• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, July 6, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

বিহালীত বনৰজাৰ আতংক, বাঘৰ আক্ৰমণত নিহত বহুটো পশুধন

কাজী জেইদুল ইছলাম, বিশ্বনাথ by কাজী জেইদুল ইছলাম, বিশ্বনাথ
January 22, 2022 4:35 pm
Tiger terror in Bihali
139
VIEWS
Share on FacebookShare on Twitter

বিহালীত এইবাৰ বনৰজাৰ সন্ত্ৰাস। নিদ্ৰাহৰণ কৰিছে বিহালীবাসীৰ। এইবাৰ বনত নহয় জনাঞ্চলত প্ৰৱেশ ঘটিছে বনৰ ৰজাৰ।

বনৰজাৰ আগমণে এতিয়া বিহালী প্ৰান্তৰ কেইবাটাও অঞ্চলত নিশা ত্ৰাসৰ সৃষ্টি কৰিছে। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ পৰা ওলাই অহা প্ৰকাণ্ড ঢেকিয়াপতিয়া বাঘৰ খাদ্য তালিকাত এতিয়া বৃহত্তৰ বিহালীৰ পশুধন। নিতৌ বাঘৰ আক্ৰমণত পশুধনৰ মৃত্যুয়ে এতিয়া নিদ্ৰা হৰিছে অঞ্চলবাসীক।

এটাৰ পিছত আনটো পশুধনৰ মৃত্যুয়ে এতিয়া চিন্তিত কৰি তুলিছে পশুপালক সকলক। হাতত লাঠি যোং লৈ বন বিভাগৰ সৈতে ওলাই আহিছে স্থানীয় ৰাইজ।

প্ৰত্যক্ষ দৰ্শী সকলৰ মতে আজি কিছু দিনৰ অঞ্চলটোত দিন ৰাতি একাকাৰ কৰি সন্ত্ৰাসৰ সৃষ্টি কৰি আহিছে বাঘটোৱে। এই সন্দৰ্ভত ৰাইজক সতৰ্ক আৰু সচেতন থাকিবলৈ সজাগতা সভা অনুষ্ঠিত হৈ আহিছে যদিও কোনো সমাধান পোৱা নাই বিহালী বাসীয়ে। বৰঞ্চ নিতৌ বনৰজাৰ আক্ৰমণত হেৰুৱাব লগীয়া হৈছে পশুধন।

বাঘটোক পিঞ্জৰাবদ্ধ কৰি সকাহ দিবলৈ দাবী জনাইছে স্থানীয় ৰাইজে। বন বিভাগে নিশা অঞ্চলটোত তহল দিলেও নিশা যে পুনৰ কোনো পশুধন বাঘৰ আক্ৰমণৰ বলি নহ’ব সেইয়া নুই কৰিব নোৱাৰি।

সেয়ে বিভাগে অতি সোনকালে বাঘটো ট্ৰেংকুলাইজ কৰি বন্দী কৰিব লাগে বুলি দাবী জনাইছে স্থানীয় ৰাইজে।

বন বিভাগে এই ক্ষেত্ৰত পশুধনৰ লগতে ৰাইজৰ সুৰক্ষাৰ খাতিৰত পৰৱৰ্তী সময়ত কেনেধৰণৰ ব্যৱস্থা গ্ৰহণ কৰে সেইয়া লক্ষ্যণীয় হ’ব।

Recent News

পঞ্জাৱ নেছনেল বেংকৰ কেলেংকাৰীত জড়িত নেহাল মোদীক আমেৰিকাত গ্ৰেপ্তাৰ

পঞ্জাৱ নেছনেল বেংকৰ কেলেংকাৰীত জড়িত নেহাল মোদীক আমেৰিকাত গ্ৰেপ্তাৰ

ইংলেণ্ডত নতুন অভিলেখ গঢ়িলে ১৪ বছৰীয়া বৈভৱ সূৰ্যবংশীয়ে

ইংলেণ্ডত নতুন অভিলেখ গঢ়িলে ১৪ বছৰীয়া বৈভৱ সূৰ্যবংশীয়ে

চাৰিটা ইনিংছত তৃতীয়টো দৰ্শনীয় শতকৰে ইংলেণ্ডৰ বিৰুদ্ধে দমনীয় প্ৰদৰ্শন শুভমন গীলৰ

চাৰিটা ইনিংছত তৃতীয়টো দৰ্শনীয় শতকৰে ইংলেণ্ডৰ বিৰুদ্ধে দমনীয় প্ৰদৰ্শন শুভমন গীলৰ

এখন দেৱালত চাৰি লিটাৰ ৰং ব্যৱহাৰৰ বাবে প্ৰয়োজন ২৩৩ জন ৰাজমিস্ত্ৰীৰ! বিদ্যালয়ৰ বিল দেখি চকু উঠিল কপালত

এখন দেৱালত চাৰি লিটাৰ ৰং ব্যৱহাৰৰ বাবে প্ৰয়োজন ২৩৩ জন ৰাজমিস্ত্ৰীৰ! বিদ্যালয়ৰ বিল দেখি চকু উঠিল কপালত

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd