• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Friday, February 26, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

জম্মু-কাশ্মীৰত হিজবুল মুজাহিদিনৰ তিনিজন দুৰ্ধৰ্ষ সন্ত্ৰাসবাদী নিহত

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , January 30, 2021 10:33 am

1 min read

জম্মু-কাশ্মীৰত হিজবুল মুজাহিদিনৰ তিনিজন দুৰ্ধৰ্ষ সন্ত্ৰাসবাদী নিহত
175
VIEWS
Share on FacebookShare on Twitter

জম্মু-কাশ্মীৰৰ অৱান্তিপুৰাত শুকুৰবাৰে নিৰাপত্তাৰক্ষী বাহিনীৰ সৈতে হোৱা সংঘৰ্ষত তিনগৰাকী হিজবুল মুজাহিদিনৰ সন্ত্ৰাসবাদীৰ মৃত্যু হয়।

কাশ্মীৰৰ আই জি পি বিজয় কুমাৰ শুকুৰবাৰে সংবাদ মাধ্যমক সম্বোধন কৰি এই কথা জানিবলৈ দিয়ে।

‘‘নিহত হোৱা সন্ত্ৰাসবাদী কেইজনৰ মোবাইল ফোনৰ মেটাদাতা বিশ্লেষণ কৰি ইয়াৰ আই পি-পৰিচয় পাকিস্তানৰ বুলি নিশ্চিত কৰা হৈছে,’’ বিজয় কুমাৰে লগতে কয়।

আনহাতে, নিহত সন্ত্ৰাসবাদী তিনি গৰাকীৰ ভিতৰত এগৰাকী পাকিস্তানৰ শীৰ্ষস্থানীয় সন্ত্ৰাসবাদীৰ সৈতে সংযোগত থকাৰ তথ্য লাভ কৰা হৈছে বুলিও কুমাৰে সংবাদ মাধ্যমৰ আগত সদৰী কৰে।

জম্মু-কাশ্মীৰ আৰক্ষী, ভাৰতীয় সেনা বাহিনীৰ ৰাষ্ট্ৰীয় ৰাইফল আৰু চি আৰ পি এফে সন্মিলিতভাৱে আৱান্তিপুৰাত সন্ত্ৰাসবাদীৰ বিৰুদ্ধে অভিযান আৰম্ভ কৰে।

বিশেষ সূত্ৰৰ পৰা উক্ত অঞ্চলটোত সন্ত্ৰাসবাদীয়ে ঘাটি পতাৰ তথ্য লাভ কৰাৰ পাছতে নিৰাপত্তাৰক্ষী বাহিনীৰ দলটো উক্তস্থানত উপস্থিত হয় আৰু অভিযান আৰম্ভ কৰে।

নিৰাপত্তাৰক্ষী বাহিনীৰ দলটোক দেখা মাত্ৰকে উক্ত স্থানত লুকাই থকা সন্ত্ৰাসবাদীয়ে নিৰাপত্তাৰক্ষী বাহিনীলৈ উদ্দেশ্য কৰি গুলিবৰ্ষণ কৰে প্ৰত্যুত্তৰত নিৰাপত্তাৰক্ষী বাহিনীয়ে ওলোটাই গুলি চলোৱাত হিজবুল মুজাহিদিনৰ সন্ত্ৰাসবাদী তিনিজনৰ মৃত্যু হয়।

Recent News

a mori

মৰিগাঁও জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ সভাকক্ষত নিৰ্বাচন সম্পৰ্কীয় জৰুৰী সভা

Screenshot_2021-02-26-16-25-47_1

টীয়কৰ শিক্ষাবিদ ৰবীন দুৱৰালৈ ৰাজহুৱা শ্ৰদ্ধাঞ্জলি

ww-copy-1-750x375

আন্তৰ্জাতিক নাৰী দিৱস উপলক্ষ্যে WICCIৰ উদ্যোগত গুৱাহাটীত মহিলাৰ বাবে ৱাকাথন, কেনেকৈ কৰিব যোগদান?

bhaba

তামুলপুৰত বিপিএফৰ পৰা প্ৰাৰ্থিত্ব বিচাৰি ছয় প্ৰাৰ্থীৰ আবেদন

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd