DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Monday, October 2, 2023
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

আৰক্ষীৰে কথা কটা-কটি: সাংবাদিকক গ্ৰেপ্তাৰ, আৰক্ষী বিষয়াৰ নিলম্বনৰ দাবীত সৰৱ সাংবাদিক সংগঠন

এন ই নাও নিউজ,গুৱাহাটী by এন ই নাও নিউজ,গুৱাহাটী
May 18, 2022 3:51 pm
202
VIEWS
Share on FacebookShare on Twitter

আৰক্ষীৰ সৈতে বাতৰি সংগ্ৰহৰ সময়তে কথা কটা-কটি হোৱাৰ পিছতে ত্ৰিপুৰা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে ৰাজ্য খনৰ এগৰাকী ভিডিঅ’ সাংবাদিকক ।

গুৱাহাটীৰ এটা ছেটেলাইট টেলিভিছন চেনেলৰ সাংবাদিক নিতাই দেক মঙলবাৰে সন্ধিয়া ত্ৰিপুৰা আৰক্ষীয়ে আগৰতলাত গ্ৰেপ্তাৰ কৰে৷

জানিব পৰা মতে ত্ৰিপুৰা চৰকাৰে ইন্ধন বিক্ৰীৰ ওপৰত আৰোপ কৰা নিষেধাজ্ঞা সম্পৰ্কীয় বাতৰি সংগ্ৰহ কৰি থকা অৱস্থাত নিতাই দেৰ সৈতে আৰক্ষীৰ বিবাদ হয়।

ইয়াৰ পিছতে আৰক্ষীয়ে ভিডিঅ’ সাংবাদিকজনক গ্ৰেপ্তাৰ কৰি পূব আগৰতলা আৰক্ষীলৈ লৈ যায়।

আৰক্ষীয়ে ভিডিঅ’ সাংবাদিক নিতাই দেৰ বিৰুদ্ধে আৰোপ কৰা ধাৰা জামিনযোগ্য ধাৰা বুলি জানিব পৰা গৈছে।

গ্ৰেপ্তাৰৰ পিছতে সাংবাদিকগৰাকীক এখন স্থানীয় আদালতত হাজিৰ কৰোৱা হয়।

ইপিনে সাংবাদিক নিতাই দেক আক্ৰোশমূলক ভাবে গ্ৰেপ্তাৰ কৰাৰ অভিযোগ কৰি আগৰতলাত আজি বহু সাংবাদিক তথা সাংবাদিকৰ সংস্থাই তীব্ৰ প্ৰতিবাদ সাৱস্ত্য কৰে।

ত্ৰিপুৰা আৰক্ষীৰ মুখ্য কাৰ্যালয়ৰ বাহিৰতো বহু সাংবাদিকে প্ৰতিবাদ সাব্যস্ত কৰা পৰিলক্ষিত হয়।

প্ৰতিবাদকাৰীসকলে পূব আগৰতলা আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়াজনক নিলম্বন কৰাৰ দাবী উত্থাপন কৰিছে।

Recent News

মোডীৰ মুখামুখি হ’ব নে উত্তৰ প্ৰদেশৰ আন আসনৰ পৰা যুঁজ দিব প্ৰিয়ংকাই? চৰ্চাত নতুন খৱৰ!

মোডীৰ মুখামুখি হ’ব নে উত্তৰ প্ৰদেশৰ আন আসনৰ পৰা যুঁজ দিব প্ৰিয়ংকাই? চৰ্চাত নতুন খৱৰ!

সন্ত্ৰাস দমনত বৃহৎ সফলতা! ৰাজধানীৰ পৰা গ্ৰেপ্তাৰ ‘মোষ্ট ৱাণ্টেড’ আইছিছ সন্ত্ৰাসবাদী

সন্ত্ৰাস দমনত বৃহৎ সফলতা! ৰাজধানীৰ পৰা গ্ৰেপ্তাৰ ‘মোষ্ট ৱাণ্টেড’ আইছিছ সন্ত্ৰাসবাদী

প্ৰায় ৬৫০ গৰাকী নাৰীৰ সৈতে ঘনিষ্ঠতা, লিপ্ত হৈছিল শাৰীৰিক সম্পৰ্কতো; কোন এই ক্ৰিকেটাৰ?

প্ৰায় ৬৫০ গৰাকী নাৰীৰ সৈতে ঘনিষ্ঠতা, লিপ্ত হৈছিল শাৰীৰিক সম্পৰ্কতো; কোন এই ক্ৰিকেটাৰ?

ভণ্ড সাধু নিৰ্মূল অভিযান! সাধুসকলৰ আঙুলিৰ ছাপ সংগ্ৰহ কৰা আৰম্ভ কৰিলে তামিলনাডু আৰক্ষীয়ে

ভণ্ড সাধু নিৰ্মূল অভিযান! সাধুসকলৰ আঙুলিৰ ছাপ সংগ্ৰহ কৰা আৰম্ভ কৰিলে তামিলনাডু আৰক্ষীয়ে

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd