• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, July 26, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ৰাজ্যিক ফল হিচাপে ঘোষণাৰ পাছত আনাৰসেৰে ভৰিছে ত্ৰিপুৰা; বাংলাদেশ আৰু ভাৰতৰ বিভিন্ন প্ৰান্তলৈ এমাহত ৰপ্তানি ১,৯৩,০০০ কিলোগ্ৰাম আনাৰস

এন ই নাও নিউজ by এন ই নাও নিউজ
June 12, 2019 9:59 pm
Assam_-Tourist-from-Israel-looted-in-Guwahati-Two-held-4

প্ৰতিনিধিত্বমূলক আলোকচিত্ৰ। উৎস-ইণ্টাৰনেট

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ত্ৰিপুৰাৰ উদ্যানশস্য বিভাগে মঙলবাৰে বিগত মাহত ৰাজ্যখনে বাংলাদেশ আৰু ভাৰতবৰ্ষৰ বিভিন্ন স্থানলৈ প্ৰায় ১৭২ লাখ আনাৰস (১৯৩.১০ মিলিয়ন টন) ৰপ্তানি কৰিবলৈ সক্ষম হৈছে বুলি প্ৰকাশ কৰে। ত্ৰিপুৰাৰ পৰা ৰপ্তানি কৰা আনাৰসৰ ভিতৰত ১১৩ মিলিয়ন টন আনাৰস বিশ্বমানৰ ‘কুইন’ প্ৰজাতিৰ।

বাতৰিত প্ৰকাশ পোৱা মতে, ত্ৰিপুৰাৰ খেতিয়কসকলে ১০০ মিলিয়ন টন আনাৰস বাংলাদেশলৈ ৰপ্তানি কৰাৰ বিপৰীতে গুৱাহাটী, কলিকতা আৰু দিল্লী আদি ঠাইলৈ ছবাৰ আনাৰসৰ ৰপ্তানি কৰিছে। তথ্য মতে,  বাংলাদেশৰ বাহিৰে অন্য দেশলৈ চলিত বৰ্ষত ত্ৰিপুৰাৰ পৰা আনাৰসৰ ৰপ্তানি কৰা হোৱা নাই।

Apply Now

ত্ৰিপুৰা চৰকাৰে ত্ৰিপুৰা ঔদ্যোগিক বিকাশ নিগমৰ দ্বাৰা ৰাজ্যখনৰ বাহিৰলৈ আৰু অধিক পৰিমানে আনাৰস ৰপ্তানি কৰাৰ বাবে প্ৰচেষ্টা অব্যাহত ৰাখিছে।

ত্ৰিপুৰাৰ উদ্যানশস্য বিভাগৰ এগৰাকী উচ্চ পৰ্যায়ৰ বিষয়াৰ মন্তব্য অনুসৰি ত্ৰিপুৰা চৰকাৰে ৰাজ্যখনৰ আনাৰস খেতিয়কসকলক সকলো প্ৰকাৰে সহায় কৰাৰ ক্ষেত্ৰত বদ্ধপৰিকৰ, যাৰ বাবে বিগত বৰ্ষত ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দে আনাৰসক ত্ৰিপুৰাৰ ৰাজ্যিক ফল হিচাপে ঘোষণা কৰিছিল।

আনহাতে, লাভ কৰা খবৰ অনুসৰি ত্ৰিপুৰাৰ আনাৰস খেতিয়কসকলে উৎপাদিত আনাৰস বজাৰত বিক্ৰী কৰাৰ ক্ষেত্ৰত সমস্যাৰ সন্মুখিন হৈ আহিছে।

এগৰাকী আনাৰস খেতিয়কে প্ৰকাশ কৰা ভাষ্য মতে এইবাৰ ৰাজ্যত আনাৰসৰ উৎপাদন বৃদ্ধিৰ অনুপাতে স্থানীয় আৰু বহিৰাগত বনিয়াসকলে আনাৰস ক্ৰয়ৰ ক্ষেত্ৰত বিশেষ আগ্ৰহ দেখুওৱা নাই।

‘কোনো ব্যৱসায়ী ক্ৰয় কৰিব নহা বাবে ১০০০০ ত কৈ অধিক আনাৰস দাওদাৰাণী অঞ্চলৰ বাগিচাতে পেলাই দিবলগীয়া হৈছে’-খেতিয়কগৰাকীয়ে অতি দুখেৰে সংবাদ মাধ্যমৰ আগত এনেদৰে কয়।

চলিত বৰ্ষত সোণামুৰাত ৫০০ কৈ অধিক খেতিয়কে আনাৰসৰ খেতি কৰে যদিও তেওঁলোকে লোকচানৰ সন্মুখিন হৈ বিনিয়োগ মূল্য পৰ্যন্ত হেৰুৱাবলগীয়া হয়।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

প্ৰাণহানি, প্লাৱিত গাঁও, বিচ্ছিন্ন পথ: উজনি অসমত এন ডি আৰ এফ-এছ ডি আৰ এফৰ যৌথ অভিযানত ৫৬৮ জন উদ্ধাৰ

প্ৰাণহানি, প্লাৱিত গাঁও, বিচ্ছিন্ন পথ: উজনি অসমত এন ডি আৰ এফ-এছ ডি আৰ এফৰ যৌথ অভিযানত ৫৬৮ জন উদ্ধাৰ

July 26, 2026 9:37 pm
মাৰ্ঘেৰিটাত চাঞ্চল্যকৰ ঘটনা: বুঢ়ীদিহিং নদীত জাঁপ দিলে এগৰাকী সাংবাদিকে

মাৰ্ঘেৰিটাত চাঞ্চল্যকৰ ঘটনা: বুঢ়ীদিহিং নদীত জাঁপ দিলে এগৰাকী সাংবাদিকে

July 26, 2026 9:13 pm
ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগৰ দাবীৰ কাৰ্যসূচীত অংশ লোৱা যুৱসকলৰ বিৰুদ্ধে ৰুজু হোৱা গোচৰ প্ৰত্যাহাৰৰ দাবী ডিৱাইএফআই-এআইৱাইএফৰ

ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগৰ দাবীৰ কাৰ্যসূচীত অংশ লোৱা যুৱসকলৰ বিৰুদ্ধে ৰুজু হোৱা গোচৰ প্ৰত্যাহাৰৰ দাবী ডিৱাইএফআই-এআইৱাইএফৰ

July 26, 2026 8:32 pm
প্ৰাকৃতিক দুৰ্যোগ নে মানৱসৃষ্ট বিপৰ্যয়? পাহাৰীয়া ৰাজ্যৰ উন্নয়নৰ নামত প্ৰকৃতি ধ্বংসৰ কৰুণ পৰিণতি

প্ৰাকৃতিক দুৰ্যোগ নে মানৱসৃষ্ট বিপৰ্যয়? পাহাৰীয়া ৰাজ্যৰ উন্নয়নৰ নামত প্ৰকৃতি ধ্বংসৰ কৰুণ পৰিণতি

July 26, 2026 7:02 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

প্ৰাণহানি, প্লাৱিত গাঁও, বিচ্ছিন্ন পথ: উজনি অসমত এন ডি আৰ এফ-এছ ডি আৰ এফৰ যৌথ অভিযানত ৫৬৮ জন উদ্ধাৰ

প্ৰাণহানি, প্লাৱিত গাঁও, বিচ্ছিন্ন পথ: উজনি অসমত এন ডি আৰ এফ-এছ ডি আৰ এফৰ যৌথ অভিযানত ৫৬৮ জন উদ্ধাৰ

July 26, 2026 9:37 pm
মাৰ্ঘেৰিটাত চাঞ্চল্যকৰ ঘটনা: বুঢ়ীদিহিং নদীত জাঁপ দিলে এগৰাকী সাংবাদিকে

মাৰ্ঘেৰিটাত চাঞ্চল্যকৰ ঘটনা: বুঢ়ীদিহিং নদীত জাঁপ দিলে এগৰাকী সাংবাদিকে

July 26, 2026 9:13 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd