• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Sunday, January 24, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

২০ ফেব্ৰুৱাৰিৰ পৰা ত্ৰিপুৰাত ভাৰত-বাংলাদেশ পৰ্যটন মহোৎসৱ

NE NOW NEWS এন ই নাও নিউজ
আগৰতলা , February 18, 2020 6:41 pm

1 min read

tourism-pic-750x375

বিপ্লৱ কুমাৰ দেৱ

1.5k
VIEWS
Share on FacebookShare on Twitter

বৃহস্পতিবাৰৰ পৰা ত্ৰিপুৰাৰ ৰাজধানী আগৰতলাত প্ৰথমবাৰৰ বাবে ভাৰত-বাংলাদেশ পৰ্যটন মহোৎসৱ অনুষ্ঠিত হ’ব।

ত্ৰিপুৰাৰ পৰ্যটন বিভাগৰ এগৰাকী বিষয়াই জনোৱা অনুসৰি এই পৰ্যটন মহোৎসৱত বাংলাদেশ, পশ্চিমবংগ আৰু উত্তৰ-পূবৰ বিভিন্ন মন্ত্ৰী, সাংসদ, সংগীত শিল্পী, অভিনয় শিল্পীয়ে অংশগ্ৰহণ কৰিব।

পৰ্যটন মহোৎসৱখনিত চেমিনাৰ, সাংস্কৃতিক অনুষ্ঠানৰ লগতে ৰাজ্যখনৰ আগশাৰীৰ পৰ্যটন স্থান পৰিদৰ্শনৰ কাৰ্য্যসূচী ৰখা হৈছে বুলি বিষয়া গৰাকীয়ে জানিবলৈ দিয়ে।

‘‘স্বাধীনতা সংগ্ৰামী, আগশাৰীৰ ৰাজনৈতিক নেতা, কবি আৰু সাহিত্যিক সকলেও মহোৎসৱখনিত অংশগ্ৰহণ কৰিব,’’ তেওঁ লগতে কয়।

ত্ৰিপুৰা পৰ্যটন বিভাগৰ সচিৱ গীত্তে কিৰনকুমাৰ দিংকৰ ৰাৱে কেন্দ্ৰ চৰকাৰে ‘স্বদেশ দৰ্শন’ আঁচনিৰ অধীনত ১৬৫ কোটি টকা মোকলাই দিছে বুলিও প্ৰকাশ কৰে।

কেন্দ্ৰীয় পৰ্যটন মন্ত্ৰী প্ৰহ্লাদ সিং পেটেলে অলপতে কেন্দ্ৰীয় পৰ্যটন মন্ত্ৰ্যালয়ে স্বদেশ দৰ্শন আঁচনিৰ অধীনত উত্তৰ-পূবৰ আঠখন ৰাজ্যৰ বাবে বিগত পাঁচ বছৰত ১,৪০০ কোটি টকাৰ প্ৰকল্প মোকলাই দিয়া হৈছিল বুলি কৈছিল।

Recent News

Jemima-Khan-Peter-Morgan

নতুন প্ৰেমিকৰ সৈতে একেলগে বাস কৰিছে পাকিস্তানী প্ৰধানমন্ত্ৰী ইমৰাণ খানৰ প্ৰাক্তন পত্নীয়ে

WhatsApp Image 2021-01-24 at 7.46.49 AM

অষ্ট্ৰেলিয়া ভ্ৰমণত অভিষক ঘটা ৫ ক্ৰিকেটাৰৰ লগতে শাৰ্দুলকো THAR-SUV উপহাৰ দিলে মহিন্দ্ৰাই

WhatsApp Image 2021-01-24 at 6.59.34 AM

নৃশংস! কাণত জুঁই লগাই দিয়াৰ পাছত হাতীৰ মৃত্যু; দুজনক গ্ৰেপ্তাৰ

IMG_20210123_191432~2

অন্ত পৰিল বোকাখাতত অনুষ্ঠিত ৰাষ্ট্ৰীয় কৃষি আৰু উদ্যান শস্য প্ৰদৰ্শনীৰ; শ্ৰেষ্ঠ প্ৰদৰ্শনকাৰীলৈ বঁটা

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd