• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Wednesday, April 14, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

তুমুল সংঘৰ্ষত নিহত তিনিজন সন্ত্ৰাসবাদী; সেনাৰ জালত সন্ত্ৰাসবাদী গোটৰ শীৰ্ষ নেতা

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , April 9, 2021 7:28 am

1 min read

Army -operation

প্ৰতিনিধিত্বমূলক ফটো।

2.1k
VIEWS
Share on FacebookShare on Twitter

তুমুল সংঘৰ্ষত তিনিজন সন্ত্ৰাসবাদীক ভাৰতীয় সেনাই গুলীয়াই নিহত কৰাৰ বিপৰীতে এই সংঘৰ্ষত সেনাৰ চাৰিজন জোৱানো আহত হৈছে।

জম্মু কাশ্মীৰৰ ছোপিয়ান জিলাত বৃহস্পতিবাৰে সংঘটিত এই সংঘৰ্ষৰ সময়তে সেনাৰ হাতত আটক হয় অল কায়দা সমৰ্থিত সন্ত্ৰাসবাদী গোটৰ এজন শীৰ্ষ নেতা।

এটা ঘৰত তিনি-চাৰিজন সন্ত্ৰাসবাদীক আৱদ্ধ কৰি ৰখা হয়। সেনাই আটক কৰা সন্ত্ৰাসবাদী সংগঠনৰ শীৰ্ষ নেতাগৰাকীৰ নাম হৈছে আনছাৰ গজওৱাট উল হিন্দ।

পাকিস্তানৰ সন্ত্ৰাসবাদী সংগঠন জইছ ই মহম্মদৰ সৈতে আনছাৰৰ ঘনিষ্ঠ যোগাযোগ আছে বুলি জানিব পৰা গৈছে।

কাশ্মীৰ আৰক্ষীয়ে জানিবলৈ দিয়ে যে তিনিজন অচিনাক্ত সন্ত্ৰাসবাদীক গুলীয়াই নিহত কৰা হৈছে। নিৰাপত্তা বাহিনীয়ে অঞ্চলটোত তালাচী অভিযান অব্যাহত ৰাখিছে।

বৃহস্পতিবাৰে গোটেই দিন সেনা আৰু সন্ত্ৰাসবাদীৰ মাজত চলা সংঘৰ্ষৰ ফলত উপত্যকাটোত উত্তেজনাই বিৰাজ কৰে।

দক্ষিম কাশ্মীৰৰ ছোপিয়ান জিলাত বিশেষ সূত্ৰৰ খৱৰ লাভ কৰি জম্মু-কাশ্মীৰ আৰক্ষী আৰু সেনাৰ এটা যৌথ দলে অভিযান চলায়। গোপন সূত্ৰৰ পৰা সন্ত্ৰাসবাদী কেইজন লুকাই থকাৰ খৱৰ লাভ কৰি অভিযানকাৰী দলটোৱে গোটেই অঞ্চলটো ঘেৰি ধৰে আৰু তালাচী আৰম্ভ কৰে।

ইয়াৰ মাজতে হঠাতে এজন সন্ত্ৰাসবাদীয়ে গুলী চলাবলৈ আৰম্ভ কৰে আৰু অভিযানকাৰী দলটোৱে তাৰ প্ৰত্যুত্তৰ দিয়ে।

Recent News

সাংবাদিকসকলক ভেকচিন প্ৰদান কৰাটো মুখ্য বিষয় হিচাপে ল’ব লাগে, ক’লে কেজৰিৱালে

সাংবাদিকসকলক ভেকচিন প্ৰদান কৰাটো মুখ্য বিষয় হিচাপে ল’ব লাগে, ক’লে কেজৰিৱালে

ক’ভিডত আক্ৰান্ত মহিলাক যৌনাকাংক্ষা পূৰণৰ প্ৰস্তাৱ দি আটক এজন চিকিৎসা বিষয়া, ক’ত?

ক’ভিডত আক্ৰান্ত মহিলাক যৌনাকাংক্ষা পূৰণৰ প্ৰস্তাৱ দি আটক এজন চিকিৎসা বিষয়া, ক’ত?

Mantri

হৰিষৰ মাজতে বিষাদ: বিশ্বনাথত গৰু ধুৱাবলৈ গৈ ভাতৃ-ভগ্নীসহ ৫ জনৰ মৃত্যু , ডিব্ৰুগড়তো ২ যুৱকৰ সলিল সমাধি

জব্দ হ’ল ‘এভাৰ গিভেন’, ৯০০ মিলিয়ন ডলাৰৰ বিনিময়তহে মুকলি কৰি দিব চুৱেজ খাল কৰ্তৃপক্ষই

জব্দ হ’ল ‘এভাৰ গিভেন’, ৯০০ মিলিয়ন ডলাৰৰ বিনিময়তহে মুকলি কৰি দিব চুৱেজ খাল কৰ্তৃপক্ষই

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd