• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Friday, February 26, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

কোকৰাঝাৰত চোৰাং গৰু ভৰ্তি ট্ৰাক জব্দ; উত্তৰ প্ৰদেশৰ দুগৰাকী ব্যক্তি আটক

NE NOW NEWS ৰিনয় বসুমতাৰী
কোকৰাঝাৰ , January 30, 2021 9:58 am

1 min read

কোকৰাঝাৰত চোৰাং গৰু ভৰ্তি ট্ৰাক জব্দ; উত্তৰ প্ৰদেশৰ দুগৰাকী ব্যক্তি আটক
116
VIEWS
Share on FacebookShare on Twitter

শুকুৰবাৰে কোকৰাঝাৰ আৰক্ষীৰ এটা দলে ৰামপুৰত এখন ট্ৰাকত লুকাই অনা অৱস্থাত ১৩ টা চোৰাং গৰু উদ্ধাৰ কৰে।

বিশেষ সূত্ৰৰ পৰা লাভ কৰা তথ্যৰ ভিত্তিত কোকৰাঝাৰ আৰক্ষীয়ে অভিযান চলাই চোৰাং গৰু ভৰ্তি য়ু পি-১২ টি-৩৭৯৫ নম্বৰৰ ট্ৰাকখন চিমুলতাপু আৰক্ষী নীৰিক্ষণ চকীত আটক কৰে।

আৰক্ষীয়ে ট্ৰাকখন জব্দ কৰাৰ সময়ত ট্ৰাকখনৰ আধা অংশ খালী হৈ আছিল আৰু আধা অংশ প্লাষ্টিকেৰে ঢাকি ৰখা অৱস্থাত আছিল।

আৰক্ষীৰ দলটোৱে ট্ৰাকখনৰ ভিতৰত প্ৰৱেশ কৰি প্লাষ্টিকৰ বেৰখন আতৰাই দিয়াত ট্ৰাকৰ ভিতৰত থকা গৰু সমূহ উদ্ধাৰ হয়।

এই ঘটনাৰ সৈতে আৰক্ষীৰ দলটোৱে দুগৰাকী ব্যক্তিক ট্ৰাকখনৰ পৰা আটক কৰে। আটক হোৱা ব্যক্তি দুগৰাকীয়ে প্ৰয়োজনীয় তথ্য দাঙি ধৰাত বিফল হয়।

আটক হোৱা ব্যক্তি দুগৰাকী ৫০ বছৰীয়া মহম্মদ দিছাদ আৰু ৪০ বছৰীয়া মহম্মদ চাদাকট আলী বুলি চিনাক্ত কৰা হয়।

দুয়োগৰাকী ব্যক্তি উত্তৰপ্ৰদেশৰ মুজাফৰনগৰ আৰু মিৰাটৰ বাসিন্দা।

বৰ্তমান ঘটনাৰ সৈতে জড়িত ব্যক্তি দুজনক সোধ-পোছ কৰি আৰক্ষীয়ে প্ৰয়োজনীয় তদন্ত আৰম্ভ কৰিছে।

Recent News

a mori

মৰিগাঁও জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ সভাকক্ষত নিৰ্বাচন সম্পৰ্কীয় জৰুৰী সভা

Screenshot_2021-02-26-16-25-47_1

টীয়কৰ শিক্ষাবিদ ৰবীন দুৱৰালৈ ৰাজহুৱা শ্ৰদ্ধাঞ্জলি

ww-copy-1-750x375

আন্তৰ্জাতিক নাৰী দিৱস উপলক্ষ্যে WICCIৰ উদ্যোগত গুৱাহাটীত মহিলাৰ বাবে ৱাকাথন, কেনেকৈ কৰিব যোগদান?

bhaba

তামুলপুৰত বিপিএফৰ পৰা প্ৰাৰ্থিত্ব বিচাৰি ছয় প্ৰাৰ্থীৰ আবেদন

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd