• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, October 5, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

তিনিচুকীয়া জিলাৰ পৰ্যটনস্থল সামৰি জিলা সাংবাদিক সন্থাই প্ৰকাশ কৰিব গ্ৰন্থ

মানস প্ৰতিম গগৈ by মানস প্ৰতিম গগৈ
August 20, 2020 6:03 pm
Tinsukia District Journalists' Union to publish tourist guide book
4
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

তিনিচুকীয়া জিলা সাংবাদিক সন্থাই জিলাখনৰ পৰ্যটনৰ সকলো দিশ সামৰি পৰ্যটকৰ সহায়ক হোৱাকৈ ৰঙীন ফটো আৰু তথ্য সম্বলিত এখন গ্ৰন্থ প্ৰকাশৰ প্ৰস্তুতি চলাইছে।

বিভিন্ন জাতি-জনগোষ্ঠীৰ মিলনভূমি তিনিচুকীয়া জিলা। সমগ্ৰ জিলাখনত যথেষ্ট সংখ্যক ঐতিহ্যমণ্ডিত স্মৃতি চিহ্নৰ লগতে পৰ্যটন স্থলী আছে।

Apply Now

তাৰোপৰি বিভিন্ন কৃষ্টি-সংস্কৃতি, খাদ্য সম্ভাৰ আদিৰে সমৃদ্ধ লুপ্তপ্ৰায় জাতি-জনগোষ্ঠী সমূহৰ গাওঁ সমূহক লৈও জিলাখনত ইক’ টুৰিজিমৰ সম্পূৰ্ণ সম্ভৱনীয়তা আছে।

বুধবাৰে ডুমডুমা প্ৰেছ ক্লাবত অনুষ্ঠিত তিনিচুকীয়া জিলা সাংবাদিক সন্থাৰ কাৰ্য্যনিবাহক সভাত এই গ্ৰন্থখনি কাকপথাৰত ফেব্ৰুৱাৰি মাহত অনুষ্ঠিত হ’বলগীয়া দ্বি-বাৰ্ষিক অধিৱেশনত উন্মোচন কৰিব পৰাকৈ প্ৰকাশ কৰি উলিওৱাৰ সিদ্ধান্ত গ্ৰহণ কৰি গ্ৰন্থখনৰ সম্পাদক প্ৰণৱ ফুকনক এইক্ষত্ৰত কাৰ্য্যকৰী ব্যৱস্থা ল’বলৈ সভাই আহ্বান জনায়।

ভাৰপ্ৰাপ্ত সভাপতি পৰাগ ভূঞাৰ পৌৰোহিত্যত অনুষ্ঠিত সভাখনৰ উদেশ্য বাখ্যা কৰে সাধাৰণ সম্পাদক ৰাণাজ্যোতি নেওগে।

ডুমডুমা প্ৰেছ ক্লাবৰ সভাপতি অনুজ কলিতা, অসম বাৰ্তাজীৱী সংঘৰ দক্ষিণ-পূব মণ্ডলৰ উপ সভাপতি কমল তালুকদাৰ, ন্যাস উপ সমিতিৰ সভাপতি ৰঞ্জিত দত্ত, জিলা প্ৰাক্তন সম্পাদক মনোজ দত্ত, মনোৰঞ্জন দাস, কোষাধ্যক্ষ দীনেশ গোৱেল, সহকাৰী সম্পাদক উমেশ কুমাৰ সিং খগেন মৰাণ আদিৰ লগতে প্ৰণৱ ফুকন, বগেন গগৈ, পুনেশ্বৰ ফুকন, নৱজ্যোতি মৰাণ, ৰাতুল কলিতা, দেৱেন ডেকা, মনোজ বৰুৱা আদি কাৰ্য্যনিৰ্বাহক সদস্যসকলৰ উপস্থিতত অনুষ্ঠিত সভাত ৪ ছেপ্টেম্বৰ তাৰিখে তিনিচুকীয়াৰ সাংবাদিক চ’ৰাৰ আতিথ্যত ভদ্ৰকৃষ্ণ গোস্বামী স্মৃতি অনুষ্ঠান, ছৈখোৱা প্ৰেছ ক্লাবৰ আতিথ্যত ১৬ নৱেম্বৰত ৰাষ্ট্ৰীয় প্ৰেছ দিৱস উদযাপনৰ সিদ্ধান্ত গ্ৰহণ কৰা হয়।

সভাত ভাষণ প্ৰদান কৰি ন্যাস উপ সমিতিৰ সভাপতি ৰঞ্জিত দত্তই অতি শীঘ্ৰে ন্যাস পুঁ‌জি ৬-৭ লাখ টকা কৰিব পৰাকৈ বিভিন্নজনৰ সৈতে যোগাযোগ কৰি থকাৰ কথা সভাত জানিবলৈ দিয়ে।

অন্যহাতে উক্ত সভাতেই আগন্তক দ্বি-বাৰ্ষিক অধিৱেশনত দিবলগীয়া ভদ্ৰকৃষ্ণ গোস্বামী স্মাৰক সাংবাদিকতা বঁ‌টাৰ বাবে নিৰ্বাচিত কৰিবলৈ ৰঞ্জিত দত্ত, কমল তালুকদাৰ, মনোজ দত্ত, অনুজ কলিতা আৰু পৰাগ ভূঞাকলৈ এখনি নিৰ্বাচনী সমিতি গঠন কৰা হয়।

সভাখনত তিনিচুকীয়া জিলা সাংবাদিক সন্থাৰ স্থায়ী ভৱনৰ বাবে আবন্টিত ভূমিত ভৱনৰ কাম অতি শীঘ্ৰে আৰম্ভ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হয়।

মানস প্ৰতিম গগৈ

মানস প্ৰতিম গগৈ

Stay Connected

  • 117k Fans

Recent News

গুগললৈ বৃহৎ বিপৰ্যয়! সংবাদ মাধ্যমক ন্যায্য প্ৰাপ্য নিদিয়াৰ অভিযোগত পোলেণ্ডত তদন্তৰ সন্মুখীন প্ৰযুক্তি প্ৰতিষ্ঠানটো

গুগললৈ বৃহৎ বিপৰ্যয়! সংবাদ মাধ্যমক ন্যায্য প্ৰাপ্য নিদিয়াৰ অভিযোগত পোলেণ্ডত তদন্তৰ সন্মুখীন প্ৰযুক্তি প্ৰতিষ্ঠানটো

October 5, 2026 9:49 pm
নিৰ্বাচন আয়োগৰ দাবীক নস্যাৎ! ৬ নম্বৰ প্ৰ-পত্ৰৰ সালসলনিত অনুমোদন জনোৱা নাই উচ্চতম ন্যায়ালয়ে

নিৰ্বাচন আয়োগৰ দাবীক নস্যাৎ! ৬ নম্বৰ প্ৰ-পত্ৰৰ সালসলনিত অনুমোদন জনোৱা নাই উচ্চতম ন্যায়ালয়ে

October 5, 2026 8:30 pm
পোহৰৰ জৰিয়তে নিয়ন্ত্ৰণ কৰিব পাৰিব মগজুৰ স্নায়ু! যুগান্তকাৰী আৱিষ্কাৰৰ বাবে ৩ বিজ্ঞানীলৈ চিকিৎসা বিজ্ঞানৰ নোবেল

পোহৰৰ জৰিয়তে নিয়ন্ত্ৰণ কৰিব পাৰিব মগজুৰ স্নায়ু! যুগান্তকাৰী আৱিষ্কাৰৰ বাবে ৩ বিজ্ঞানীলৈ চিকিৎসা বিজ্ঞানৰ নোবেল

October 5, 2026 7:41 pm
নিৰ্বাচন আয়োগৰ ৬, ৭ আৰু ৮ নম্বৰ প্ৰ-পত্ৰক লৈ কিয় ইমান বিতৰ্ক? ন্যায়ালয়ত সন্মুখীন হ’বলগীয়া হৈছে কঠোৰ প্ৰশ্নৰ

নিৰ্বাচন আয়োগৰ ৬, ৭ আৰু ৮ নম্বৰ প্ৰ-পত্ৰক লৈ কিয় ইমান বিতৰ্ক? ন্যায়ালয়ত সন্মুখীন হ’বলগীয়া হৈছে কঠোৰ প্ৰশ্নৰ

October 5, 2026 6:13 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

গুগললৈ বৃহৎ বিপৰ্যয়! সংবাদ মাধ্যমক ন্যায্য প্ৰাপ্য নিদিয়াৰ অভিযোগত পোলেণ্ডত তদন্তৰ সন্মুখীন প্ৰযুক্তি প্ৰতিষ্ঠানটো

গুগললৈ বৃহৎ বিপৰ্যয়! সংবাদ মাধ্যমক ন্যায্য প্ৰাপ্য নিদিয়াৰ অভিযোগত পোলেণ্ডত তদন্তৰ সন্মুখীন প্ৰযুক্তি প্ৰতিষ্ঠানটো

October 5, 2026 9:49 pm
নিৰ্বাচন আয়োগৰ দাবীক নস্যাৎ! ৬ নম্বৰ প্ৰ-পত্ৰৰ সালসলনিত অনুমোদন জনোৱা নাই উচ্চতম ন্যায়ালয়ে

নিৰ্বাচন আয়োগৰ দাবীক নস্যাৎ! ৬ নম্বৰ প্ৰ-পত্ৰৰ সালসলনিত অনুমোদন জনোৱা নাই উচ্চতম ন্যায়ালয়ে

October 5, 2026 8:30 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd