• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Wednesday, April 21, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

বোকাখাতত বিধানসভা নিবার্চনৰ পটভূমিত বি.এল.অ আৰু অংগনবাড়ীকর্মীক ক’ভিড সম্পর্কীয় প্রশিক্ষণ

Uttam Saikia উত্তম শইকীয়া
বােকাখাত , March 12, 2021 8:45 pm

1 min read

a boka
1.1k
VIEWS
Share on FacebookShare on Twitter

আগন্তুক বিধান সভা নিৰ্বাচনৰ পটভূমিত জনস্বাস্থ্যৰ প্রতি লক্ষ্য ৰাখি ভাৰতীয় নির্বাচনী আয়ােগে ক’ভিড- ১৯ ৰ প্ৰতিৰোধ সম্পর্কত ল’বলগীয়া কেতবােৰ নীতি নির্দেশনা প্রণয়ন কৰিছে।

বােকাখাত নির্বাচনী জিলাত অহা ২৭ মার্চত হ’বলগীয়া প্রথম পর্যায়ৰ বিধানসভা নির্বাচনৰ ভোটগ্রহণৰ সময়ছােৱাত পালন কৰিবলগীয়া ক’ভিড-১৯ ৰ নীতি-নির্দেশনা সম্পৰ্কে আজি বােকাখাত নাট্যমন্দিৰত বিএল অ’আৰু আংগনবাড়ী কৰ্মীসকলকমহকুমা নিৰ্বাচনী বিভাগৰ তৰফৰ পৰা প্রশিক্ষণ দিয়া হয়।

ক’ভিড নিয়মাৱলী সম্পর্কে প্রশিক্ষণ প্রদান কৰে ডাঃ সৌমিপজ্যোতি বৰাই।

উক্ত প্রশিক্ষণকালত উপস্থিত থাকে বােকাখাত মহকুমাধিপতি তথা জিলা নির্বাচনী বিষয়া  বিপুল দাস সাধাৰণ পর্যবেক্ষক ভাৰতীয় প্রশাসনিক সেৱা বিষয়া কনৱলপ্রীত ব্রাৰ,ৰাজহচক্রৰবিষয়া(সংলগ্ন) তথা ডাক বেলট কোষৰ ভাৰপ্ৰাপ্ত বিষয়া শ্বগুফতা অঞ্জোম চোহেলী।

প্ৰশিক্ষণত মহকুমাটোৰ সকলো অগংনবাড়ী কৰ্মী আৰু বি এল অ’সকলে অংশগ্ৰহণ কৰে ৷

Recent News

index.jpg

কোভিড১৯ত আক্ৰান্ত কেন্দ্ৰীয় শিক্ষা মন্ত্ৰী ৰমেশ পখ্ৰিয়াল নিশাংক

Bhitali Das1

কেনে আছে ‘দৰদী’ কন্ঠশিল্পী ভিতালী দাস? জানক শেহতীয়া খবৰ

index

এফালে কৰোনাতংকত কঁপি আছে দেশ; আনফালে ‘অক্সিজেন যুদ্ধ’ত প্ৰবৃত্ত দেশৰ কেবাখনো প্ৰদেশ

warrior

প্রতিবাদত মানিলে সেও : কোভিড যোদ্ধাৰ ৫০ লাখ টকাৰ বীমা বাহাল ৰখাৰ সিদ্ধান্ত চৰকাৰৰ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd