• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Tuesday, January 26, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

দৰ্শনাৰ্থীয়ে পেলাই যোৱা পেলনীয়া আৱৰ্জনা ডাকযোগে ঘৰলৈ পঠিয়াই দিব থাইলেণ্ড চৰকাৰে

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , September 19, 2020 12:31 pm

1 min read

WhatsApp Image 2020-09-19 at 12.00.36 PM
373
VIEWS
Share on FacebookShare on Twitter

থাইলেণ্ড চৰকাৰে গ্ৰহণ কৰিছে পৰিৱেশ ৰক্ষাৰ এক ব্যতিক্ৰমী পদক্ষেপ।

থাইলেণ্ডৰ নেশ্যনেল পাৰ্কত ভ্ৰমণ কৰিবলৈ গৈ পেলনীয়া আৱৰ্জনা পেলাই আহিলে সেয়া ডাকযোগে ঘৰলৈ পঠিয়াব চৰকাৰে।

প্ৰকৃতিৰ সান্নিধ্য বিচাৰি গৈ পৰিৱেশ বিনষ্ট কৰা বিষয়টো বিবেচনা কৰিবলৈ সোঁৱৰাই দিবলৈকে এনে ব্যৱস্থা গ্ৰহণ কৰিছে।

বাতৰি অনুসৰি, দেশখনৰ পৰিৱেশ দপ্তৰৰ মন্ত্ৰীয়ে স্পষ্ট কৰি দিছে যে বেংককৰ ওচৰৰ জনপ্ৰিয় খাও ইয়াই ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষই শীঘ্ৰেই এনেদৰে উদ্যানৰ পৰিৱেশ বিনষ্টকাৰীসকলৰ ঘৰলৈ তেওঁলোকে পেলাই অহা আৱৰ্জনা পঠিয়াবলৈ আৰম্ভ কৰিব।

সেইদৰে, অপৰাধী হিচাপে তেওঁলোকৰ নামো আৰক্ষীৰ ডায়েৰীত সন্নিৱিষ্ট হ’ব।

উদ্যানখনলৈ অহা দৰ্শনাৰ্থীসকলে ঠিকনা দি পঞ্জীয়ন কৰিব লাগিব যাতে তেওঁলোকে পেলাই থৈ অহা আৱৰ্জনা ঘুৰাই পঠিয়াই দিয়াত সুবিধা হয়।

এনেধৰণে সংগ্ৰহ কৰা আৱৰ্জনা পাৰ্ছেল কৰাৰ বাবে সাজু কৰি ইয়াৰ কিছুমান ছবি দেশখনৰ পৰিৱেশ বিভাগৰ মন্ত্ৰী ভাৰায়ুত ছিল্পা-আৰচাই ফেচবুকত প’ষ্ট কৰিছে।

প’ষ্টটোত লগতে লিখিছে যে আপোনালোকৰ আৱৰ্জনা আমি আপোনালোকৰ ওচৰলৈ ঘুৰাই পঠিয়াই দিম।

সেই প’ষ্টটোৰ ছবিখনত দেখা গৈছে কিছুমান খালী প্লাষ্টিকৰ বটল, কেন, চিপছৰ এটি টোপোলা পেকেট কৰি পাৰ্ছেলৰ বাবে সাজু কৰা হৈছে।

উদ্যান কৰ্তৃপক্ষই জনায় যে পেলাই যোৱা এইবোৰ আৱৰ্জনা উদ্যানখনৰ বন্যপ্ৰাণীসকলৰ বাবেও বিপদজনককিয়নো সিঁহতে এইবোৰ খাৱলৈ বিচাৰে।

Recent News

অসমত বিজেপিক ৰুধিবলৈ সাজু কংগ্ৰেছ; ছোনিয়া গান্ধীয়ে গঠন কৰি দিলে কেইবাখনো সমিতি

অসমত বিজেপিক ৰুধিবলৈ সাজু কংগ্ৰেছ; ছোনিয়া গান্ধীয়ে গঠন কৰি দিলে কেইবাখনো সমিতি

শিৱসাগৰত ৰাষ্ট্ৰীয় ভোটাৰ দিৱস উদযাপন

শিৱসাগৰত ৰাষ্ট্ৰীয় ভোটাৰ দিৱস উদযাপন

ভাৰত আৰু চীনা সৈন্যৰ মাজত অনুষ্ঠিত হোৱা নৱম লানি বৈঠকক যোগাত্মক, বাস্তৱিক আৰু গঠনমূলক আখ্যা ভাৰতীয় সেনা বাহিনীৰ

ভাৰত আৰু চীনা সৈন্যৰ মাজত অনুষ্ঠিত হোৱা নৱম লানি বৈঠকক যোগাত্মক, বাস্তৱিক আৰু গঠনমূলক আখ্যা ভাৰতীয় সেনা বাহিনীৰ

আই পি এলৰ বাবে টেষ্ট চেম্পিয়নশ্বিপৰ ফাইনেল পিছুৱালে আই চি চিয়ে

আই পি এলৰ বাবে টেষ্ট চেম্পিয়নশ্বিপৰ ফাইনেল পিছুৱালে আই চি চিয়ে

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd