• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Saturday, January 23, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

তিৱা নিৰ্বাচনৰ প্ৰচাৰ অভিযান তুংগত : লাহৰীঘাটত গীতেৰে নিৰ্বাচনী প্ৰচাৰ ৰঞ্জিত দাস-আঙুৰলতাৰ

NE NOW NEWS চানু গগৈ
মৰিগাঁও , December 12, 2020 8:06 pm

2 min read

index
159
VIEWS
Share on FacebookShare on Twitter

তিৱা স্বায়ত্ত শাসিত পৰিষদৰ নিৰ্বাচন মাজত চাৰিটা দিন বাকী থকা অৱস্থাত শাসকীয় বিজেপি দলে প্ৰচাৰ অভিযান তুংগত তোলা পৰিলক্ষিত হৈছে!

আজি লাহৰীঘাটৰ ১ নং জামাদাৰী আৰু ২ নং বৰঙনি সমষ্টিত নিৰ্বাচনী প্ৰচাৰ চলায় বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিত কুমাৰ দাস, বিধায়িকা আঙূৰলতা ডেকা আৰু প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী ৰাজেন গোহাঁই।

১ নং জামাদাৰী সমষ্টিৰ প্ৰাৰ্থী দুলাল ব্ৰহ্ম আৰু ২ নং বৰঙনি সমষ্টিৰ প্ৰাৰ্থী অংকুৰ দেউৰীৰ হৈ কুশতুলিৰ গৰাপাৰত অনুষ্টিত হয় বিশাল নিৰ্বাচনী সভা। বিশাল নিৰ্বাচনী সভাত ব্যতিক্ৰমী ৰূপত দেখা গ’ল সভাপতি ৰঞ্জিত দাসক।

সভাত ভাষণৰ মাজতে সভাপতি দাসে গীত গাই উপস্থিত শ শ সমৰ্থকক আমোদ দিয়ে। ইফালে বিধায়িকা আঙুৰলতা ডেকায়ো গীত গাই আমোদ দিয়ে উপস্থিত ভোটাৰক।

নিৰ্বাচনী সভাত সভাপতি ৰঞ্জিত দাসে ভাষণত কয় যে বিজেপি দলৰ প্ৰতিশ্ৰুতি আখৰে আখৰে পালন কৰিছে। উন্নয়নৰ স্বাৰ্থত বিজেপি দলৰ প্ৰাৰ্থীক ভোট দিবলৈ আহ্বান জনায় সভাপতি দাসে।৩০ খন আসন দখল কৰি বিজেপিয়ে তিৱা পৰিষদ দখল কৰাটো নিশ্চিত বুলি সভাপতি দাসে দাবী কৰে।

আনহাতে বিধায়িকা আঙুৰলতা ডেকাই কংগ্ৰেছ দলক তীব্ৰ ভাষাৰে সমালোচনা কৰি কয় যে কংগ্ৰেছ এতিয়া নবজা কেচেট। কংগ্ৰেছক ভোট দি লাভ নাই। সৰ্বাংগীন উন্নয়নৰ স্বাৰ্থত বিজেপিত ভোট দিবলৈ আহ্বান জনায় বিধাজিকা ডেকাই।

নিৰ্বাচনী সভাত প্ৰাক্তন সাংসদ তথা প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী ৰাজেন গোহাঁয়ে ভাষণ প্ৰদান কৰে।

আনহাতে এই নিৰ্বাচনী সভাতেই জিলা কংগ্ৰেছৰ উপ সভাপতি তথা বিধায়ক নজৰুল ইছলামৰ ঘনিষ্ঠ, লাউভূৰুঙ্গা গাঁও পঞ্চায়তৰ বলিষ্ঠ কংগ্ৰেছী নেতা গোপীনাথ বৰদলৈসহ কেবাগৰাকী কংগ্ৰেছ কৰ্মীয়ে আনুষ্ঠানিকভাৱে বিজেপি দলত যোগদান কৰে।

Recent News

মোদীৰ সন্মুখতে পশ্চিমবংগৰ মুখ্য মন্ত্ৰী মমতা বেনাৰ্জীক চূড়ান্ত অপমান! বংগ কন্যাৰ সভা ত্যাগ

মোদীৰ সন্মুখতে পশ্চিমবংগৰ মুখ্য মন্ত্ৰী মমতা বেনাৰ্জীক চূড়ান্ত অপমান! বংগ কন্যাৰ সভা ত্যাগ

মাটিৰ পট্টা দিয়াৰ অচিলালৈ ভোটৰ অংকৰে প্ৰধান মন্ত্ৰী আহিছিল : আৰ. পি. শৰ্মা

মাটিৰ পট্টা দিয়াৰ অচিলালৈ ভোটৰ অংকৰে প্ৰধান মন্ত্ৰী আহিছিল : আৰ. পি. শৰ্মা

a capital

কেৱল দিল্লীতে নহয়, দেশৰ চাৰি স্থানত ৰাজধানী বিচাৰিলে এগৰাকী মুখ্যমন্ত্ৰীয়ে, কোন তেওঁ?

a som

বাক্সাত ভূমিহীনৰ মুখত বিৰিঙিল হাঁহি: ৮২২ গৰাকী ভূমিহীনক পট্টা প্ৰদান

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd