• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, September 25, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

উঃ কাছাৰ পাঃ স্বাঃ পৰিষদৰ নিৰ্বাচন : লাংটিঙত বিজেপিৰ টিকট বঞ্চিত নেতাৰ অগপলৈ সমৰ্থন

পংকজ কুমাৰ দেব by পংকজ কুমাৰ দেব
January 5, 2019 3:54 pm
AGP in NC hills

নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত লংটিঙত অগপৰ নেতা-কৰ্মীৰ সমদল।

2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অহা ১৯ তাৰিখে অনুষ্ঠিত হ’ব লগীয়া উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত পাৰ্বত্য জিলাখনত বাঢ়িছে ৰাজনৈতিক দলবোৰৰ তৎপৰতা। ইয়াৰ মাজতে প্ৰাৰ্থিত্বকেন্দ্ৰিক সংঘাত তথা অসন্তুষ্টিয়ে পাৰ্বত্য জিলাখনত দিল্লী, দিচপুৰত গাদীত থকা দলটোৰ বাবে সংকট নমাই আনিছে। মন কৰিব লগীয়া যে ৰাজ্যত মিত্ৰজোঁটৰ অন্যতম অগপ পাৰ্বত্য জিলাখনত বিজেপিৰ বিৰোধী শিবিৰত আছে।

ফলত প্ৰাৰ্থিত্বকেন্দ্ৰিক সংঘাতত বিতুষ্ট হোৱা বিজেপিৰ ভালে সংখ্যক নেতা-কৰ্মীয়ে দল ত্যাগ কৰি অগপৰ কাষত থিয় হোৱা দেখা গৈছে। তাৰোপৰি নিৰ্দলীয় প্ৰাৰ্থীৰ উত্থান বৃদ্ধি পোৱাৰ ফলত বিজেপি বেয়াকৈ ক্ষতিগ্ৰস্ত হোৱাৰ সম্ভাৱনা আছে।

Apply Now

বিজেপি টিকটৰ পৰা বঞ্চিত হৈ ইতিমধ্যে বহুকেইজন নেতা-কৰ্মীয়ে অগপ দলত যোগদান কৰিছে। ইপিনে দলটোলৈ সমৰ্থন আগ বঢ়াইছে লাংটিঙত টিকট বঞ্চিত বিজেপি নেতা হেমন লাংঠাছা। হেমনে লাংটিং আসনৰ পৰা প্ৰাৰ্থিত্ব নাপাই আজি প্ৰাক্তন চি ই এম তথা অগপ কেন্দ্ৰীয় কমিটীৰ নেতা দেবজিত থাউচেনৰ উপস্থিতিত অগপ দলৰ সভাত উপস্থিত থাকে। এই ঘটনাই লাংটিঙত অগপৰ আশা বৃদ্ধি কৰিলে। উল্লেখ্য যে দেবজিত থাউচেন ১৪ নম্বৰ লাংটিং আসনৰ পৰা অগপ দলৰ মনোনয়নত প্ৰতিদ্বন্দ্বিতা কৰিব।

আজি অগপ দলক আনুষ্ঠানিকভাৱে সমৰ্থন কৰি হেমন লাংঠাছাই বিজেপি ডিমা হাচাও নেতৃত্বক তীব্ৰ ভাষাৰে সমালোচনা কৰে। তেওঁ কয় “বিজেপি দলৰ আদৰ্শ ভাল। নৰেন্দ্ৰ মোদীৰ নিচিনা নেতা দেশৰ প্ৰধান মন্ত্ৰী যি আমাৰ কাৰণে গৰ্ব। কিন্তু স্বাৰ্থান্বেষী নেতৃত্বৰ কাৰণে জিলাৰ বিভিন্ন আসনত উপযুক্ত দলীয় নেতা প্ৰাৰ্থীৰ পৰা বঞ্চিত হৈছে।” হেমনে অভিযোগ আনে যে শিক্ষাগত যোগ্যতা নথকা অধিকাংশ  ব্যক্তিক প্ৰাৰ্থিত্ব দিছে বিজেপিয়ে।

তেওঁ এখন নিৰ্বাচনী সভাত বক্তব্য প্ৰসংগত কয়, “লাংটিং মণ্ডল বিজেপিৰ অধিকাংশ নেতা-কৰ্মী বিজেপি এৰি অগপত আজি যোগদান কৰিছে। সেই কাৰণে অহা ১৯ তাৰিখৰ নিৰ্বাচনত লাংটিং সমষ্টিত বিজেপিৰ পৰাজয় অৱশ্যম্ভাবী।”

তেওঁ লগতে কয় “দেৱজিত থাউচেন জয় লাভ কৰি তৃতীয়বাৰৰ কাৰণে পৰিষদৰ চি ই এম হ’ব আৰু লাংটিঙৰ উপৰি পাৰ্বত্য জিলাৰ উন্নয়নত অধিক গুৰুত্ব দিব।”

৫৫৫৭ ভোটাৰ ৰাইজৰ ভিতৰত দেবজিত থাউচেনক ৩০০০ ভোটাৰে ভোট দিব বুলি হেমনে দাবী কৰে।

আনহাতে অগপ প্ৰাৰ্থী দেবজিত থাউচেনেও ৰাইজৰ স্বতঃস্ফূৰ্ত সমৰ্থন দেখি আৱেগিক হৈ পৰে। তেওঁ কয়, “লাংটিঙৰ সামগ্ৰিক উন্নয়নৰ কাৰণে মই প্ৰতিশ্ৰুতিবদ্ধ। অৱশ্যে হেমন লাংঠাছা ২০০৭ চনৰ পৰা মোৰ প্ৰতিদ্বন্দী আছিল। কিন্তু এতিয়া দুয়ো এটা দলৰ হৈ কাম কৰিম।  এনে ক্ষেত্ৰত লাংটিঙৰ উন্নয়ন কোনেও ৰখিব নোৱাৰিব। আজিৰ সভা তথা সমদলত কেইবা শতাধিক অগপ নেতা-কৰ্মীয়ে অংশ গ্ৰহণ কৰে।

পংকজ কুমাৰ দেব

পংকজ কুমাৰ দেব

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

বিশ্ব দৰবাৰত উত্তৰ-পূবৰ চলচ্চিত্ৰৰ জয়যাত্ৰা: অস্কাৰৰ দৌৰত নাগালেণ্ডৰ পৰিচালক থেজা ৰিঅ’ৰ ‘আং’

বিশ্ব দৰবাৰত উত্তৰ-পূবৰ চলচ্চিত্ৰৰ জয়যাত্ৰা: অস্কাৰৰ দৌৰত নাগালেণ্ডৰ পৰিচালক থেজা ৰিঅ’ৰ ‘আং’

September 25, 2026 12:55 pm
২৪৯০ কোটি টকা হেৰুৱাইও ভাৰতৰ শীৰ্ষ ধনী অভিনেতা শ্বাহৰুখ খান; দ্বিতীয় স্থানত কোন?

২৪৯০ কোটি টকা হেৰুৱাইও ভাৰতৰ শীৰ্ষ ধনী অভিনেতা শ্বাহৰুখ খান; দ্বিতীয় স্থানত কোন?

September 25, 2026 12:46 pm
এছিয়ান গেমছত ভাৰতৰ দ্বিতীয়টো সোণ! ১০ মিটাৰ এয়াৰ পিষ্টলত ইতিহাস ৰচিলে সুৰুচি আৰু কমলজিতে

এছিয়ান গেমছত ভাৰতৰ দ্বিতীয়টো সোণ! ১০ মিটাৰ এয়াৰ পিষ্টলত ইতিহাস ৰচিলে সুৰুচি আৰু কমলজিতে

September 25, 2026 11:42 am
তেওঁৰ হাততে ভোটাৰ ছফটৱেৰৰ ‘চাবি’? নিৰ্বাচন আয়োগৰ ভিতৰতে খলকনি তোলা কোন এই সীমা খান্না?

তেওঁৰ হাততে ভোটাৰ ছফটৱেৰৰ ‘চাবি’? নিৰ্বাচন আয়োগৰ ভিতৰতে খলকনি তোলা কোন এই সীমা খান্না?

September 25, 2026 11:00 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

বিশ্ব দৰবাৰত উত্তৰ-পূবৰ চলচ্চিত্ৰৰ জয়যাত্ৰা: অস্কাৰৰ দৌৰত নাগালেণ্ডৰ পৰিচালক থেজা ৰিঅ’ৰ ‘আং’

বিশ্ব দৰবাৰত উত্তৰ-পূবৰ চলচ্চিত্ৰৰ জয়যাত্ৰা: অস্কাৰৰ দৌৰত নাগালেণ্ডৰ পৰিচালক থেজা ৰিঅ’ৰ ‘আং’

September 25, 2026 12:55 pm
২৪৯০ কোটি টকা হেৰুৱাইও ভাৰতৰ শীৰ্ষ ধনী অভিনেতা শ্বাহৰুখ খান; দ্বিতীয় স্থানত কোন?

২৪৯০ কোটি টকা হেৰুৱাইও ভাৰতৰ শীৰ্ষ ধনী অভিনেতা শ্বাহৰুখ খান; দ্বিতীয় স্থানত কোন?

September 25, 2026 12:46 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd