DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Wednesday, February 1, 2023
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

কোভিড-১৯ৰ লকডাউনৰ ফলত ক্ষতিগ্ৰস্ত হৈ পৰা ট্ৰেভেল এজেন্সিসমূহক জীয়াই ৰাখিব পৰা যাবনে?

এন ই নাও নিউজ by এন ই নাও নিউজ
June 14, 2020 11:04 am
gari-gari-gari-750x375

প্ৰতিনিধিত্বমূলক ফটো

3.7k
VIEWS
Share on FacebookShare on Twitter

কোভিড-১৯ অতিমাৰীৰ কাৰণে ব্যৱসায়ৰ অভাৱত ট্ৰেভেল এজেন্সিৰ মালিকসকল এক কঠিন সময়ৰ মাজেৰে চলিবলগীয়া হৈছে।

তেওঁলোকে ঋণৰ বোজা কঢ়িয়াব লগা হৈছে আৰু ঋণৰ কিস্তি আদায় দিবলৈকো অসমৰ্থ হৈ পৰিছে।

বাতৰি অনুসৰি, একাংশ মালিকে তেওঁলোকৰ বাহনবোৰ বিক্ৰী কৰিবলৈ লোৱাৰ বিপৰীতে কিছুমান ক্ষেত্ৰত বেংকে গাড়ীসমূহ জব্দ কৰিছে।

বহুতো মালিকে আনকি ব্যৱসায় বন্ধ কৰিবলৈকো আৰম্ভ কৰিছে।

বহুতো মালিকে এতিয়া কম দামতে তেওঁলোকৰ গাড়ীবোৰ বিক্ৰী কৰিবলৈ বাধ্য হৈছে।

তেওঁলোকে ভাৱে যে আন ব্যৱসায়ত থকাসকলে তেওঁলোকৰ কামবোৰ পুনৰ উজ্জীৱিত কৰি তুলিব পাৰে।

কিন্তু ট্ৰেভেল ইণ্ডাষ্ট্ৰীৰ ক্ষেত্ৰত সেইটো নহয়। তেওঁলোকৰ বীমাৰ ধন দিবলৈ বাকী আছে আৰু ঋণ বৃদ্ধি পাই গৈ আছে।

আনকি তেওঁলোকে যদি তেওঁলোকৰ ব্যৱসায় পুনৰ আৰম্ভ কৰেও তেতিয়াও তেওঁলোকক আগৰ স্থিতিলৈ ঘুৰি আহিবলৈ আৰু তিনিমাহ সময় লাগিব।

আনহাতে, গাড়ীবোৰ ঠিকমতে চলি নাথাকিলে সেইবোৰৰ মেৰামতিৰ বাবে অতিৰিক্ত খৰচৰ প্ৰয়োজন হ’ব।

বৰ্তমান ট্ৰেভেল এজেন্সিসমূহে চৰকাৰৰ পৰা সাহায্য দাবী কৰিছে।

ইপিনে, লকডাউনৰ সময়ত যদিও ঋণৰ কিস্তি আদায়ৰ ক্ষেত্ৰত সকাহ দিয়াৰ কথা ঘোষণা কৰা হৈছিল ট্ৰেভেল এজেন্সিসমূহৰ মালিকসকলৰ মতে সেয়া মাথোঁ সাময়িক সকাহহে।

আনকি প্ৰাইভেট ট্ৰেভেল এজেন্সিসমূহে উবেৰ আৰু অ’লাৰ দৰে বৃহৎ কোম্পানীবোৰৰ পৰা ভাবুকিৰ সন্মুখীন হৈছে।

এই সংকটৰ সময়ত সমস্যাসমূহ দূৰ কৰিবলৈ ট্ৰেভেল এজেন্সি উদ্যোগটোৱে চৰকাৰৰ পৰা কিস্তিৰ সুতৰ হাৰ বাতিল কৰা, পথ কৰ সংগ্ৰহৰ পৰা বিৰত থকা, কেইমাহমানৰ বাবে বীমা ৰেহাই দিয়া তথা ৰাজসাহায্যযুক্ত গাড়ীৰ ঋণ আগবঢ়োৱাৰ দৰে ৰেহাইমূলক ব্যৱস্থাৰ দাবী কৰিছে।

Recent News

Uma Bharti on liquor shops

গো আশ্ৰয় শিবিৰলৈ ৰূপান্তৰিত কৰা হ’ব সকলো সুৰা বিপণী! উমা ভাৰতীৰ হুমকি

Budget 2023

নিৰ্বাচন উপলক্ষ্যে চমৎকাৰী বাজেট! মধ্যবিত্তক কৰ ৰেহাই সীতাৰমণৰ!

Man rape girlfriend daughter

ধিক্ মানৱতা! প্ৰেয়সীৰ তিনি বছৰীয়া কন্যাক ধৰ্ষণ কৰি হত্যা যুৱকৰ

Budget 2023

সন্মুখত নিৰ্বাচন! সংসদত ‘অমৃত কালৰ প্ৰথমখন বাজেট’ দাখিল বিত্তমন্ত্ৰী সীতাৰমণৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd