• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, October 29, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

সুখবৰ : বিক্ৰীৰ লগতে খাব পাৰিব গাহৰি মাংস; মন্ত্ৰীয়ে জনালে ক’ত কেনেদৰে হ’ব উপলব্ধ

দীপজ্যোতি শৰ্মা by দীপজ্যোতি শৰ্মা
May 27, 2020 5:46 pm
ফটো : নৰ্থ-ইষ্ট নাও

ফটো : নৰ্থ-ইষ্ট নাও

2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

‍‘১০০ বছৰ হ’ল আফ্ৰিকান চোৱাইন ফিভাৰৰ ভেকচিন ওলোৱা নাই। ই ক’ৰ’নাৰ বাপেক’, পশু চিকিৎসা মহাবিদ্যালয়ত এখন সংবাদমেল অনুষ্ঠিত কৰি এই মন্তব্য কৰে কৃষি মন্ত্ৰী মন্ত্ৰী অতুল বৰাই৷

বৰাই কয়, ‍‘বিশ্বনাথ জিলাৰ বৰতামূলী গাঁও, ধেমাজীৰ পিপলগুৰী, শিৱসাগৰৰ কটীয়ৰী, ভাটগছ, নিতাইপুখুৰী, খেলুৱৈ, যোৰহাটৰ বৰমুকলি গাঁও, কামৰূপ মহানগৰৰ গড়চুককে ধৰি মুঠ ৭টা স্থানক চোৱাইন ফিভাৰৰ অভিকেন্দ্ৰ হিচাপে নিৰ্ধাৰণ কৰা হৈছে’৷

Apply Now

লগতে মন্ত্ৰী বৰাই কয়, ‍‘এই অভিকেন্দ্ৰসমূহৰ পৰা ১ কিঃমিঃ ব্যাসাৰ্ধৰ অন্তৰ্গত গাঁওসমূহক আক্ৰান্ত এলেকা আৰু ১০ কিঃমিঃ ব্যাসাৰ্ধৰ অন্তৰ্গত গাঁওসমূহক নিৰীক্ষণ এলেকা হিচাপে চিহ্নিত কৰা হ’ব। এইসমূহত বিক্ৰী কৰিব নোৱাৰিব গাহৰি মাংস। কিন্তু অন্য ঠাইত বিক্ৰী কৰাৰ লগতে খাব পাৰিব গাহৰি মাংস’৷

বৰ্তমানলৈ আফ্ৰিকান চোৱাইন ফিভাৰত ৰাজ্যখনত ১৫৮৬৭ টা গাহৰীৰ মৃত্যু হৈছে৷ গাহৰী বিক্ৰী নিষিদ্ধ আছিল চোৱাইন ফিভাৰৰ বাবে।

‍‘আমাৰ বিভাগে ৰাইজক সজাগ সচেতন কৰে সেয়ে ই অধিক সংক্ৰমিত হ’ব পৰা নাই, ৰাইজক সজাগ কৰিবলৈ আমি প্ৰস্তুত’, বুলি বৰাই কয়।

আনহাতে বৰাই কয়, ‍‘বনৰীয়া গাহৰীৰ তাত যাতে ই সংক্ৰমিত নহয় তাৰ বাবে বন বিভাগৰৰ লগত কথা পতা হৈছে। এই ক্ষেত্ৰত জনস্বাস্থ্য কাৰিকৰী বিভাগ আৰু প্ৰশাসনে সহায কৰিছে’।

‍‘কিছু ঠাইত সজাগ সচেতন হোৱা নাই ৰাইজ। মুকলি হৈ ঘূৰি ফুৰা গাহৰি বেছি আক্ৰান্ত হৈছে’, বুলি জনাই বৰাই।

দীপজ্যোতি শৰ্মা

দীপজ্যোতি শৰ্মা

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

‘ক্ষমতা সলনিৰ পৰিকল্পনা’লৈ হিংসাত লিপ্ত হ’লে নাপাব চৰকাৰী চাকৰি; নিৰ্দেশ জাৰি চৰকাৰৰ

‘ক্ষমতা সলনিৰ পৰিকল্পনা’লৈ হিংসাত লিপ্ত হ’লে নাপাব চৰকাৰী চাকৰি; নিৰ্দেশ জাৰি চৰকাৰৰ

October 29, 2026 2:34 pm
অসম সচিবালয়ত কম্পিউটাৰৰ পৰা আলপিনলৈকে নাটনি, প্ৰশাসনিক কাম-কাজত স্থবিৰতা

অসম সচিবালয়ত কম্পিউটাৰৰ পৰা আলপিনলৈকে নাটনি, প্ৰশাসনিক কাম-কাজত স্থবিৰতা

October 29, 2026 2:28 pm
“মই গৌৰৱেৰে কওঁ মই দিমাগী নক্সাল”: নাছিৰুদ্দিন শ্বাহৰ মন্তব্যক লৈ সৰৱ কেন্দ্ৰীয় মন্ত্ৰী কিৰেণ ৰিজিজু

“মই গৌৰৱেৰে কওঁ মই দিমাগী নক্সাল”: নাছিৰুদ্দিন শ্বাহৰ মন্তব্যক লৈ সৰৱ কেন্দ্ৰীয় মন্ত্ৰী কিৰেণ ৰিজিজু

October 29, 2026 2:16 pm
বন্ধুৰ বাবেও কৰৱা চৌথৰ ব্ৰত, স্বামীৰ দৰে সম্পৰ্কৰ অভিযোগ! ১৩ বছৰৰ দাম্পত্যত যতি পেলালে আদালতে

বন্ধুৰ বাবেও কৰৱা চৌথৰ ব্ৰত, স্বামীৰ দৰে সম্পৰ্কৰ অভিযোগ! ১৩ বছৰৰ দাম্পত্যত যতি পেলালে আদালতে

October 29, 2026 1:39 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

‘ক্ষমতা সলনিৰ পৰিকল্পনা’লৈ হিংসাত লিপ্ত হ’লে নাপাব চৰকাৰী চাকৰি; নিৰ্দেশ জাৰি চৰকাৰৰ

‘ক্ষমতা সলনিৰ পৰিকল্পনা’লৈ হিংসাত লিপ্ত হ’লে নাপাব চৰকাৰী চাকৰি; নিৰ্দেশ জাৰি চৰকাৰৰ

October 29, 2026 2:34 pm
অসম সচিবালয়ত কম্পিউটাৰৰ পৰা আলপিনলৈকে নাটনি, প্ৰশাসনিক কাম-কাজত স্থবিৰতা

অসম সচিবালয়ত কম্পিউটাৰৰ পৰা আলপিনলৈকে নাটনি, প্ৰশাসনিক কাম-কাজত স্থবিৰতা

October 29, 2026 2:28 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd