• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Wednesday, January 20, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

১ অক্টোবৰৰ পৰা পৰ্যটকৰ বাবে পুনৰ মুকলি হ’ব ত্ৰিপুৰাৰ পৰ্যটন স্থান সমূহ

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , September 30, 2020 12:14 pm

1 min read

১ অক্টোবৰৰ পৰা পৰ্যটকৰ বাবে পুনৰ মুকলি হ’ব ত্ৰিপুৰাৰ পৰ্যটন স্থান সমূহ
274
VIEWS
Share on FacebookShare on Twitter

ত্ৰিপুৰা চৰকাৰে ১ অক্টোবৰৰ পৰা ৰাজ্যখনৰ সকলো পৰ্যটন স্থান পৰ্যটক সকলৰ বাবে পুনৰ মুকলি কৰি দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰিছে।

ত্ৰিপুৰাৰ পৰ্যটন মন্ত্ৰী প্ৰাণজিৎ সিংহ ৰয়ে মঙলবাৰে সংবাদ মাধ্যমক সম্বোধন কৰি এই কথা ঘোষণা কৰে।

ক’ৰ’না মহামাৰীৰ সংক্ৰমণৰ বাবে ত্ৰিপুৰাৰ সকলো পৰ্যটন স্থান বিগত মাৰ্চ মাহৰ পৰা বন্ধ কৰি ৰখা হৈছিল।

ত্ৰিপুৰাৰ অৰ্থনীতি বহু পৰিমাণে পৰ্যটন ক্ষেত্ৰৰ ওপৰত নিৰ্ভৰ কৰে যাৰ বাবে ত্ৰিপুৰা চৰকাৰে অক্টোবৰৰ ১ তাৰিখৰ পৰা ৰাজ্যখনৰ পৰ্যটন স্থান সমূহ পুনৰ মুকলি কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে।

যিসকল লোকৰ জীৱন আৰু জীৱিকা পৰ্যটন ক্ষেত্ৰত ওপৰত নিৰ্ভৰশীল সেইসকল লোক ক’ৰ’না মহামাৰীৰ সময়ত যথেষ্ট সমস্যাৰ সন্মুখিন হ’বলগীয়া হৈছে।

পৰ্যটন ক্ষেত্ৰখনক কোভিডৰ সময়ত পুনৰ উজ্জীৱিত কৰি তোলাৰ লক্ষ্যৰে ত্ৰিপুৰা চৰকাৰে নিৰ্দিষ্ট নীতি-নিয়মেৰে সাজু হোৱা দেখা গৈছে।

উল্লেখযোগ্য যে, ত্ৰিপুৰাৰ লগতে ওড়িশা, মেঘালয় আদি ৰাজ্যয়ো অক্টোবৰৰ পৰা ৰাজ্যসমূহৰ পৰ্যটনস্থান সমূহ পুনৰ পৰ্যটক সকলৰ বাবে মুকলি কৰাৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰিছে।

Recent News

nasal-covid-vaccine-1

ভাৰত বায়’টেকৰ নাকেৰে ড্ৰপৰ ৰূপত ল’ব পৰা ভেকচিনৰ পৰীক্ষণত অনুমোদন বিশেষজ্ঞ সমিতিৰ

যোৱা ২৪ ঘণ্টাত ১৩,৮২৩ গৰাকী ক’ৰ’নাত আক্ৰান্ত, ২ লাখৰ তললৈ নামিল সক্ৰিয় ৰোগীৰ সংখ্যা

যোৱা ২৪ ঘণ্টাত ১৩,৮২৩ গৰাকী ক’ৰ’নাত আক্ৰান্ত, ২ লাখৰ তললৈ নামিল সক্ৰিয় ৰোগীৰ সংখ্যা

a pak

ৰিক্সাত উঠি ঘূৰি ফুৰিছে পাকিস্তানৰ প্ৰধানমন্ত্ৰী ইমৰাণ খানে! ৰহস্য কি? চাওঁক ভিডিঅ

নিয়ন্ত্ৰণ ৰেখাত নিহত তিনিজন পাকিস্তানী উগ্ৰপন্থী, ভাৰতীয় সেনাৰ চাৰিজন জোৱান আহত

নিয়ন্ত্ৰণ ৰেখাত নিহত তিনিজন পাকিস্তানী উগ্ৰপন্থী, ভাৰতীয় সেনাৰ চাৰিজন জোৱান আহত

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd