• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, October 16, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home দেশ

টাইম বোমাৰে ভাৰতত ভয়ংকৰ আক্ৰমণৰ পৰিকল্পনা! গুজৰাটত গ্ৰেপ্তাৰ ৫ জইছ সন্ত্ৰাসবাদী

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
August 17, 2026 8:58 pm
32
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

সমগ্ৰ দেশজুৰি টাইম বোমাৰে ভয়ংকৰ আক্ৰমণ চলোৱাৰ পৰিকল্পনা কৰিছিল সন্ত্ৰাসবাদীয়ে। কিন্তু এই ষড়যন্ত্ৰ বাস্তৱায়িত হোৱাৰ পূৰ্বেই তদন্তকাৰীৰ জালত পৰিল ৫ জন সন্দেহযুক্ত সন্ত্ৰাসবাদী। এক গোপন অভিযান চলাই গুজৰাটৰ সন্ত্ৰাসবাদ বিৰোধী শাখা অৰ্থাৎ এটিএছে জইছ-ই-মহম্মদ সন্ত্ৰাসবাদী গোটৰ সদস্য বুলি অভিযুক্ত এই ৫ জন লোকক গ্ৰেপ্তাৰ কৰিছে। এই ঘটনা পোহৰলৈ অহাৰ লগে লগে সমগ্ৰ দেশতে তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে।

এটিএছৰ সূত্ৰৰ পৰা জানিব পৰা মতে, ভাৰতৰ একাধিক স্থানত সন্ত্ৰাসবাদী আক্ৰমণ চলাবলৈ এই সন্দেহযুক্ত জইছ সদস্যকেইজনে বিস্ফোৰক সংগ্ৰহ কৰিছিল। গ্ৰেপ্তাৰ হোৱা এই ৫ জন লোক টাইম বোমাৰ লগতে আন বিভিন্ন ধৰণৰ বিস্ফোৰক বনোৱাতো পাকৈত। তদন্তকাৰীসকলে লগতে দাবী কৰিছে যে এই দলটোৱে পাকিস্তানৰ নিৰ্দেশ মৰ্মে কাম কৰি আছিল। কেৱল সেয়াই নহয়, সন্ত্ৰাসবাদী আক্ৰমণ চলাবলৈ সীমান্তৰ সিপাৰৰ পৰা পুৰণি গাড়ী কিনিবলৈও ইহঁতক নিৰ্দেশ দিয়া হৈছিল।

Apply Now

তদন্তকাৰীসকলৰ ফালৰ পৰা জানিব পৰা গৈছে যে প্ৰায় এসপ্তাহৰ পূৰ্বে গুজৰাট আৰু মধ্যপ্ৰদেশত জইছৰ এটা শ্লীপাৰ চেলৰ সন্ধান পোৱা গৈছিল। ইয়াৰ পিছতে তদন্ত আৰম্ভ কৰি দুয়োখন ৰাজ্যৰ পৰা ৮ জন সদস্যক গ্ৰেপ্তাৰ কৰে এটিএছে। তদন্তত পোহৰলৈ আহে যে মাদ্ৰাছাৰ আঁৰ লৈ এই গোটৰ সদস্যসকলে ছাত্ৰ-ছাত্ৰীসকলৰ মগজু ধোলাই কৰিছিল। আনকি সন্ত্ৰাসবাদী দলত নতুনকৈ নিযুক্তি আৰু আক্ৰমণৰ প্ৰশিক্ষণো দিয়া হৈছিল। এই গ্ৰেপ্তাৰৰ ঘটনাৰ পিছতে অভিযুক্তসকলক জেৰা কৰি আৰু ৫ জন জইছ সদস্যৰ সন্ধান পোৱা যায়। তাৰ পিছতে গুজৰাটৰ একাধিক জিলাত অভিযান চলাই বৃহস্পতিবাৰে এই ৫ জন লোকক গ্ৰেপ্তাৰ কৰা হয়।

তদন্তত আৰু জানিব পৰা গৈছে যে দাৰুল ইছলাম নামৰ এটা সংগঠন গঠন কৰি সন্ত্ৰাসবাদী কাৰ্যকলাপৰ পৰিকল্পনা কৰি আছিল এই সন্ত্ৰাসবাদীসকলে। গুজৰাটেই আছিল ইহঁতৰ মূল ঘাটি। ইয়াৰ পৰাই দেশৰ একাধিক ডাঙৰ চহৰত আক্ৰমণৰ ছক ৰচনা কৰা হৈছিল। এই ৫ জন অভিযুক্তক ধৰি বৰ্তমানলৈকে এই শ্লীপাৰ চেলৰ মুঠ ১৩ জন সদস্যক গ্ৰেপ্তাৰ কৰিলে গুজৰাট এটিএছে। ৰাজ্যখনৰ আন ক’ত ক’ত ইহঁতৰ নেটৱৰ্ক বিয়পি আছে সেয়া জানিবলৈ বৰ্তমান তদন্তকাৰীসকলে চেষ্টা চলাই আছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

কোনো দূৰবীণ বা সঁজুলিৰ প্ৰয়োজন নাই! অক্টোবৰতে খালী চকুৰে আকাশত দেখা যাব উল্কাবৃষ্টি

কোনো দূৰবীণ বা সঁজুলিৰ প্ৰয়োজন নাই! অক্টোবৰতে খালী চকুৰে আকাশত দেখা যাব উল্কাবৃষ্টি

October 16, 2026 7:46 am
‘জ্ঞানেশ কুমাৰক বচাবলৈ দেশৰ মানুহৰ সৈতে যুঁজ দিছে মোডী-শ্বাহে’, দীপকে-নেহাৰ গুৰুতৰ অভিযোগ

‘জ্ঞানেশ কুমাৰক বচাবলৈ দেশৰ মানুহৰ সৈতে যুঁজ দিছে মোডী-শ্বাহে’, দীপকে-নেহাৰ গুৰুতৰ অভিযোগ

October 15, 2026 8:11 pm
সামৰণি পৰিল অখিল গগৈৰ ১৪ দিনীয়া সত্যাগ্ৰহ; প্ৰতিশ্ৰুতি পূৰণ নহ’লে পুনৰ আন্দোলনৰ হুংকাৰ

সামৰণি পৰিল অখিল গগৈৰ ১৪ দিনীয়া সত্যাগ্ৰহ; প্ৰতিশ্ৰুতি পূৰণ নহ’লে পুনৰ আন্দোলনৰ হুংকাৰ

October 15, 2026 7:40 pm
চাকৰি এৰাৰ পিছত এইবাৰ নিজাকৈ দল খুলি ৰাজনীতিত নামিল আই এ এছ বিষয়া দিব্যা মিট্টাল

চাকৰি এৰাৰ পিছত এইবাৰ নিজাকৈ দল খুলি ৰাজনীতিত নামিল আই এ এছ বিষয়া দিব্যা মিট্টাল

October 15, 2026 6:20 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

কোনো দূৰবীণ বা সঁজুলিৰ প্ৰয়োজন নাই! অক্টোবৰতে খালী চকুৰে আকাশত দেখা যাব উল্কাবৃষ্টি

কোনো দূৰবীণ বা সঁজুলিৰ প্ৰয়োজন নাই! অক্টোবৰতে খালী চকুৰে আকাশত দেখা যাব উল্কাবৃষ্টি

October 16, 2026 7:46 am
‘জ্ঞানেশ কুমাৰক বচাবলৈ দেশৰ মানুহৰ সৈতে যুঁজ দিছে মোডী-শ্বাহে’, দীপকে-নেহাৰ গুৰুতৰ অভিযোগ

‘জ্ঞানেশ কুমাৰক বচাবলৈ দেশৰ মানুহৰ সৈতে যুঁজ দিছে মোডী-শ্বাহে’, দীপকে-নেহাৰ গুৰুতৰ অভিযোগ

October 15, 2026 8:11 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd