• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Thursday, April 22, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

কলিয়াবৰত হোলীৰ সৈতে সংগতি ৰাখি ঘৰে ঘৰে গৈ প্ৰদৰ্শন পৰম্পৰাগত লাঠী নৃত্য

NE NOW NEWS ৰিদিপ শৰ্মা
কলিয়াবৰ , March 31, 2021 4:51 pm

1 min read

a hospital
8.2k
VIEWS
Share on FacebookShare on Twitter

আবিৰৰ ৰঙেৰে উদ্ভাসিত সমগ্ৰ দেশৰ লগতে সমগ্ৰ ৰাজ্য। ব্যতিক্ৰম নহয় নগাঁও জিলাৰ কলিয়াবৰ।

কলিয়াবৰত ফাকুৱাৰ উপলক্ষে একাংশ যুৱক-যুৱতীয়ে ঘৰুৱাভাবে প্ৰদৰ্শন কৰিছে পৰম্পৰাগত নৃত্য।

কলিয়াবৰৰ দলগাওঁ বামুনভেটি চটনামি গাওঁৰ যুৱক-যুৱতীয়ে ঘৰে ঘৰে গৈ লাঠী খেল খেলি খেলি পূৰ্বৰে পৰা চলি অহা পৰম্পৰা ৰক্ষা কৰাৰ চেষ্টাত ব্ৰতী হৈছে।

ফাকুৱাৰ পূৰ্বৰে পৰা আখৰা আৰম্ভ কৰি ফাকুৱাৰ ৭ দিন পৰ্য্যন্ত গাওঁৰ ৰাইজৰ ঘৰে ঘৰে গৈ ব্যস্ত হয় নৃত্য প্ৰদৰ্শনত।

লাঠী নৃত্যৰ অন্তত গৃহস্থই দলটোৰ জ্যেষ্ঠ সকলক ফাকুৱাৰ তিলক লগাই আশীৰ্বাদ লোৱাৰ লগতে কণিষ্ঠ সকলক ফাকু লগাই মৰম যাচি সকলোৰে পৰা আশীৰ্বাদ গ্ৰহণ কৰে।

Recent News

Last-Rites-of-Bhitali-Das-750x430

নৱগ্ৰহ শ্মশানত গুণমুগ্ধৰ উপস্থিতিত পঞ্চভূতত বিলীন হ’ল শিল্পী ভিতালী দাসৰ নশ্বৰদেহ

হ’ব নেকি ল’কডাউন? সৰ্বদলীয় বৈঠকত কি সিদ্ধান্ত ল’লে মুখ্যমন্ত্ৰীয়ে?

হ’ব নেকি ল’কডাউন? সৰ্বদলীয় বৈঠকত কি সিদ্ধান্ত ল’লে মুখ্যমন্ত্ৰীয়ে?

বংগ নিৰ্বাচন : ভোটগ্ৰহণ কেন্দ্ৰতে পোলিং অফিচাৰে চিঞৰি উঠিল- ‘জয় শ্ৰীৰাম’! তুমুল চাঞ্চল্য

বংগ নিৰ্বাচন : ভোটগ্ৰহণ কেন্দ্ৰতে পোলিং অফিচাৰে চিঞৰি উঠিল- ‘জয় শ্ৰীৰাম’! তুমুল চাঞ্চল্য

যোৱা বৰ্ষত জেলৰ পৰা উধাও হোৱা অবৈধ মাৰণাস্ত্ৰ সৰবৰাহকাৰীক পুনৰ আটক, ক’ত?

যোৱা বৰ্ষত জেলৰ পৰা উধাও হোৱা অবৈধ মাৰণাস্ত্ৰ সৰবৰাহকাৰীক পুনৰ আটক, ক’ত?

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd