• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, July 3, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

তৃণমূল কংগ্ৰেছৰ মূল সপোন “মা-মাটি আৰু মানুহ” : ৰিপুন বৰা

স্বাধীনতাৰ পিছত মোদীৰ শাসনকালতে সামগ্ৰীৰ সৰ্বাধিক মূল্যবৃদ্ধি হৈছে : ৰিপুন বৰা

কল্পজ্যোতি শইকীয়া, গুৱাহাটী by কল্পজ্যোতি শইকীয়া, গুৱাহাটী
May 4, 2022 2:36 pm
170
VIEWS
Share on FacebookShare on Twitter

তৃণমূল কংগ্ৰেছৰ মূল সপোন তথা শ্ল’গান হৈছে “মা-মাটি আৰু মানুহ। নিজৰ ৰাজ্যখনক আমি মা বুলি অভিহিত কৰিছো। নিজৰ ৰাজ্যখন সকলোৰে বাবে মাতৃ সদৃশ।

মাটিৰ মৰ্য্যদা সুৰক্ষা আৰু সেই মাটিৰ মানুহৰ মাজত প্ৰেম ভাতৃত্ব আৰু জাতীয়তাবোধ আৰু স্বাভিমান সকলো সুৰক্ষিত কৰাই এই শ্ল’গানৰ উদ্দেশ্য”।

ইপিনে, উক্ত সংবাদমেলতে মূল্যবৃদ্ধি সন্দৰ্ভতো মন্তব্য প্ৰকাশ কৰে ৰিপুণ বৰাই।

তেওঁ কয়, “মূল্যবৃদ্ধিৰ বাবে পৰিবহণ ব্যয় বাঢ়িছে। বৰ্তমান দেশত এনে কোনো বস্তু নাই যাৰ দাম বঢ়া নাই। ১৭ মাহত ৬.৯৫ শতাংশ খুচুৰা মূল্য বাঢ়িছে।“

ৰিজাৰ্ভ বেংকৰ এক সমীক্ষাত এই তথ্য প্রকাশ বুলি উল্লেখ কৰে ৰিপুন বৰাই।

স্বাধীনতাৰ পিছত মোদীৰ শাসনকালতে সামগ্ৰীৰ সৰ্বাধিক মূল্যবৃদ্ধি হৈছে বুলি দাবী কৰি ৰিপুন বৰাই লগতে কয় “চৰকাৰে ক্রয় ক্ষমতা বৃদ্ধি কৰিবলৈ চেষ্টা কৰা নাই। এমাহত ১৮ বাৰকৈ পেট্র’ল-ডিজেলৰ দাম বাঢ়িছে। নিৰ্বাচন হৈ যোৱা ৫খন ৰাজ্যত পেট্র’ল-ডিজেলৰ দাম বৃদ্ধি হৈছে।

ভেট নকমোৱাৰ বাবে এই মূল্যবৃদ্ধি। বিজেপি চৰকাৰে ৮ বছৰত ২৭ লাখ কোটি টকা সংগ্রহ কৰিছে। পেট্র’ল-ডিজেলৰ আবকাৰী কৰ বঢ়াই দি এই ধন সংগ্রহ কৰিছে।“

“২০২২ত আমাৰ পৰা ল’লে ১ লাখ ২৫ হাজাৰ কোটি টকাৰ কৰ।

এবেগ সাৰত ১৫০ টকা বৃদ্ধি কৰি ৩৬ হাজাৰ কোটি টকা সংগ্রহ। টোল টেক্সৰ জৰিয়তে ২০২১-২২ত ২৮,৪৫৮ কোটি টকা সংগ্রহ। পুনৰ ১৮% টোল টেক্স বৃদ্ধি কৰি ৩৯ হাজাৰ কোটি টকা সংগ্রহৰ লক্ষ্য।

জীৱন দায়িনী ঔষধৰ পৰা ১০ হাজাৰ কোটি টকা সংগ্রহৰ লক্ষ্য।“ বৰাই লগতে এইদৰে কয়।

ইপিনে, দৰিদ্র আৰু অৱসৰপ্রাপ্ত কৰ্মচাৰীকো চৰকাৰে ৰেহাই দিয়া নাই বুলি উল্লেখ কৰি তেওঁ লগতে কয় “হাউচিং ঋণ লোৱাসকলে অতিৰিক্তভাৱে আয়কৰ দিব লাগিব”।

Recent News

ওলা-উবেৰ আদিৰ বাবে চৰকাৰৰ নতুন নিৰ্দেশনা: পিক-আৱাৰত দুগুণ ভাড়া আদায়ৰ অনুমতি

ওলা-উবেৰ আদিৰ বাবে চৰকাৰৰ নতুন নিৰ্দেশনা: পিক-আৱাৰত দুগুণ ভাড়া আদায়ৰ অনুমতি

ঋণৰ বোজাত অনিল আম্বানী! প্ৰৱঞ্চনাকাৰী আখ্যা ভাৰতীয় ষ্টেট বেংকৰ

ঋণৰ বোজাত অনিল আম্বানী! প্ৰৱঞ্চনাকাৰী আখ্যা ভাৰতীয় ষ্টেট বেংকৰ

বন আইন উলংঘাঃ বন বিভাগৰ শীৰ্ষ বিষয়া এম কে যাদৱৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ নিৰ্দেশ কেন্দ্ৰৰ

বন আইন উলংঘাঃ বন বিভাগৰ শীৰ্ষ বিষয়া এম কে যাদৱৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ নিৰ্দেশ কেন্দ্ৰৰ

চৰ্দি হৈছে নে চাইনাছ হৈছে কেনেকৈ জানিব? যদি আপুনি কোনো লক্ষণ লক্ষ্য কৰে, তেন্তে আপুনি সাৱধান হোৱা উচিত?

চৰ্দি হৈছে নে চাইনাছ হৈছে কেনেকৈ জানিব? যদি আপুনি কোনো লক্ষণ লক্ষ্য কৰে, তেন্তে আপুনি সাৱধান হোৱা উচিত?

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd