• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, June 15, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ত্ৰিপুৰাৰ স্বাস্থ্য মন্ত্ৰী সুদীপ ৰয় বৰ্মনক মন্ত্ৰীসভাৰ পৰা অপসাৰণ

এন ই নাও নিউজ by এন ই নাও নিউজ
June 1, 2019 10:11 am
Pinaki-Das-story

সুদীপ ৰয় বৰ্মনৰ ফাইল ফটো।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ত্ৰিপুৰাৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ মন্ত্ৰী সুদীপ ৰয় বৰ্মনক মুখ্য মন্ত্ৰী বিপ্লৱ কুমাৰ দেব নেতৃত্বাধীন ত্ৰিপুৰাৰ পোন্ধৰমহীয়া কাৰ্যকাল সম্পূৰ্ণ কৰা  বিজেপি-আইপিএফটি চৰকাৰখন পৰা অপসাৰণ কৰা হয়।

শুকুৰবাৰে নিশা ত্ৰিপুৰাৰ ভাৰপ্ৰাপ্ত মুখ্য সচিব কুমাৰ অলকৰ দ্বাৰা জাৰি কৰা এখন আনুষ্ঠানিক জাননীৰ পৰা এই কথা জানিব পৰা গৈছে।

Apply Now

‘’সুদীপ ৰয় বৰ্মনক মন্ত্ৰী সভাৰ সদস্য পদ খাৰিজ কৰা হৈছে,’’-জাননীখনত কোৱা হৈছে। জাননীখন অনুসৰি (নৰ্থইষ্ট নাওৰ লগত মজুত আছে) সুদীপ ৰয় বৰ্মনে চলাই থকা বিভাগকেইটাৰ দায়িত্ব মুখ্য মন্ত্ৰী বিপ্লৱ কুমাৰ দেবৰ হাতত অৰ্পণ কৰা হৈছে।

জাননীখনৰ মতে, মুখ্য মন্ত্ৰী বিপ্লৱ কুমাৰ দেবে বৰ্তমান দায়িত্বভাৰ গ্ৰহণ কৰি থকা আন বিভাগসমূহৰ উপৰি গড়কাপ্তানি, উদ্যোগ আৰু বাণিজ্য (আই টি) তথা স্বাস্থ্য আৰু পৰিকল্পনা বিভাগৰ দায়িত্বও গ্ৰহণ কৰিব।

Notification

একেখন জাননীতে, উপ-মুখ্য মন্ত্ৰী জিষ্ণু দেব বাৰ্মাক বিজ্ঞান, প্ৰযুক্তিবিদ্যা আৰু পৰিৱেশ বিভাগৰ দায়িত্ব অৰ্পণ কৰা হৈছে।

জাননীখনত উল্লেখ কৰা হৈছে যে নতুন দপ্তৰসমূহ মুখ্য মন্ত্ৰী বিপ্লৱ কুমাৰ দেবৰ পৰামৰ্শ অনুসৰি ত্ৰিপুৰাৰ ৰাজ্যপাল কাপ্টান সিং ছোলাংকীয়ে আৱন্টন কৰিছে।

জানিব পৰা মতে, মুখ্য মন্ত্ৰী বিপ্লৱ কুমাৰ দেব সুদীপ ৰয় বৰ্মনৰ দল বিৰোধী কাৰ্যকলাপত অসন্তুষ্ট হৈ আছিল। সদ্য সমাপ্ত লোকসভা নিৰ্বাচনত প্ৰচাৰ অভিযানত বৰ্মনক দেখা পোৱা নগৈছিল। তদুপৰি, তেওঁ ‘যোগ্য প্ৰাৰ্থীক’ ভোট দিবলৈ আহ্বান জনাইছিল যাৰ বাবে বিজেপিৰ শীৰ্ষ নেতা সন্তুষ্ট নাছিল।

অৱশেষত, ভাৰতীয় জনতা পাৰ্টি আৰু ইণ্ডিজেনাছ পীপলছ ফ্ৰন্ট অফ ত্ৰিপুৰাৰ মিত্ৰজোঁট চৰকাৰখন স্থাপনৰ এগৰাকী মূল ব্যক্তি হোৱা সত্ত্বেও বৰ্মনক অপসাৰণ কৰা হয়।

উল্লেখযোগ্য যে ২০১৬ চনত বৰ্মনপন্থী সাতগৰাকী বিধায়কে কংগ্ৰেছ ত্যাগ কৰি তৃণমূল কংগ্ৰেছত যোগদান কৰিছিল আৰু ইয়াৰ পাছতে তেওঁলোকে ২০১৭’ত গেৰুৱা দলটোত যোগদান কৰে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

স্বামীৰ অত্যাচাৰত অতিষ্ঠ! ডিঙিত শিকলি বন্ধা অৱস্থাতে আৰক্ষী থানাত উপস্থিত ভুক্তভোগী মহিলা

স্বামীৰ অত্যাচাৰত অতিষ্ঠ! ডিঙিত শিকলি বন্ধা অৱস্থাতে আৰক্ষী থানাত উপস্থিত ভুক্তভোগী মহিলা

June 15, 2026 3:36 pm
তৃণমূল কংগ্ৰেছৰ সংকটৰ মাজতে দলত্যাগ বিৰোধী আইন পুনৰীক্ষণৰ আহ্বান কংগ্ৰেছ নেতা অভিষেক মনু সিংভিৰ

তৃণমূল কংগ্ৰেছৰ সংকটৰ মাজতে দলত্যাগ বিৰোধী আইন পুনৰীক্ষণৰ আহ্বান কংগ্ৰেছ নেতা অভিষেক মনু সিংভিৰ

June 15, 2026 1:51 pm
মৰ্মান্তিক ঘটনা! আমেৰিকাত বিমান দুৰ্ঘটনাত ১১ জন স্কাইডাইভাৰসহ ১২জন নিহত

মৰ্মান্তিক ঘটনা! আমেৰিকাত বিমান দুৰ্ঘটনাত ১১ জন স্কাইডাইভাৰসহ ১২জন নিহত

June 15, 2026 12:41 pm
কেমেৰাৰ সন্মুখতে আগ্নেয়গিৰিৰ জ্বালামুখত পৰি মৃত্যুক সাৱটিলে ‘স্পাইডাৰ-মেন অৱ য়েমেন’য়ে

কেমেৰাৰ সন্মুখতে আগ্নেয়গিৰিৰ জ্বালামুখত পৰি মৃত্যুক সাৱটিলে ‘স্পাইডাৰ-মেন অৱ য়েমেন’য়ে

June 15, 2026 11:51 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

স্বামীৰ অত্যাচাৰত অতিষ্ঠ! ডিঙিত শিকলি বন্ধা অৱস্থাতে আৰক্ষী থানাত উপস্থিত ভুক্তভোগী মহিলা

স্বামীৰ অত্যাচাৰত অতিষ্ঠ! ডিঙিত শিকলি বন্ধা অৱস্থাতে আৰক্ষী থানাত উপস্থিত ভুক্তভোগী মহিলা

June 15, 2026 3:36 pm
তৃণমূল কংগ্ৰেছৰ সংকটৰ মাজতে দলত্যাগ বিৰোধী আইন পুনৰীক্ষণৰ আহ্বান কংগ্ৰেছ নেতা অভিষেক মনু সিংভিৰ

তৃণমূল কংগ্ৰেছৰ সংকটৰ মাজতে দলত্যাগ বিৰোধী আইন পুনৰীক্ষণৰ আহ্বান কংগ্ৰেছ নেতা অভিষেক মনু সিংভিৰ

June 15, 2026 1:51 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd