• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, July 6, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

কৃত্ৰিম নাটনিৰে অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধি কৰা ব্যৱসায়ীৰ বিৰুদ্ধে লোবা হ’ব আইনী ব্যৱস্থা

দীপক কুমাৰ পাঠক by দীপক কুমাৰ পাঠক
May 6, 2020 6:44 pm
প্ৰতিনিধিত্বমূলক ছবি

প্ৰতিনিধিত্বমূলক ছবি

756
VIEWS
Share on FacebookShare on Twitter

দেশত চলি থকা লকডাউনৰ বাবে এচাম দিন হাজিৰা কৰা দুখীয়া, শ্ৰমিক শ্ৰেণীৰ লোক কৰ্মহীন হৈ পৰিছে আৰু তীব্ৰ খাদ্য সংকট, অৰ্থনৈতিক সংকটত ভুগিব লগীয়া হৈছে।

কিন্তু এনে সংকটৰ সময়তো এচাম দুষ্ট ব্যৱসায়ীয়ে নিজৰ খেয়াল খুচি মতে অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধি কৰিছে।

এই ক্ষেত্ৰত উদ্বিগ্নতা প্ৰকাশ কৰি ৰাজহ ,দুৰ্যোগ প্ৰশমন আৰু জলসিঞ্চন মন্ত্ৰী ভৱেশ কলিতাই উক্ত ব্যৱসায়ীসকলক অত্যাৱশ্যকীয়  সামগ্ৰীৰ কৃত্ৰিম নাটনিৰ সৃষ্টি কৰি গ্ৰাহকৰ পৰা অধিক মূল্য নল’ববলৈ সকিয়াই দিয়ে।

মন্ত্ৰী ভবেশ কলিতা

আজি সংবাদ মাধ্যমৰ আগত মন্ত্ৰীজনে দোকানীসকলক গ্ৰাহকৰ পৰা চৰকাৰে নিৰ্ধাৰণ কৰি দিয়া মূল্য ল’বলৈ কয়।

তেওঁ লগতে কয় যে যিসকল ব্যৱসায়ীয়ে বজাৰত কৃত্ৰিম নাটনিৰ সৃষ্টি কৰি গ্ৰাহকৰ পৰা অধিক মূল্য আদায় কৰি আছে তেওঁলোকৰ বিৰুদ্ধে আইনী ব্যৱস্থাও গ্ৰহণ কৰা হ’ব।

এইক্ষেত্ৰত মন্ত্ৰী গৰাকীয়ে যোগান বিভাগৰ বিষয়া কৰ্মচাৰী সকলক এনে ব্যৱসায়ীৰ ওপৰত চোকা দৃষ্টি ৰাখিবলৈ নিৰ্দেশ দিয়ে।

বিশ্বত কোভিড ১৯ ৰ ভয়াৱহতাৰ কথা উল্লেখ কৰি মন্ত্ৰী গৰাকীয়ে কয় যে কোভিড ১৯ মাৰাত্মক ভাইৰাছ বিধৰ পৰা ৰক্ষা পাবলৈ এক মাত্ৰ উপায় হৈছে লক ডাউনৰ নীতি নিয়ম মানি চলা।

কোভিড-১৯ প্ৰতিহত কৰাৰ ক্ষেত্ৰত মন্ত্ৰী গৰাকীয়ে  ৰাইজক লকডাউন মানি চলিবলৈ অনুৰোধ জনাই কয় যে যধে মধে ৰাইজে বাহিৰলৈ ওলাই আহিব নালাগে।

এৰাব নোৱাৰা কাৰণত ৰাইজে বাহিৰলৈ ওলাই আহিলে ৬ ফুট দূৰত্বত থাকি সামাজিক ব্যৱধান মানি চলিব লাগে। মাস্ক পৰিধান কৰি নাইবা মাস্ক নাথাকিলে গামোচাখন মুখত  ব্যৱহাৰ কৰিহে বাহিৰলৈ ওলাই আহিবলৈ তেওঁ আহ্বান জনায়।

Recent News

১৭ বছৰত ৪২খন বিশ্ববিদ্যালয়ত অধ্যয়ন! ২০ টা ডিগ্ৰীৰ অধিকাৰী কোন এই গৰাকী ভাৰতীয়

১৭ বছৰত ৪২খন বিশ্ববিদ্যালয়ত অধ্যয়ন! ২০ টা ডিগ্ৰীৰ অধিকাৰী কোন এই গৰাকী ভাৰতীয়

আই চি ইউত সংকটজনক অৱস্থাত অভিনেতা; কন্যাৰ অনুৰোধত আৰ্থিক সাহায্য আগবঢ়ালে কোনে?

আই চি ইউত সংকটজনক অৱস্থাত অভিনেতা; কন্যাৰ অনুৰোধত আৰ্থিক সাহায্য আগবঢ়ালে কোনে?

ষষ্ঠ অনুসূচীৰ অধীনত হিমন্ত চৰকাৰে জনজাতীয় স্বায়ত্তশাসন হৰণ কৰাৰ অভিযোগ গৌৰৱ গগৈৰ

ষষ্ঠ অনুসূচীৰ অধীনত হিমন্ত চৰকাৰে জনজাতীয় স্বায়ত্তশাসন হৰণ কৰাৰ অভিযোগ গৌৰৱ গগৈৰ

শীঘ্ৰেই ডি ৱাই চন্দ্ৰচুড়ৰ বাংলো খালী কৰক; কেন্দ্ৰলৈ চিঠি উচ্চতম ন্যায়ালয়ৰ! ঘটনাটো কি?

শীঘ্ৰেই ডি ৱাই চন্দ্ৰচুড়ৰ বাংলো খালী কৰক; কেন্দ্ৰলৈ চিঠি উচ্চতম ন্যায়ালয়ৰ! ঘটনাটো কি?

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd