৰান্ত গুড্ডীৰ ভাতৃ বাছেৰ খানে এইদৰে এজাহাৰত উল্লেখ কৰা বুলি আৰক্ষীয়ে প্ৰকাশ কৰিছে।

এই আক্ৰমণৰ পৰা গুড্ডীক ৰক্ষা কৰিবলৈ গৈ মাতৃ বিছমিল্লাও আহত হৈছে বুলি প্ৰকাশ কৰিছে আৰক্ষীয়ে।

বুধবাৰে ঘটনা সন্দৰ্ভত আনোৱাৰ খান আৰু নৱাব খান আৰু এজনসহ তিনি অভিযুক্তক যুধপুৰৰ পৰা গ্ৰেপ্তাৰ কৰা বুলি জনাইছে আৰক্ষীয়ে।

ইফালে সমগ্ৰ ঘটনাটোত ৯ গৰাকী লোক জড়িত থকাৰ কথা আক্ৰান্তৰ ভাতৃয়ে এজাহাৰত উল্লেখ কৰিছে বুলি আৰক্ষী বিষয়া জানু খানে সংবাদ মাধ্যমৰ আগত সদৰী কৰিছে।

Recent News

ballot_paper

পোষ্টেল বেলট সন্দৰ্ভত ৰাজ্যিক নিৰ্বাচন আয়ুক্তৰ গুৰুত্বপূৰ্ণ ঘোষণা, কি কি ঘোষণা কৰিলে তেওঁ?

China

নতুন ষড়যন্ত্ৰ! উপগ্ৰহৰ চিত্ৰত ধৰা পৰিল সীমান্তৰ দেপচাঙত চীনে স্থাপন কৰা সামৰিক ঘাটিৰ দৃশ্য

চেঞ্চুৰি মাৰিলে কোহলীয়ে, কিন্তু খেলপথাৰত নহয়! তেন্তে ক’ত, কেনেকৈ?

চেঞ্চুৰি মাৰিলে কোহলীয়ে, কিন্তু খেলপথাৰত নহয়! তেন্তে ক’ত, কেনেকৈ?

‘লাভ জেহাদ’ :  মধ্যপ্ৰদেশ চৰকাৰে উত্থাপন কৰিলে নতুন বিল

‘লাভ জেহাদ’ : মধ্যপ্ৰদেশ চৰকাৰে উত্থাপন কৰিলে নতুন বিল

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd