DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, May 20, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

মাৰ্ঘেৰিটাৰ নামদাঙত শ্ৰমিকৰ দাৰ ঘাপত নাহৰফুটুকী বাঘৰ মৃত্যু

মানস প্ৰতীম গগৈ by মানস প্ৰতীম গগৈ
October 9, 2020 9:32 pm
মাৰ্ঘেৰিটাৰ নামদাঙত শ্ৰমিকৰ দাৰ ঘাপত নাহৰফুটুকী বাঘৰ মৃত্যু
306
VIEWS
Share on FacebookShare on Twitter

আজি সন্ধিয়া মাৰ্ঘেৰিটা থানাৰ অন্তৰ্গত নামদাং অঞ্চলত শ্ৰমিকৰ দাৰ ঘাপত প্ৰাণ হেৰুৱাই এটা নাহৰফুটুকী বাঘে।

বাঘ আৰু শ্ৰমিকৰ মাজত হোৱা এই সংঘৰ্ষত এজন শ্ৰমিক গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হোৱা বুলিও জানিব পৰা গৈছে।

ঘটনাৰ বিৱৰণী অনুসৰি, নামদাং অঞ্চলৰ শুকলাল নামৰ এজন শ্ৰমিকে মৰাণ নামৰ এখন ব্যক্তিগত চাহ বাগিছাত কাম কৰি থাকোঁতে বাগিছাখনত আশ্ৰয় লৈ থকা এটা নাহৰফুটুকী বাঘে আচম্বিতে আক্ৰমণ কৰে। ফলত নিজৰ জীৱন বচাবলৈ শ্ৰমিক জনে হাতত থকা দা খনেৰে বাঘটোক উদ্দেশ্যি উপৰ্য্যুপৰি আঘাত কৰাত বাঘটো বাগিছাখনৰ মাজলৈ পলাই যায়।

ইতিমধ্যে, ঘটনাটো অঞ্চলটোৰ সৰ্বত্ৰতে প্ৰচাৰ হৈ পৰাত শতাধিক লোক ঘটনাস্থলীত আহি উপস্থিত হৈ বন বিভাগক অৱগত কৰে।

অৱশ্যে, দীৰ্ঘ সময় অতিবাহিত হোৱাৰ পাছতো বন বিভাগৰ কোনো লোক ঘটনাস্থলীত উপস্থিত নোহোৱাত ৰাইজে বাগিছাখনিত বাঘটোৰ সন্ধান চলোৱাত বাগিছাখনৰ মাজত মৃত অৱস্থাত নাহৰফুটকী বাঘটো উদ্ধাৰ কৰে।

বিগত কিছু দিনৰ পৰা বাঘটোৱে অঞ্চলটোত পশুধন মাৰি এক আতংকময় পৰিবেশৰ সৃষ্টি কৰি আহিছিল বুলি স্থানীয় লোকে ব্যক্ত কৰিছে যদিও খাদ্য সন্ধানত এই দৰে ওলাই আহি এটা নাহৰফুটুকীৰ নিহত হোৱাত প্ৰকৃতিপ্ৰেমী সকলে দুখ প্ৰকাশ কৰিছে।

Recent News

চাপৰৰ ধীৰ বিলত ভয়ংকৰ নাওঁ দুৰ্ঘটনা, শিশুসহ মহিলাৰ মৃত্যু

চাপৰৰ ধীৰ বিলত ভয়ংকৰ নাওঁ দুৰ্ঘটনা, শিশুসহ মহিলাৰ মৃত্যু

শ্বীনা বৰা হত্যাকাণ্ড: সাত বছৰৰ মূৰত মুকলি আকাশৰ তললৈ ইন্দ্ৰাণী মুখাৰ্জী

শ্বীনা বৰা হত্যাকাণ্ড: সাত বছৰৰ মূৰত মুকলি আকাশৰ তললৈ ইন্দ্ৰাণী মুখাৰ্জী

NRC ৰ প্ৰাক্তন ৰাজ্যিক সমন্বয়ক প্ৰতীক হাজেলাৰ বিৰুদ্ধে গোচৰ

NRC ৰ প্ৰাক্তন ৰাজ্যিক সমন্বয়ক প্ৰতীক হাজেলাৰ বিৰুদ্ধে গোচৰ

ISI mark helmet

সাৱধান! পৰিধান কৰক আইএছআই মাৰ্কযুক্ত হেলমেট: নহ’লে সাজু হওক জৰিমনাৰ বাবে

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd