• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, June 22, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

“মই একান্ত নিজৰ দৰেই”-সাক্ষাৎকাৰত মহুৱাই মুকলিকৈ ক’লে নিজৰ প্ৰিয় পুৰুষৰ সৈতে অভিজ্ঞতাৰ কথা

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
November 14, 2023 3:09 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

‘ভাৰতীয় ৰাজনীতিত তেওঁ অকপট’। দ্য গাৰ্ডিয়ানত মহুৱা মৈত্ৰৰ সাক্ষাৎকাৰৰ আধাৰত প্ৰকাশিত এটা নিবন্ধত এনেদৰে আৰম্ভ কৰা হৈছে। নিবন্ধটোৰ শিৰোনামতো লিখা হৈছে, ‘ভাৰতীয় ৰাজনীতিৰ নাৰীবিদ্বেষ আৰু ভণ্ডামিক মহুৱা মৈত্ৰাই কেনেকৈ জোকাৰি দিছে।’ তৃণমূলৰ সাংসদ মহুৱা মৈত্ৰই সেই সাক্ষাৎকাৰত বহু কথা কৈছে। ইয়াত তেওঁৰ নিজৰ ৰাজনৈতিক স্থিতিৰ লগতে পুৰুষৰ সৈতে তেওঁৰ অভিজ্ঞতাও সন্নিবিষ্ট হৈছে।

শেহতীয়াকৈ ২০২০ চনত তোলা তেওঁৰ জন্মদিনৰ ফটো ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে। ছবিখনত মহুৱাক ৱাইনৰ গিলাচ এটা লৈ থকা দেখা গৈছে। ছবি সন্দৰ্ভত মহুৱাই নিজৰ বক্তব্য স্পষ্টকৈ ক’লে। তেওঁ কয় যে তেওঁৰ এজন প্ৰাক্তনে (এক্স) ছবিসমূহ ক্ৰপ কৰি ছ’চিয়েল মিডিয়াত প্ৰচাৰ কৰিবলৈ বিজেপিক গতাই দিছিল।

সাক্ষাৎকাৰত মহুৱাই নিজৰ ৰাজনৈতিক স্থিতি প্ৰকাশ কৰে, ‘মই কোন তাৰ বাবে মই কোনো অজুহাত দেখুৱাবলৈ যোৱা নাই। পৰিস্থিতিৰ লগত খাপ খুৱাই নিজকে সলনি কৰিবলৈও যোৱা নাই। বৰঞ্চ মোৰ লগত পৰিস্থিতি নিজেই সলনি হওক।’

Apply Now

লগতে পঢ়কঃ আধুনিক ভাৰতৰ নিৰ্মাতা জৱাহৰলাল নেহৰুৰ যি পাঁচটা অৱদান কেতিয়াও পাহৰিব নোৱাৰি

বিদেশত অধ্যয়নৰ পিছত তেওঁ নিউয়ৰ্ক আৰু লণ্ডনত জে পি মৰ্গান চেজৰ সৈতে বিনিয়োগ বেংকাৰ হিচাপে কাম কৰিবলৈ আৰম্ভ কৰিছিল। ২০০৮ চনত তেওঁ ভাৰতীয় ৰাজনীতিত যোগদান কৰে। মহুৱাৰ ভাষাত, ‘যেতিয়া মই ভাৰতীয় ৰাজনীতিত যোগদান কৰিছিলো, তেতিয়া মোৰ বাবে স্পষ্ট আছিল যে মই ৰাজহুৱা জীৱনত থাকিব বিচাৰো, কিন্তু নিজৰ ধৰণেৰে।’

বিগত কেইসপ্তাহমানৰ পৰা অহৰহ সংবাদ মাধ্যমৰ প্ৰচাৰত আছে মহুৱা মৈত্ৰৰ নাম। কিন্তু তেওঁক কেতিয়াও ক্লান্ত হোৱা দেখা নগ’ল। তেওঁৰ প্ৰাক্তন আৰু ছ’চিয়েল মিডিয়াত ভাইৰেল ফটোৰ পৰা কাহিনীটো আৰম্ভ হয়। মহুৱাই দাবী কৰে যে ফটোখন তেওঁৰ প্ৰাক্তন এজনে বিজেপিক গতাই দিছিল। স্পষ্টবাদী মহুৱাৰ ভাষাত, ‘পুৰুষৰ ক্ষেত্ৰত মোৰ পছন্দ ভয়ংকৰ।’

সাক্ষাৎকাৰত মহুৱাই কয় যে তেওঁৰ স্থিতিৰ আঁৰত তেওঁৰ পৰিয়ালৰ ডাঙৰ ভূমিকা আছে। তেওঁ কলিকতাৰ এনে এটা পৰিয়ালত ডাঙৰ-দীঘল হৈছিল য’ত পুৰুষ-মহিলাৰ কোনো বৈষম্য নাছিল। তেওঁৰ ভাষাত ‘মোৰ পৰিয়ালটো প্ৰগতিশীল আৰু অগতানুগতিক। ভাৰতীয় মহিলা কি হ’ব লাগে সেই প্ৰচলিত ধাৰণাৰে মই ডাঙৰ হোৱা নাছিলো।’

লগতে পঢ়কঃ ICC World Cup 2023: এই ফৰ্মেটৰ বিশ্বকাপত ১ নম্বৰ দলটোৱে কেতিয়াও ছেমি ফাইনেলত জয়ী হোৱা নাই; উদ্বিগ্ন ভাৰতীয় অনুৰাগী

মহুৱাই কয় যে তেওঁ পশ্চিম বংগৰ এটা দলৰ সৈতে আছে যাৰ নেতৃত্বত আছে এগৰাকী মহিলা। যাৰ দলৰ সাংসদ আধা মহিলা। পশ্চিম বংগত দেৱীক শক্তি হিচাপে পূজা কৰা হয়। তেওঁৰ ভাষাত ‘বংগত আমি নাৰীক ক্ষমতা হিচাপেহে দেখিছোঁ, বশীভূত হিচাপে নহয়। আমাৰ দেৱী কালী বা দুৰ্গা।’

বিজেপিৰ সাংসদসকলে দামী আৰু চকমকীয়া কাপোৰ পিন্ধাৰ অভিযোগ উত্থাপন কৰিছে। এই প্ৰসংগত মহুৱাই কয়, ‘মই সদায় নিজকে ফিট কৰি ৰাখি ভাল পাওঁ। মোৰ ভোটাৰসকলে মোক লেতেৰা দেখাটো নিবিচাৰে। সাধাৰণ কাপোৰ পিন্ধিলে মোক উজ্জ্বল ৰং পিন্ধিবলৈ কয়।’

লগতে পঢ়কঃ গাজাত হামাছ নিয়ন্ত্ৰিত সংসদত প্ৰৱেশ কৰিলে ইজৰাইলী সেনা; দাবী ইজৰাইলৰ প্ৰতিৰক্ষা মন্ত্ৰীৰ

কিন্তু ভাৰতীয় ৰাজনীতিত তেওঁ নিজকে আদৰ্শ নাৰী হিচাপে তুলি ধৰিব বিচাৰেনে? এই সন্দৰ্ভত মহুৱাৰ বক্তব্য, তেওঁ নিজক লৈ ইমান গৌৰৱ নকৰে। অৱশ্যে ভাৰতীয় ৰাজনীতিত বৰ্তমান নতুন ৰোল মডেলৰ প্ৰয়োজন হৈছে। 

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

এইবাৰ আকৌ কি হ’ল? ভাৰতৰ বিৰুদ্ধে চিধাচিধি সামৰিক পদক্ষেপৰ ভাবুকি পাকিস্তানৰ

এইবাৰ আকৌ কি হ’ল? ভাৰতৰ বিৰুদ্ধে চিধাচিধি সামৰিক পদক্ষেপৰ ভাবুকি পাকিস্তানৰ

June 22, 2026 1:25 pm
বিষ্ণু প্ৰসাদ ৰাভাৰ ব্যাক্তিত্বৰ আকৰ্ষণ

বিষ্ণু প্ৰসাদ ৰাভাৰ ব্যাক্তিত্বৰ আকৰ্ষণ

June 22, 2026 12:33 pm
ট্ৰাম্পৰ ভাবুকি! শান্তি বৈঠকৰ পৰা ওলাই গুচি গ’ল ক্ষুব্ধ ইৰাণ; ভেবা লাগি চাই ৰ’ল পাকিস্তান

ট্ৰাম্পৰ ভাবুকি! শান্তি বৈঠকৰ পৰা ওলাই গুচি গ’ল ক্ষুব্ধ ইৰাণ; ভেবা লাগি চাই ৰ’ল পাকিস্তান

June 22, 2026 11:52 am
‘মোদীয়ে ধ্বংস কৰিছে দেশ, ট্ৰাম্পে সমগ্ৰ বিশ্ব!’ প্ৰধানমন্ত্ৰীৰ ‘মাই গুড ফ্ৰেণ্ড’ নীতিক কটাক্ষ কংগ্ৰেছৰ

‘মোদীয়ে ধ্বংস কৰিছে দেশ, ট্ৰাম্পে সমগ্ৰ বিশ্ব!’ প্ৰধানমন্ত্ৰীৰ ‘মাই গুড ফ্ৰেণ্ড’ নীতিক কটাক্ষ কংগ্ৰেছৰ

June 22, 2026 11:03 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

এইবাৰ আকৌ কি হ’ল? ভাৰতৰ বিৰুদ্ধে চিধাচিধি সামৰিক পদক্ষেপৰ ভাবুকি পাকিস্তানৰ

এইবাৰ আকৌ কি হ’ল? ভাৰতৰ বিৰুদ্ধে চিধাচিধি সামৰিক পদক্ষেপৰ ভাবুকি পাকিস্তানৰ

June 22, 2026 1:25 pm
বিষ্ণু প্ৰসাদ ৰাভাৰ ব্যাক্তিত্বৰ আকৰ্ষণ

বিষ্ণু প্ৰসাদ ৰাভাৰ ব্যাক্তিত্বৰ আকৰ্ষণ

June 22, 2026 12:33 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd