• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Thursday, January 21, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

ডেমক্ৰেটিকৰ উপ-ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থী কমলা হেৰিছৰ জন্মস্থানকলৈ প্ৰশ্ন ট্ৰাম্পৰ

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , August 14, 2020 2:20 pm

1 min read

trump444
2.9k
VIEWS
Share on FacebookShare on Twitter

ক্ৰমাৎ গৰম হৈ পৰিছে আমেৰিকাৰ ৰাষ্ট্ৰপতি নিৰ্বাচনৰ বতাহ।

অহা নবেম্বৰত অনুষ্ঠিত হ’বলগীয়া মাৰ্কিন ৰাষ্ট্রপতি নিৰ্বাচনত ডেম’ক্ৰেটিক দলৰ উপ-ৰাষ্ট্ৰপতি পদৰ বাবে প্ৰাৰ্থিত্ব আগবঢ়োৱা ভাৰতীয়মূলৰ কমলা হেৰিছক লৈ এতিয়িা চিন্তিত হৈ পৰিছে ৰিপাব্লিকান দল।

সেইবাবেই ৰিপাব্লিকানৰ নেতা তথা মাৰ্কিন ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পে কমলা হেৰিছৰ জন্মস্থানক লৈ সূচনা কৰিছে নতুন বিতৰ্কৰ।

ট্ৰাম্পৰ মতে আমেৰিকাৰ সংবিধান অনুসৰি কোনো বিদেশী লোকে মাৰ্কিন ৰাষ্ট্ৰপতি নিৰ্বাচনত অংশগ্ৰহণ কৰিব নোৱাৰে।

এনে ক্ষেত্ৰত কমলা হেৰিছে কিদৰে নিৰ্বাচনত অংশগ্ৰহণ কৰিছে বুলি ট্ৰাম্পে প্ৰশ্ন কৰে।

ট্ৰাম্পৰ মতে কমলা হেৰিছৰ পিতৃ জামাইকাৰ আৰু মাতৃ ভাৰতৰ।

১৯৬৪ চনৰ ২০ অক্টোৱৰত অকলেণ্ডত জন্ম গ্ৰহণ কৰিছিল কমলা হেৰিছে।

সেই দিশৰ পৰা তেওঁ আমেৰিকাৰ স্থানীয় বাসিন্দা নহয়।

তেন্তে তেওঁ কি দৰে মাৰ্কিন উপ-ৰাষ্ট্ৰপতি পদৰ বাবে প্ৰাৰ্থিত্ব আগবঢ়াব পাৰে বুলিও ট্ৰাম্পে প্ৰশ্ন উত্থাপন কৰে।

উল্লেখ্য আমেৰিকাৰ সংবিধান অনুসৰি আমেৰিকাত জন্মগ্ৰহণ নকৰা কোনো লোকে ৰাষ্ট্ৰপতি নিৰ্বাচনত ভাগ লব নোৱাৰে।

ট্ৰাম্পে ইয়াৰ পূৰ্বেও প্ৰাক্তন মাৰ্কিন ৰাষ্ট্ৰপতি বাৰাক অবামাৰ জন্ম আমেৰিকাত হোৱা নাছিল বুলি দাবী কৰিছিল।

Recent News

20210121_135407

সংবাদমেলত ক’লা পতাকা প্ৰদৰ্শন কৰি প্ৰধানমন্ত্ৰীৰ শিৱসাগৰ ভ্ৰমণক তীব্ৰ বিৰোধিতা বীৰ লাচিত সেনাৰ

WhatsApp Image 2021-01-21 at 2.23.50 PM

আশ্চৰ্যকৰ! অস্ত্ৰোপচাৰ কৰি নিজৰ উচ্চতা ২ ইঞ্চি বৃদ্ধি কৰি ল’লে যুৱকে; কিমান পৰিল খৰচ?

তামুলপুৰত বিজেপিৰ দলীয় প্ৰাৰ্থিত্বৰ দৌৰত প্ৰাক্তন মন্ত্ৰী পদম বাহাদুৰ চৌহানৰ পুত্ৰ ৰাজেন চৌহান

তামুলপুৰত বিজেপিৰ দলীয় প্ৰাৰ্থিত্বৰ দৌৰত প্ৰাক্তন মন্ত্ৰী পদম বাহাদুৰ চৌহানৰ পুত্ৰ ৰাজেন চৌহান

জুভেণ্টাছৰ ষ্টাৰ ক্ৰিষ্টিয়ানো ৰ’নাল্ডোৱে গঢ়িলে আন এক অভিলেখ

জুভেণ্টাছৰ ষ্টাৰ ক্ৰিষ্টিয়ানো ৰ’নাল্ডোৱে গঢ়িলে আন এক অভিলেখ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd