• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, July 5, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

নাগৰিকত্ব বিধেয়কৰ জৰিয়তে বিজেপিয়ে অসম চুক্তিক ডাষ্টবিনত নিক্ষেপ কৰাৰ প্ৰস্তুতি চলাইছে : অজিত ভূঞা

মানস প্ৰতিম গগৈ by মানস প্ৰতিম গগৈ
February 3, 2019 11:02 pm
Margherita
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

‘নাগৰিকত্ব সংশোধনী বিধেয়ক গৃহীত কৰি কেন্দ্ৰৰ বিজেপি চৰকাৰে অসম চুক্তিক ডাষ্টবিনত নিক্ষেপ কৰাৰ প্ৰস্তুতি চলাইছে।’ এই মন্তব্য বিশিষ্ট সাংবাদিক, প্ৰাগ নিউজৰ মুখ্য সম্পাদক অজিত কুমাৰ ভূঞাৰ। আজি তিনিচুকীয়া জিলা সাংবাদিক সন্থাৰ বিংশতিতম দ্বি-বাৰ্ষিক মাৰ্ঘেৰিটা অধিৱেশনৰ মুকলি সভাত অংশগ্ৰহণ কৰি তেওঁ এই মন্তব্য কৰে।

সভাত তেওঁ বিজেপি চৰকাৰে বিধেয়কখনৰ জৰিয়তে অসম আৰু অসমীয়াক চূড়ান্তভাৱে বিশ্বাসঘাটকতা কৰিছে বুলি মন্তব্য কৰি কয় যে পুঁজিবাদৰ চৰিত্ৰ লোৱা বৰ্তমানৰ বিজেপি চৰকাৰে সাম্প্ৰদায়িক ৰাজনীতিত লিপ্ত হৈ শংকৰ-আজানৰ দেশত সাম্প্ৰদায়িক সংঘৰ্ষ লগাব খুজিছে।

Apply Now

অসমত সাংবাদিকতা বহু সীমাবদ্ধতা আৰু প্ৰত্যাহ্বানৰ মাজেৰে ব্ৰতী আছে বুলি মন্তব্য কৰি তেওঁ লগতে কয় যে সাংবাদিকতা নিৰপেক্ষ নহয়, ই ৰাইজৰ পক্ষত। সাংবাদিকতাই এই চৰিত্ৰ বৰ্তাই ৰাখিব পৰিলেহে প্ৰকৃততে দেশ আৰু জাতি উপকৃত হ’ব বুলি তেওঁ কয়।

মুখ্য অতিথি হিচাপে উপস্থিত থকা অজিত ভূঞাক আছু, অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ, আছাকে ধৰি বিভিন্ন দল-সংগঠনে সম্বৰ্ধনা জ্ঞাপন কৰে।

আজিৰ সভাত মাৰ্ঘেৰিটা সাংবাদিক সংস্থাৰ মুখপত্ৰ ‘সীমান্ত’ আৰু জিলা সাংবাদিক সন্থাৰ আলোচনী ‘জনধ্বনি’ উন্মোচন কৰা হয়। ইয়াৰ উপৰি জিলা সাংবাদিক সন্থাই পোন প্ৰথম বাৰৰ বাবে আগবঢ়োৱা বিশিষ্ট সাংবাদিক প্ৰয়াত ভদ্ৰকৃষ্ণ গোস্বামী সোঁৱৰণী সাংবাদিকতা বঁটা ‘অসমীয়া প্ৰতিদিন’ কাকতৰ সোণাৰিৰ সাংবাদিক সূৰ্য বৰাক প্ৰদান কৰা হয়। এই বঁটাত আছে সম্বৰ্ধনা পত্ৰ, এটি স্মাৰক, চেলেং চাদৰ, ফুলাম গামোচাৰ আৰু নগদ দহ হাজাৰ টকা।

তদুপৰি অনুষ্ঠানটোত জিলাখনৰ ১৪ গৰাকী সামাজিক, সাংস্কৃতিক, সাহিত্য, ক্ৰীড়া, কৃষিকে ধৰি বিভিন্ন ক্ষেত্ৰত সেৱা আগবঢ়াই অহা ব্যক্তিক সম্বৰ্ধনা জনোৱা হয়। ইয়াৰ পূৰ্বে পোৱা এক বাৰেৰহণীয়া সাংস্কৃতিক শোভাযাত্ৰা বাহিৰ কৰা হয়। এই শোভাযাত্ৰাত চিংফৌ, টাই ফাকে, টাই খামিয়াং, উৰিয়া, মৰাণ, সোণোৱাল কছাৰী, ঝুমুইৰ নৃত্য, গায়ন-বায়ন, বিহুকে ধৰি মুঠ ৩২টা সাংস্কৃতিক দলে অংশগ্ৰহণ কৰে।

ইফালে কালি মাৰ্ঘেৰিটা উন্নয়ণ খণ্ডৰ সভাকক্ষত জিলা সাংবাদিক সন্থাৰ বহু প্ৰত্যাশিত প্ৰতিনিধি সভাখন অনুষ্ঠিত হয়। নিশা প্ৰায় দহ বজালৈকে চলা উক্ত সভাই ড০ ঋষি দাসক সভাপতি, ৰাণাজ্যোতি নেওগক সাধাৰণ সম্পাদক, পৰাগ ভূঞাক উপ-সভাপতি আৰু দীনেশ গোয়েলক কোষাধ্যক্ষ হিচাপে লৈ ১৯ জনীয়া জিলা সাংবাদিক সন্থাৰ নতুন সমিতি গঠন কৰে।

মানস প্ৰতিম গগৈ

মানস প্ৰতিম গগৈ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

চিনেমা আৰু অ’টিটিৰ কন্টেন্ট চুৰিৰ অভিযোগত টেলিগ্ৰামলৈ কেন্দ্ৰৰ জাননী, ১৫ দিনৰ ভিতৰত বিচাৰিলে উত্তৰ

চিনেমা আৰু অ’টিটিৰ কন্টেন্ট চুৰিৰ অভিযোগত টেলিগ্ৰামলৈ কেন্দ্ৰৰ জাননী, ১৫ দিনৰ ভিতৰত বিচাৰিলে উত্তৰ

July 4, 2026 9:04 pm
স্পেইনৰ তাৰকাৰ প্ৰশংসাত ভিয়া, সৰুতে হকী খেলি গ’লৰ গোন্ধ চিনিবলৈ শিকিছিল মিকেল অয়াৰজাবালে

স্পেইনৰ তাৰকাৰ প্ৰশংসাত ভিয়া, সৰুতে হকী খেলি গ’লৰ গোন্ধ চিনিবলৈ শিকিছিল মিকেল অয়াৰজাবালে

July 4, 2026 8:46 pm
ভাৰত এতিয়া বিশ্বৰ দ্বিতীয় বৃহত্তম ম’বাইল নিৰ্মাণ আৰু ৰপ্তানি কৰা দেশ: প্ৰধানমন্ত্ৰী মোদী

ভাৰত এতিয়া বিশ্বৰ দ্বিতীয় বৃহত্তম ম’বাইল নিৰ্মাণ আৰু ৰপ্তানি কৰা দেশ: প্ৰধানমন্ত্ৰী মোদী

July 4, 2026 7:38 pm
ফ্লিপকাৰ্টৰ গ’ট চেলত ৫৯ হাজাৰ টকাতকৈও কম মূল্যত আইফোন ১৬

ফ্লিপকাৰ্টৰ গ’ট চেলত ৫৯ হাজাৰ টকাতকৈও কম মূল্যত আইফোন ১৬

July 4, 2026 7:10 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

চিনেমা আৰু অ’টিটিৰ কন্টেন্ট চুৰিৰ অভিযোগত টেলিগ্ৰামলৈ কেন্দ্ৰৰ জাননী, ১৫ দিনৰ ভিতৰত বিচাৰিলে উত্তৰ

চিনেমা আৰু অ’টিটিৰ কন্টেন্ট চুৰিৰ অভিযোগত টেলিগ্ৰামলৈ কেন্দ্ৰৰ জাননী, ১৫ দিনৰ ভিতৰত বিচাৰিলে উত্তৰ

July 4, 2026 9:04 pm
স্পেইনৰ তাৰকাৰ প্ৰশংসাত ভিয়া, সৰুতে হকী খেলি গ’লৰ গোন্ধ চিনিবলৈ শিকিছিল মিকেল অয়াৰজাবালে

স্পেইনৰ তাৰকাৰ প্ৰশংসাত ভিয়া, সৰুতে হকী খেলি গ’লৰ গোন্ধ চিনিবলৈ শিকিছিল মিকেল অয়াৰজাবালে

July 4, 2026 8:46 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd