• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Sunday, January 24, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

দেশৰ ভিতৰতে ত্ৰিপুৰাত ক’ৰ’নাৰ পৰা আৰোগ্যৰ হাৰ সৰ্বাধিক : শিক্ষা মন্ত্ৰী ৰতন লাল নাথ

NE NOW NEWS এন ই নাও নিউজ
আগৰতলা , May 19, 2020 10:07 pm

1 min read

Covid-test-image

প্ৰতিনিধিত্বমূলক ফটো

704
VIEWS
Share on FacebookShare on Twitter

সমগ্ৰ দেশত ক’ৰ’না ভাইৰাছৰ সংক্ৰমণে চৰম ৰূপ লোৱাৰ সময়তে ত্ৰিপুৰাত ক’ৰ’নাৰ পৰা আৰোগ্য লাভৰ হাৰ দেশৰ ভিতৰত সৰ্বাধিক হিচাপে চিহ্নিত হৈছে।

সচিৱালয়ত মঙলবাৰে ত্ৰিপুৰাৰৰ শিক্ষা মন্ত্ৰী ৰতন লাল নাথে সংবাদমেল সম্বোধন কৰি এই দাবী কৰে।

সংবাদমেলত মন্ত্ৰী গৰাকীয়ে ত্ৰিপুৰাত আৰোগ্যৰ হাৰ ৬৮.৬৩ শতাংশ বুলি উল্লেখ কৰে।

ত্ৰিপুৰাত বৰ্তমানলৈ ১৬৮ গৰাকী লোক ক’ৰ’নাত আক্ৰান্ত হোৱাৰ বিপৰীতে ১১৬ গৰাকী লোকে চিকিৎসাৰ অন্তত সম্পুৰ্ণ ৰূপে আৰোগ্য লাভ কৰিছে।

বৰ্তমান ৰাজ্যখনত ৫১ গৰাকী ক’ৰ’না আক্ৰান্ত চিকিৎসাধীন হৈ আছে।

আজিও ৰাজ্যখনত ২৭ গৰাকী ক’ৰ’না আক্ৰান্ত বি এছ এফৰ জোৱান আৰু পৰিয়ালৰ সদস্যক দহ দিনৰ চিকিৎসাৰ অন্তত চিকিৎসালয়ৰ পৰা মুকলি কৰি দিয়া হয়।

সংবাদমেলত ত্ৰিপুৰাৰ শিক্ষা মন্ত্ৰী গৰাকীয়ে বৰ্তমানলৈ ৰাজ্যখনত ১৬,২৬৯ গৰাকী ব্যক্তিৰ শ্বোৱাবৰ নমুনা সংগ্ৰহ কৰি পৰীক্ষা কৰা হৈছে বুলি কয় যি ৰাষ্ট্ৰীয় হাৰতকৈ সৰ্বাধিক।

উল্লেখযোগ্য যে,ত্ৰিপুৰাত ক’ৰ’না আক্ৰান্ত সকলৰ অধিকাংশ বি এছ এফৰ জোৱান আৰু তেওঁলোকৰ পৰিয়ালৰ সদস্য।

Recent News

a family_600c1789a132e

এজন লোকৰ ২৭ গৰাকী ঘৈণী, সন্তানৰ সংখ্যা ১৫০! ক’ত?

FB_IMG_1611484341539

“সহায়-The Helping Hand” নামৰ স্বেচ্ছাসেৱী সংগঠনৰ উদ্যোগত  ভোগালী উৎসৱস্থলীত চাফাই অভিযান

FB_IMG_1611490110105

অসম এথলেটিকছ সন্থা আৰু টিপকাইৰ উদ্যোগত মাৰ্ঘেৰিটাত মাৰাথন দৌৰ , সহস্রাধিকৰ অংশগ্রহণ

a People-In-Delhi-Shouted-

মাজনিশা ‘পাকিস্তান জিন্দাবাদ’ ধ্বনিত কঁপি উঠিল ৰাজধানী চহৰ দিল্লীৰ ৰাজপথ, কোনে দিলে এই ধ্বনি?

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd