DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, January 27, 2023
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

নগাঁৱৰ ননৈত পিষ্টল আৰু গুলীসহ তিনিজনক আটক আৰক্ষীৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
September 22, 2018 6:42 am
1a91e070-b5a9-4de0-bbe1-e5ce81defcdf

ননৈত ধৃত দলটোৰ পৰা উদ্ধাৰ হোৱা সামগ্ৰী। ফটো : নৰ্থইষ্ট নাও

652
VIEWS
Share on FacebookShare on Twitter

নগাঁও জিলাৰ ননৈত শুকুৰবাৰে আৰক্ষীয়ে ৫ জাই গুলীসহ এটা ৭.৬৫ পইন্টৰ পিষ্টল জব্দ কৰাৰ লগতে এগৰাকী মহিলাসহ তিনিজনক লোকক আটক কৰে।

আটকাধীন ব্যক্তি কেইজন হৈছে চহিদুল ৰহমান, ছলমান উদ্দিন আৰু ফিৰোজা বেগম। ননৈ আৰক্ষীৰ নিয়মীয়া তালাচীৰ সময়ত গুলীসহ পিষ্টল জব্দ হোৱাৰ লগতে লোক কেইজনক আটক কৰে।

নগাঁৱৰ পৰা ৩৬ নং ৰাষ্ট্ৰীয় ঘাইপথেৰে ডবকালৈ এ এছ ০২ কে ৪৪৫১ নম্বৰৰ এখন নে’ন গাড়ীৰে গৈ থকা অৱস্থাতে আৰক্ষীয়ে মাৰণাস্ত্ৰসহ দলটোক আটক কৰে।

আৰক্ষীয়ে দলটোক আটক কৰাৰ পিছত জেৰা অব্যাহত ৰাখিছে যদিও সৱিশেষ জানিব পৰা হোৱা নাই। অৱশ্যে স্থানীয় ৰাইজে সন্দেহ কৰা অনুসৰি এয়া কোনো ডকাইতিৰ ঘটনাৰ সৈতে জড়িত হোৱাৰ সম্ভাৱনা আছে।

আনহাতে, এগৰাকী মহিলাও আটক হোৱাৰ ঘটনাই বিষয়টোৱে আন সম্ভাৱনাৰ দিশো উন্মোচিত কৰাৰ সম্ভাৱনা আছে। আৰক্ষীৰ তদন্তই শীঘ্ৰেই প্ৰকৃত সত্য উদ্ঘাটন হ’ব বুলি ৰাইজে আশা ব্যক্ত কৰিছে।

Recent News

Sanjay Dutt

প্ৰিয় অভিনেতালৈ মৰমৰ চিন! সঞ্জয় দত্তৰ নামত অনুৰাগী মহিলাই উইল কৰি গ’ল ৭২ কোটি টকাৰ সম্পত্তি

Hath se Hath Jodo campaign

ভাৰত জোড়ো যাত্ৰাই দিছে মনোবল! এইবাৰ দেশজোৰা ‘হাথ ছে হাত জোড়ো’ অভিযান কংগ্ৰেছৰ

Bindaas Mudasir Ahmed Sheikh

শৌৰ্য চক্ৰৰে সন্মানিত শ্বহীদ ‘বিন্দাছ’: কোন এই ‘বিন্দাছ’ মুদাছিৰ আহমেদ শ্বেখ!

India invites Pak foreign minister

উদ্দেশ্য SCO বৈঠক: ১২ বছৰৰ পিছত ভাৰত ভ্ৰমণলৈ আমন্ত্ৰণ পাকিস্তানৰ বৈদেশিক মন্ত্ৰীক

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd