• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, September 14, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

টাইম আলোচনীৰ ২০২৬ বৰ্ষৰ তালিকা: বিশ্বৰ ১০০ প্ৰভাৱশালী খেলুৱৈৰ ভিতৰত একমাত্ৰ ভাৰতীয় হিচাপে উজ্বলিল স্মৃতি মান্ধানা

টাইম আলোচনীৰ এই তালিকাত ক্ৰীড়া জগতখন সলনি কৰা খেলুৱৈ, প্ৰশিক্ষক আৰু বিনিয়োগকাৰীসকলক অন্তৰ্ভুক্ত কৰা হৈছে। এই তালিকাত আমেৰিকাৰ বাস্কেটবলৰ কিংবদন্তি লেব্ৰন জেমছ, ফুটবলৰ মহানায়ক লিঅ'নেল মেছি আৰু খ্ৰিষ্টিয়ানো ৰোনাল্ডো, টেনিছ তাৰকা কাৰ্লোছ আলকাৰাজ আৰু ফিফাৰ সভাপতি জিয়ানি ইনফান্তিনোৰ দৰে ডাঙৰ নাম অন্তৰ্ভুক্ত আছে। ক্ৰিকেট জগতৰ পৰা স্মৃতিৰ উপৰিও দক্ষিণ আফ্ৰিকাৰ অধিনায়ক টেম্বা বাভুমাইও ইয়াত স্থান লাভ কৰিবলৈ সক্ষম হৈছে।

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
June 16, 2026 1:59 pm
30
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ভাৰতীয় মহিলা ক্ৰিকেট দলৰ তাৰকা অপেনাৰ তথা উপ-অধিনায়ক স্মৃতি মান্ধানাই পুনৰবাৰ সমগ্ৰ বিশ্বতে ভাৰতৰ নাম উজ্বলাই তুলিছে। বিখ্যাত টাইম আলোচনীয়ে ২০২৬ বৰ্ষৰ বাবে বিশ্বৰ এশগৰাকী প্ৰভাৱশালী খেলুৱৈৰ তালিকা প্ৰকাশ কৰিছে আৰু এই সন্মানীয় তালিকাত স্থান লাভ কৰা স্মৃতি মান্ধানা হৈছে একমাত্ৰ ভাৰতীয় খেলুৱৈ।

টাইম আলোচনীৰ এই তালিকাত ক্ৰীড়া জগতখন সলনি কৰা খেলুৱৈ, প্ৰশিক্ষক আৰু বিনিয়োগকাৰীসকলক অন্তৰ্ভুক্ত কৰা হৈছে। এই তালিকাত আমেৰিকাৰ বাস্কেটবলৰ কিংবদন্তি লেব্ৰন জেমছ, ফুটবলৰ মহানায়ক লিঅ’নেল মেছি আৰু খ্ৰিষ্টিয়ানো ৰোনাল্ডো, টেনিছ তাৰকা কাৰ্লোছ আলকাৰাজ আৰু ফিফাৰ সভাপতি জিয়ানি ইনফান্তিনোৰ দৰে ডাঙৰ নাম অন্তৰ্ভুক্ত আছে। ক্ৰিকেট জগতৰ পৰা স্মৃতিৰ উপৰিও দক্ষিণ আফ্ৰিকাৰ অধিনায়ক টেম্বা বাভুমাইও ইয়াত স্থান লাভ কৰিবলৈ সক্ষম হৈছে।

Apply Now

https://x.com/PTI_News/status/2066749656630202765?s=20

২৯ বছৰীয়া স্মৃতি মান্ধানাৰ বিষয়ে লিখি টাইম আলোচনীয়ে কয় যে মুম্বাইত জন্মগ্ৰহণ কৰা এইগৰাকী বাঁওহতীয়া বেটছমেনে ক্ৰমাগতভাৱে নতুন অভিলেখ গঢ়ি আছে। তেওঁ ঘৰুৱা এদিনীয়া ক্ৰিকেটত দ্বিশতক অৰ্জন কৰা প্ৰথমগৰাকী ভাৰতীয় মহিলা। ইয়াৰ লগতে ক্ৰিকেটৰ তিনিওটা ফৰ্মেটত অৰ্থাৎ টেষ্ট, এদিনীয়া আৰু টি-টুৱেণ্টিত শতক অৰ্জন কৰা তেৱেঁই প্ৰথমগৰাকী ভাৰতীয় মহিলা খেলুৱৈ। তেওঁৰ নামত আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত যুটীয়াভাৱে সৰ্বাধিক ১৭ টা শতক সন্নিৱিষ্ট আছে।

স্মৃতি হৈছে এটা কেলেণ্ডাৰ বৰ্ষত এদিনীয়া ক্ৰিকেটত ১০০০ তকৈ অধিক ৰান সংগ্ৰহ কৰা প্ৰথমগৰাকী মহিলা ক্ৰিকেটাৰ। অৱশ্যে স্মৃতিয়ে নিজে ব্যক্তিগত অভিলেখতকৈ দলৰ জয়ক বেছি গুৰুত্ব দিয়ে। তেওঁৰ অধিনায়কত্বত ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুৱে ২০২৪ আৰু ২০২৬ চনত মহিলা প্ৰিমিয়াৰ লীগৰ খিতাপ দখল কৰিছিল। ইয়াৰ উপৰিও যোৱা বছৰ আই চি চি মহিলা বিশ্বকাপত ভাৰতীয় দলৰ খিতাপ জয়তো তেওঁ উপ-অধিনায়ক হিচাপে এক ডাঙৰ ভূমিকা পালন কৰিছিল আৰু প্ৰতিযোগিতাখনত দ্বিতীয় সৰ্বাধিক ৰান সংগ্ৰহকাৰী আছিল। ২০২৪ চনত তেওঁ এবছৰত সৰ্বাধিক ৰান সংগ্ৰহৰ অভিলেখ গঢ়িছিল আৰু পৰৱৰ্তী বছৰত নিজৰেই অভিলেখ ভংগ কৰিছিল। এই সুন্দৰ প্ৰদৰ্শনৰ বাবেই তেওঁক ২০২৫ চনৰ বি বি চি ইণ্ডিয়ান স্প‘ৰ্টছৱমেন অৱ দ্য ইয়েৰ হিচাপেও নিৰ্বাচিত কৰা হৈছিল।

 

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

বিহাৰত কাৰ্যকৰী নহ’ব ইউ জি চি! অমিত শ্বাহৰ ঘোষণাক লৈ  বিজেপি-জেডিইউৰ মাজত মতভেদৰ ইংগিত

বিহাৰত কাৰ্যকৰী নহ’ব ইউ জি চি! অমিত শ্বাহৰ ঘোষণাক লৈ  বিজেপি-জেডিইউৰ মাজত মতভেদৰ ইংগিত

September 14, 2026 6:47 pm
স্ত্ৰী-তিনি কন্যাক হত্যা কৰি মন্দিৰত প্ৰাৰ্থনা, হোটেল সলাই সলাই পলাইছিল অভিযুক্ত স্বামী : অৱশেষত ইশ্বৰেও ৰক্ষা কৰিব নোৱাৰিলে হত্যাকাৰীক

স্ত্ৰী-তিনি কন্যাক হত্যা কৰি মন্দিৰত প্ৰাৰ্থনা, হোটেল সলাই সলাই পলাইছিল অভিযুক্ত স্বামী : অৱশেষত ইশ্বৰেও ৰক্ষা কৰিব নোৱাৰিলে হত্যাকাৰীক

September 14, 2026 5:40 pm
বজাৰত জুই, দেশত নিয়ন্ত্ৰণহীন খাদ্য সামগ্ৰীৰ মূল্যবৃদ্ধি:  ৪.৮২ শতাংশলৈ বৃদ্ধি পালে খুচুৰা মুদ্ৰাস্ফীতিৰ হাৰ

বজাৰত জুই, দেশত নিয়ন্ত্ৰণহীন খাদ্য সামগ্ৰীৰ মূল্যবৃদ্ধি:  ৪.৮২ শতাংশলৈ বৃদ্ধি পালে খুচুৰা মুদ্ৰাস্ফীতিৰ হাৰ

September 14, 2026 5:08 pm
গুৱাহাটীৰ হত্যাকাণ্ডৰ অভিযুক্ত ৰামানু্জ গোস্বামীৰ দেহত গুলীৰ কোনো আঘাত নাই: জিএমচিএইচৰ অধীক্ষকৰ স্পষ্টীকৰণ

গুৱাহাটীৰ হত্যাকাণ্ডৰ অভিযুক্ত ৰামানু্জ গোস্বামীৰ দেহত গুলীৰ কোনো আঘাত নাই: জিএমচিএইচৰ অধীক্ষকৰ স্পষ্টীকৰণ

September 14, 2026 4:04 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

বিহাৰত কাৰ্যকৰী নহ’ব ইউ জি চি! অমিত শ্বাহৰ ঘোষণাক লৈ  বিজেপি-জেডিইউৰ মাজত মতভেদৰ ইংগিত

বিহাৰত কাৰ্যকৰী নহ’ব ইউ জি চি! অমিত শ্বাহৰ ঘোষণাক লৈ  বিজেপি-জেডিইউৰ মাজত মতভেদৰ ইংগিত

September 14, 2026 6:47 pm
স্ত্ৰী-তিনি কন্যাক হত্যা কৰি মন্দিৰত প্ৰাৰ্থনা, হোটেল সলাই সলাই পলাইছিল অভিযুক্ত স্বামী : অৱশেষত ইশ্বৰেও ৰক্ষা কৰিব নোৱাৰিলে হত্যাকাৰীক

স্ত্ৰী-তিনি কন্যাক হত্যা কৰি মন্দিৰত প্ৰাৰ্থনা, হোটেল সলাই সলাই পলাইছিল অভিযুক্ত স্বামী : অৱশেষত ইশ্বৰেও ৰক্ষা কৰিব নোৱাৰিলে হত্যাকাৰীক

September 14, 2026 5:40 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd