• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 3, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

আশ্চৰ্য! ব্যৱসায়িক স্বাৰ্থত মহিলাক অপমানসূচক মন্তব্য; পংকজ পাঠকৰ বিৰুদ্ধে তৃণমূল মহিলা কংগ্ৰেছৰ গোচৰ

কল্পজোতি শইকীয়া, গুৱাহাটী by কল্পজোতি শইকীয়া, গুৱাহাটী
July 17, 2022 7:51 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

FIR against Pankaj Pathak পংকজ পাঠকক আপোনাৰ মনত আছেনে? সেই যে বিভিন্ন বনৌষধৰ বিধান প্ৰদান কৰি সততে চৰ্চাত থাকিব বিচৰা পংকজ পাঠক! সেই গৰাকী পংকজ পাঠকৰ এটা মন্তব্যই এতিয়া তোলপাৰ লগাইছে সমগ্ৰ ৰাজ্যত।

ৰিলছ বনোৱা মহিলাক উদ্দেশ্যি পংকজ পাঠকে তেওঁলোকৰ স্বামীসকলক বান্দৰ কেকোৱা নামৰ তেওঁ প্ৰস্তুত কৰা বনৌষধ ক্ৰয় কৰি খুৱাবলৈ পৰামৰ্শ দিছিল।

কিন্তু ৰিলছ বনোৱা মহিলাক এই বিশেষ টিপছ দি এতিয়া বিপদত পৰিছে পংকজ পাঠক।

Apply Now

লগতে পঢ়ক: ধৰ্মৰ ৰহস্য, ৰাজধানীৰ সম্প্ৰসাৰণ আৰু ৰাষ্ট্ৰীয় প্ৰতীকৰ চেহেৰা

পাঠকৰ বিৰূদ্ধে সৰব হৈ পৰিছে অসম তৃণমূল মহিলা কংগ্ৰেছ। 

অসম তৃণমূল মহিলা কংগ্ৰেছৰ এটা প্ৰতিনিধি দলে আজি পংকজ পাঠকৰ এই মন্তব্যৰ প্ৰতিবাদত বশিষ্ঠ আৰক্ষী থানাত এখন এজাহাৰ দাখিল কৰে৷

নিজৰ ব্যৱসায়িক স্বাৰ্থত মহিলা সন্দৰ্ভত কৰা অশালীন মন্তব্যৰ প্ৰতিবাদত বশিষ্ঠ আৰক্ষী থানাত এজাহাৰ দাখিল কৰে প্ৰতিনিধি দলটোৱে।

লগতে পঢ়ক: পুনৰ মহানগৰীত অঘটন; ব্ৰহ্মপুত্ৰৰ কোবাল সোঁতত উটি গ’ল এজন যুৱক

লগতে জাতিৰ পিতা মহাত্মা গান্ধীক লৈ হিন্দুত্ববাদী নেতা য়াতী নৰসিংহানন্দই কৰা বিৰূপ মন্তব্যৰ বিৰুদ্ধেও বশিষ্ঠ আৰক্ষী থানাত এজাহাৰ দাখিল কৰে প্ৰতিনিধি দলটোৱে ৷

প্ৰতিনিধি দলটোত অসম তৃণমূল কংগ্ৰেছৰ মুখপাত্ৰ ভৱানী কলিতা, অসম মহিলা তৃণমূল কংগ্ৰেছৰ সাধাৰণ সম্পাদিকা অঞ্জলি ব্ৰহ্ম আৰু স্মৃতি শৰ্মা হাজৰিকা, সম্পাদিকা পল্লৱী হাজৰিকা আৰু সদস্যা নিকিতা হালৈ উপস্থিত থাকে।

এজাহৰ দাখিল কৰি তৃণমূল মহিলা কংগ্ৰেছৰ প্ৰতিনিধি দলটোৰ স্পষ্ট মত নিকৃষ্ট মানসিকতাৰ এইজন পংকজ পাঠকে ক্ষমা খোজক।

লগতে পঢ়ক: Vice-President Election 2022: বিৰোধীদলৰ উপ-ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থী হ’ব কংগ্ৰেছ নেত্ৰী মাৰ্গাৰেট আলভা

কিন্তু ছ’চিযেল মিডিয়াত পংকজ পাঠকৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদৰ জোৱাৰ উঠাৰ পিছতো তেওঁৰ অদ্ভুত দাবী পূৰ্বৰ তুলনাত বান্দৰ কেকোৱাৰ বিক্ৰী যথেষ্ট বৃদ্ধি পাইছে।

কল্পজোতি শইকীয়া, গুৱাহাটী

কল্পজোতি শইকীয়া, গুৱাহাটী

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

ইজৰাইলী বাহিনীৰ আক্ৰমণত নিহত পেলেষ্টাইনী ফুটবল দলৰ গ’লৰক্ষক চেলিম আল-আছকাৰ

ইজৰাইলী বাহিনীৰ আক্ৰমণত নিহত পেলেষ্টাইনী ফুটবল দলৰ গ’লৰক্ষক চেলিম আল-আছকাৰ

July 3, 2026 1:28 pm
ভাৰত নহয়, নিজৰ সেনা আৰু নেতাইহে ধ্বংস কৰিছে পাকিস্তানক: ছিংগাপুৰৰ প্ৰাক্তন ৰাষ্ট্ৰদূতৰ বিস্ফোৰক মন্তব্য

ভাৰত নহয়, নিজৰ সেনা আৰু নেতাইহে ধ্বংস কৰিছে পাকিস্তানক: ছিংগাপুৰৰ প্ৰাক্তন ৰাষ্ট্ৰদূতৰ বিস্ফোৰক মন্তব্য

July 3, 2026 1:17 pm
অসম প্ৰকাশন পৰিষদৰ ‘গ্ৰন্থবৰ্ষ ২০২৫ ফেল’শ্বিপ’ ঘোষণা, ৪৯ গৰাকী লেখকলৈ এই বিশেষ সন্মান

অসম প্ৰকাশন পৰিষদৰ ‘গ্ৰন্থবৰ্ষ ২০২৫ ফেল’শ্বিপ’ ঘোষণা, ৪৯ গৰাকী লেখকলৈ এই বিশেষ সন্মান

July 3, 2026 1:08 pm
ইউক্ৰেইনৰ কিয়েভত মাৰাত্মক আক্ৰমণ ৰাছিয়াৰ, নিহত ২৭ জন; খৰখেদাকৈ দেশলৈ উভতিল জেলেনস্কি

ইউক্ৰেইনৰ কিয়েভত মাৰাত্মক আক্ৰমণ ৰাছিয়াৰ, নিহত ২৭ জন; খৰখেদাকৈ দেশলৈ উভতিল জেলেনস্কি

July 3, 2026 12:26 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ইজৰাইলী বাহিনীৰ আক্ৰমণত নিহত পেলেষ্টাইনী ফুটবল দলৰ গ’লৰক্ষক চেলিম আল-আছকাৰ

ইজৰাইলী বাহিনীৰ আক্ৰমণত নিহত পেলেষ্টাইনী ফুটবল দলৰ গ’লৰক্ষক চেলিম আল-আছকাৰ

July 3, 2026 1:28 pm
ভাৰত নহয়, নিজৰ সেনা আৰু নেতাইহে ধ্বংস কৰিছে পাকিস্তানক: ছিংগাপুৰৰ প্ৰাক্তন ৰাষ্ট্ৰদূতৰ বিস্ফোৰক মন্তব্য

ভাৰত নহয়, নিজৰ সেনা আৰু নেতাইহে ধ্বংস কৰিছে পাকিস্তানক: ছিংগাপুৰৰ প্ৰাক্তন ৰাষ্ট্ৰদূতৰ বিস্ফোৰক মন্তব্য

July 3, 2026 1:17 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd