• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Sunday, January 17, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

৮ বছৰীয়া কন্যা শিশুক ধৰ্ষণ কৰা যুৱকক গ্ৰেপ্তাৰ

NE NOW NEWS এন ই নাও নিউজ
আগৰতলা , August 3, 2020 9:37 pm

1 min read

৮ বছৰীয়া কন্যা শিশুক ধৰ্ষণ কৰা যুৱকক গ্ৰেপ্তাৰ
1.4k
VIEWS
Share on FacebookShare on Twitter

ত্ৰিপুৰাৰ চেপাহজালা জিলাৰ বিশালগড় অঞ্চলৰ এগৰাকী ৮ বছৰীয়া কন্যা শিশুক ধৰ্ষণ কৰাৰ অভিযোগত আজি আৰক্ষীয়ে এজন যুৱকক গ্ৰেপ্তাৰ কৰে।

এই ঘটনা সংঘটিত হৈছে বিশালগড়ৰ কে কে নগৰ গ্ৰাম পঞ্চায়ত অঞ্চলত।

গ্ৰেপ্তাৰ হোৱা যুৱকজনক চাজল ভৌমিক বুলি চিনাক্ত কৰিছে।

সূত্ৰৰ পৰা জানিব পৰা মতে, কন্যা শিশুটিৰ পৰা ঘটনাৰ সবিশেষ জনাৰ পিছতে দেওবাৰে শিশুটিৰ মাতৃয়ে বিশালগড় মহিলা আৰক্ষী থানাত অভিযোগ দাখিল কৰে।

অভিযোগ দাখিল কৰাৰ পিছতে আৰক্ষীয়ে অভিযান চলাই ধৰ্ষণকাৰী জনক গ্ৰেপ্তাৰ কৰে।

উল্লেখ্য যে কন্যা শিশুটিয়ে শনিবাৰে আবেলি অভিযুক্ত ভৌমিকৰ ঘৰৰ ওচৰতে থকা নৈত মাছ ধৰিব গৈছিল আৰু তেতিয়াই এই ঘটনা সংঘটিত হৈছিল।

এই ঘটনাৰ পিছত শিশুটিক লম্পট ভৌমিকে চকলেট খাবলৈ ২০ টকা প্ৰদান কৰিছিল।

ইফালে ঘটনা ঘটাৰ দিনা শিশুটিয়ে ভয়তে একো কোৱা নাছিল যদিও দেওবাৰে শিশুটিৰ গা বেয়া হোৱাত মাতৃয়ে সোধা-পোচাত কৰা ঘটনাৰ সবিশেষ জনায়।

ঘটনাৰ সবিশেষ জনাৰ লগে লগে শিশুটিৰ মাতৃ গৰাকীয়ে আৰক্ষী থানাত অভিযোগ দাখিল কৰে।

Recent News

Image_1610887061085~2

বোকাখাতত শিল্পী দিৱস : কেঞ্চাৰেৰে যুঁজি থকা আশী উৰ্দ্ধৰ অৱহেলিত শিল্পীক সম্বৰ্ধনা

a modi

টীয়কত অনিৰ্বাণ সাংস্কৃতিক গোষ্ঠীৰ উদ্যোগত শিল্পী দিৱস উদযাপন

FB_IMG_1610885972644

বিধায়ক ভাস্কৰ শৰ্মাৰ বিৰুদ্ধে সোচ্চাৰ তিনিচুকীয়াৰ ছাত্ৰ মুক্তিৰ নেতা উমানন্দ মুদৈ মৰাণ

gang-rape

এবাৰ দুবাৰ নহয়, তিনিবাৰকৈ অপহৰণ কৰি নি ১৩ বছৰীয়া কিশোৰীক দলৱদ্ধ ধৰ্ষণ ৯ জনৰ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd