• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Monday, March 8, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

ছয় জনগোষ্ঠীৰ জনজাতিকৰণৰ বিৰুদ্ধে বাক্সাত বৃহৎ জোঁৰ সমদল

NE NOW NEWS দীপক কুমাৰ পাঠক
তামুলপুৰ , February 5, 2019 9:29 pm

1 min read

Torch rally at Baksa
2.7k
VIEWS
Share on FacebookShare on Twitter

অসমৰ ছয় জনগোষ্ঠীক জনজাতিকৰণৰ বাবে গ্ৰহণ কৰা প্ৰস্তাৱৰ বিৰুদ্ধে জনগোষ্ঠীয় সংগঠনসমূহৰ সমন্বয়ৰক্ষী সমিতি (চি চি টি অ’ এ)ৰ আহ্বান মৰ্মে আজি সন্ধিয়া অঞ্চলটোৰ কেইবাটাও সংগঠনে বাক্সা জিলাৰ ভাৰত-ভুটান সীমান্তৰ অনঠাইবাৰীত এক প্ৰতিবাদী জোঁৰ সমদল উলিয়ায়।

সমন্বয়ৰক্ষী সমিতিৰ অন্তৰ্ভুক্ত নিখিল বড়ো ছাত্র সংস্থা (এবছু)ৰ নাগ্ৰীজুলি আঞ্চলিক সমিতিৰ অন্তৰ্গত হিলালি প্ৰাথমিক সমিতি, সদৌ অসম ট্ৰাইবেল সংঘ, স্থানীয় নিখিল ৰাভা ছাত্ৰ সন্থা, বৰ্মন কছাৰী ছাত্র সন্থা, গাৰো, হাজংকে ধৰি কেইবাটাও জনজাতীয় সংগঠনৰ কেইবা শতাধিক নেতা-কৰ্মীয়ে অংশগ্ৰহণ কৰে।

প্ৰতিবাদকাৰীসকলে ভাৰত-ভুটান সীমান্তৰ অনঠাইবাৰীস্থিত ইৰাগদাও প্ৰাথমিক বিদ্যালয়ত সমবেত হৈ হাতে-হাতে জোঁৰ লৈ ‘ছয় জনগোষ্ঠীক জনজাতিকৰণ প্ৰক্ৰিয়া বন্ধ কৰক, বিজেপি হাতাও ট্ৰাইবেল বাঁচাও, অসম চৰকাৰ হাই হাই, মোদী চৰকাৰ হাই হাই, বিজেপি গ’বেক, আমাৰ দাবী নায্য দাবী’ আদি শ্ল’গানেৰে ৩নং দোঙৰগাঁও, বৰ্মন কছাৰী চুপা, জয়পুৰ চুপা, গাৰোবস্তি চুপা, ঠাচবাৰী চুপা, দৈমাবাৰী চুপা হৈ পুনৰ অনঠাইবাৰীস্থিত ইৰাগদাও প্ৰাথমিক বিদ্যালয়ত প্ৰতিবাদী সমদল সমাপ্ত কৰে।

ছয় জনগোষ্ঠীৰ জনজাতিকৰণ প্ৰক্ৰিয়া বাতিল নকৰিলে জনগোষ্ঠীয় সংগঠনসমূহৰ সমন্বয়ৰক্ষী সমিতিয়ে অনাগত দিনত চৰকাৰৰ বিৰুদ্ধে আন্দোলন তীব্ৰতৰ কৰি তুলিব বুলিও হুংকাৰ দিয়ে।

Recent News

index.jpga

‘পোন্ধৰ বছৰে এয়ুইউডিএফে ধিং সমষ্টিত কৰিব নোৱাৰা কাম মই আঢ়ৈ বছৰত কৰি দেখুৱাম’; ৰাইজৰ দলৰ প্ৰাৰ্থী মেহবুব মোক্তাৰ

index.jpgkkk

কা সমৰ্থিত বৰাক উপত্যকাতো অসম জাতীয় পৰিষদে নিৰ্বাচন খেলিব ৫ সমষ্টিত

নতুন কৃষি আইনৰ সংশোধন কৰিবলৈ সাজু কেন্দ্ৰ চৰকাৰ : কৃষিমন্ত্ৰী নৰেন্দ্ৰ সিং তোমাৰ

নতুন কৃষি আইনৰ সংশোধন কৰিবলৈ সাজু কেন্দ্ৰ চৰকাৰ : কৃষিমন্ত্ৰী নৰেন্দ্ৰ সিং তোমাৰ

index.jpgk

এইবাৰ আসনক লৈ কংগ্ৰেছ আৰু আঞ্চলিক গণ মৰ্চাৰ মতানৈক্য! : দাবী কৰা দুয়োখন আসনৰ পৰা বঞ্চিত মৰ্চা!

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd