• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, August 29, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

আটাছুৰ বিধেয়ক বিৰোধী জোঁৰ সমদলে কঁপালে দক্ষিণহেঙ্গেৰা

ৰিতুপল্লৱ শইকীয়া by ৰিতুপল্লৱ শইকীয়া
February 10, 2019 6:38 am
e1a3c854a44af4dbc2ce6e66a5a64c38.0

গোলাঘাটৰ দক্ষিণহেঙ্গেৰাত শনিবাৰে গধূলি উলিওৱা বিধেয়ক বিৰোধী জোঁৰ সমদল। ফটো : নৰ্থইষ্ট নাও

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অসমৰ জনগণৰ প্ৰবল বিৰোধিতাৰ পাছতো শনিবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয় অসমত আহি নাগৰিকত্ব সংশোধনী বিধেয়ক গৃহীত কৰিবই বুলি পুনৰ ঘোষণা কৰাৰ পাছতে গোলাঘাটৰ দক্ষিণহেঙ্গেৰা অঞ্চলৰ ৰাইজ বিজেপিৰ বিৰুদ্ধে জাঙুৰ খাই উঠে।

সদৌ টাই আহোম ছাত্ৰ সন্থাৰ দক্ষিণহেঙ্গেৰা আঞ্চলিকৰ উদ্যোগত শনিবাৰে সন্ধিয়া ৰাইজে কঠিয়াতলী চাৰিআলিৰ পৰা দক্ষিণহেঙ্গেৰা বজাৰলৈ এক জোঁৰ সমদলৰ কাৰ্যসূচী ৰূপায়ণ কৰে।

Apply Now

আটাছুৰ দক্ষিণহেঙ্গেৰা আঞ্চলিকৰ সভাপতি কৌশিক বুঢ়াগোঁহাই, যুটীয়া সম্পাদক বিতোপন দুৱৰা, তুলসী দুৱৰাৰ নেতৃত্বত সংগঠিত এই কাৰ্যসূচীৰ আৰম্ভণিতে কঠিয়াতলী চাৰিআলিত আটাছুৰ কেন্দ্ৰীয় সাংস্কৃতিক সম্পাদক সুনিল গগৈয়ে এই জাতিধংসী বিধেয়কৰ বিৰুদ্ধে বক্তব্য ৰাখি সমদল মুকলি কৰে।

উল্লেখযোগ্য যে  হিন্দু, মুছলমান, চাহ জনগোষ্ঠীকে মূখ্য কৰি অঞ্চলটোৰ সকলো সম্প্ৰদায়ৰ প্ৰায় ডেৰ সহস্ৰাধিক ৰাইজে অংশগ্ৰহণ কৰি নাগৰিকত্ব বিধেয়ক বাতিল কৰক, বিজেপি গ’ বেক, আৰএছএছ হুচিয়াৰ আদি শ্ল’গানেৰে অঞ্চলটোৰ আকাশ বতাহ কঁপাই তোলে।

সমদলৰ শেষত দক্ষিণহেঙ্গেৰাত অনুষ্ঠিত আটাছুৰ জিলা কাৰ্যকৰী সভাপতি পংকজ গগৈয়ে আঁত ধৰা প্ৰতিবাদী সভাত মদ মুক্তি দাবী সমিতিৰ সভাপতি প্ৰবীণ দাস, আটাছুৰ জিলা যুটীয়া সম্পাদক গৌতম লাহন, এআইএছএফৰ ৰাজ্যিক উপসভাপতি বিতোপন গগৈ, ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ পিন্টু গগৈ, কংগ্ৰেছৰ জিলা সম্পাদক লুটফুৰ ৰহমান আদিয়ে বক্তব্য ৰাখে।

বক্তাসকলে এই বিধেয়ক কোনো কাৰণতে গৃহীত কৰিবলৈ দিয়া নহ’ব বুলি কৈ শেষ বিন্দু তেজ থকালৈকে অসমীয়াই ইয়াৰ বিৰুদ্ধে যুঁজিব বুলি সকীয়াই দি বিজেপিক ইয়াৰ উত্তৰ নিৰ্বাচনত দিব বুলি স্পষ্ট কৰি দিয়ে।

এই প্ৰতিবাদী কাৰ্যসূচীত আটাছুৰ জিলা উপসভাপতি ধ্ৰুৱজ্যোতি শইকীয়া, যুটীয়া সম্পাদক দ্বীপজ্যোতি তামূলী, প্ৰচাৰ সম্পাদক জুমন কোঁৱৰ, মুখ্য সাংগঠনিক সম্পাদক পাৰ্থ কোঁৱৰো উপস্থিত থাকে।

ৰিতুপল্লৱ শইকীয়া

ৰিতুপল্লৱ শইকীয়া

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

অসমৰ প্ৰথমগৰাকী মহিলা IAS বিষয়া হিচাপে কেন্দ্ৰৰ যুটীয়া সচিব পদৰ বাবে মনোনীত বৰ্ণালী ডেকা

অসমৰ প্ৰথমগৰাকী মহিলা IAS বিষয়া হিচাপে কেন্দ্ৰৰ যুটীয়া সচিব পদৰ বাবে মনোনীত বৰ্ণালী ডেকা

August 29, 2026 7:28 pm
খাৰ্গেৰ সভাস্থলীত ‘শুদ্ধিকৰণ’! অস্পৃশ্যতাৰ নতুন ৰূপ বুলি বিজেপি-আৰএছএছক তীব্ৰ আক্ৰমণ ৰাহুল গান্ধীৰ

খাৰ্গেৰ সভাস্থলীত ‘শুদ্ধিকৰণ’! অস্পৃশ্যতাৰ নতুন ৰূপ বুলি বিজেপি-আৰএছএছক তীব্ৰ আক্ৰমণ ৰাহুল গান্ধীৰ

August 29, 2026 6:06 pm
ধ্বংস হ’ব কপিলীৰ শিহু, নিঃশেষ হ’ব বন্যহস্তী আৰু পৰিভ্ৰমী চৰাই! অসমৰ পৰিৱেশ ধ্বংসৰ বাবে মেক্স চিমেণ্টৰ ভুৱা প্ৰতিবেদন

ধ্বংস হ’ব কপিলীৰ শিহু, নিঃশেষ হ’ব বন্যহস্তী আৰু পৰিভ্ৰমী চৰাই! অসমৰ পৰিৱেশ ধ্বংসৰ বাবে মেক্স চিমেণ্টৰ ভুৱা প্ৰতিবেদন

August 29, 2026 4:56 pm
তিনিচুকীয়াত ব্যৱসায়ীক আলফা(স্বা)ৰ নামত ধন দাবীৰ পত্ৰ!

তিনিচুকীয়াত ব্যৱসায়ীক আলফা(স্বা)ৰ নামত ধন দাবীৰ পত্ৰ!

August 29, 2026 4:01 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

অসমৰ প্ৰথমগৰাকী মহিলা IAS বিষয়া হিচাপে কেন্দ্ৰৰ যুটীয়া সচিব পদৰ বাবে মনোনীত বৰ্ণালী ডেকা

অসমৰ প্ৰথমগৰাকী মহিলা IAS বিষয়া হিচাপে কেন্দ্ৰৰ যুটীয়া সচিব পদৰ বাবে মনোনীত বৰ্ণালী ডেকা

August 29, 2026 7:28 pm
খাৰ্গেৰ সভাস্থলীত ‘শুদ্ধিকৰণ’! অস্পৃশ্যতাৰ নতুন ৰূপ বুলি বিজেপি-আৰএছএছক তীব্ৰ আক্ৰমণ ৰাহুল গান্ধীৰ

খাৰ্গেৰ সভাস্থলীত ‘শুদ্ধিকৰণ’! অস্পৃশ্যতাৰ নতুন ৰূপ বুলি বিজেপি-আৰএছএছক তীব্ৰ আক্ৰমণ ৰাহুল গান্ধীৰ

August 29, 2026 6:06 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd