DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, May 26, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

পঞ্জাৱৰ ম’হালিত হ’বলগীয়া ৰাষ্ট্ৰীয় জুনিয়ৰ বক্সিঙৰ বাবে অসমৰ পুৰুষ-মহিলা দল ঘোষণা

এন ই নাও নিউজ by এন ই নাও নিউজ
November 14, 2018 10:56 am
Boxing

প্ৰতিনিধিত্বমূলক চিত্ৰ

752
VIEWS
Share on FacebookShare on Twitter

পঞ্জাৱৰ ম’হালীত অহা ১২ৰ পৰা ১৮ ডিচেম্বৰলৈ অনুষ্ঠিত হ’ব ৰাষ্ট্ৰীয় জুনিয়ৰ বক্সিং প্ৰতিযোগিতা। ইয়াৰ বাবে প্ৰস্তুতি সম্পূৰ্ণ কৰি তুলিছে অসম বক্সিং সন্থাই। মঙলবাৰে অসম বক্সিং সন্থাই গুৱাহাটী ছাই কেন্দ্ৰত এক বাছনি শিৱিৰৰ আয়োজন কৰি প্ৰতিযোগিতাখনৰ বাবে পুৰুষ-মহিলা উভয় শাখাৰে বক্সিং দল দুটা নিৰ্বাচিত কৰে।

ৰাষ্ট্ৰীয় জুনিয়ৰ প্ৰতিযোগিতাখনৰ বাবে নিৰ্বাচিত পুৰুষৰ দলটোত স্থান পাইছে ক্ৰমে ৪৬-৪৮ কিলোগ্ৰামত জুবিন কলিতা, ৪৮-৫০ কিলোগ্ৰামত অবিনাশ গগৈ, ৫০-৫২ কিলোগ্ৰামত বাদল ছাহু, ৫২-৫৪ কিলোগ্ৰামত ওম বাহাদুৰ প্ৰধান, ৫৪-৫৭ কিলোগ্ৰামত ৰানছাই বসুমতাৰী, ৫৭-৬০ কিলোগ্ৰামত ইমদাদ হুছেইন আৰু ৬০-৬৩ কিলোগ্ৰামত হামতাছৰ বসুমতাৰী।

পুৰুষ দলটোৰ বাবে প্ৰশিক্ষকৰ দায়িত্ব লাভ কৰিছে ইনামূল হুছেইন আৰু দীপজ্যোতি কচাৰীয়ে। আনহাতে মণ্টু ইনজাল আৰু পিংকু কলিতাক মেনেজাৰৰ দায়িত্ব প্ৰদান কৰা হৈছে।

ইফালে মহিলা দলটোৰ বাবে নিৰ্বাচিত হৈছে ৪৪-৪৬ কিলোগ্ৰামত প্ৰিয়ংকা বৰা, ৪৬-৪৮ কিলোগ্ৰামত পি এছ মণ্টাছা কুমাৰী, ৪৮-৫০ কিলোগ্ৰামত অমিশা কুমাৰী ভাৰতী, ৫০-৫২ কিলোগ্ৰামত খুছি লামা, ৫২-৫৪ কিলোগ্ৰামত বিলি মুছাহাৰী, ৫৭-৬০ কিলোগ্ৰামত বাৰ্বি গগৈ, ৬০-৬৩ কিলোগ্ৰামত সুষ্মিতা নাৰ্জাৰী, ৮০ কিলোগ্ৰামত চয়নিকা বৰা আৰু ৮০ কিলোগ্ৰাম উৰ্ধ্বত ইলোৰা বৰগোহাঁই।

বাছনি শিৱিৰত উপস্থিত থাকি অসম বক্সিং সন্থাৰ সম্পাদক হেমন্ত কুমাৰ কলিতাই দল দুটা ঘোষণা কৰে। ইফালে মঙলবাৰে দল বাছনি অনুষ্ঠানতেই যোৱা এক আৰু দুই নৱেম্বৰত ৰাছিয়াৰ মস্কোত অনুষ্ঠিত হোৱা আন্তৰ্জাতিক বক্সিং সন্থা (আইবা)ৰ সাধাৰণ পৰিষদৰ সভাত ভাৰতীয় বক্সিং সন্থাক প্ৰতিনিধিত্ব কৰি অংশ লোৱা অসম বক্সিং সন্থাৰ সম্পাদক হেমন্ত কুমাৰ কলিতাক সম্বৰ্ধনা জনোৱা হয়। উত্তৰ-পূৱৰ  প্ৰথম হিচাপে এইবাৰ কংগ্ৰেছত অংশ লয় কলিতাই।

Recent News

কাশ্মীৰত নিৰাপত্তা বাহিনীৰে তুমুল সংঘৰ্ষত ৩ পাক সন্ত্ৰাসবাদী নিহত

কাশ্মীৰত নিৰাপত্তা বাহিনীৰে তুমুল সংঘৰ্ষত ৩ পাক সন্ত্ৰাসবাদী নিহত

জনজাতিকৰণ আৰু পৃথক কমতাপুৰৰ দাবীত আক্ৰাছুৰ আন্দোলনৰ কাৰ্যসূচী ঘোষণা

জনজাতিকৰণ আৰু পৃথক কমতাপুৰৰ দাবীত আক্ৰাছুৰ আন্দোলনৰ কাৰ্যসূচী ঘোষণা

অসমৰ বানপানী আৰু ডিমা হাচাও: বিভীষিকাৰ কাৰণ আৰু সমাধান সূত্ৰ কি?

অসমৰ বানপানী আৰু ডিমা হাচাও: বিভীষিকাৰ কাৰণ আৰু সমাধান সূত্ৰ কি?

অৱশেষত শাস্তি ঘোষণা: জম্মু-কাশ্মীৰৰ বিচ্ছিন্নতাবাদী নেতা য়াছিন মালিকক যাৱজ্জীৱন কাৰাদণ্ড

অৱশেষত শাস্তি ঘোষণা: জম্মু-কাশ্মীৰৰ বিচ্ছিন্নতাবাদী নেতা য়াছিন মালিকক যাৱজ্জীৱন কাৰাদণ্ড

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd