DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, July 2, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home Popular Stories

চীনক সৰ্বনাশ কৰাৰ বাবে আমেৰিকাই গ্ৰহণ কৰিলে এটা বৃহৎ পদক্ষেপ

এন ই নাও নিউজ by এন ই নাও নিউজ
May 15, 2020 2:08 pm
113.9k
VIEWS
Share on FacebookShare on Twitter

ক’ৰ’না ভাইৰাছৰ সংহাৰ অব্যাহত থকাৰ সময়তে বিশ্বৰ দুখন অন্যতম প্ৰভাৱশালী দেশ আমেৰিকা আৰু চীনৰ মাজত বৃদ্ধি পাবলৈ ধৰিছে সংঘাত।

আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে চীনক পুনৰ এবাৰ সকিয়নী প্ৰদান কৰিছে। তদুপৰি ট্ৰাম্পে চীন ষ্টক মাৰ্কেটত বিনিয়োগ হৈ থকা য়ু এছ পেনশ্যন ফাণ্ড প্ৰত্যাহাৰ কৰাৰ দৰে এটা কঠোৰ সিদ্ধান্ত ঘোষণা কৰে।

ইতিমধ্যে এই বিনিয়োগ প্ৰত্যাহাৰ কৰাৰ ববে প্ৰাৰম্ভিক কাম-কাজ আৰম্ভ কৰা বুলিও ৰাষ্ট্ৰপতি ট্ৰাম্পে জানিবলৈ দিয়ে।

ট্ৰাম্পৰ এই ঘোষণাই চীনৰ ষ্টক মাৰ্কেটত বিৰূপ প্ৰভাৱ পৰিব বুলি বহুতো বিশেষজ্ঞই ধাৰণা কৰিছে।

ইয়াৰ পূৰ্বেও আমেৰিকাই চীনৰ সৈতে সকলো ধৰণৰ সম্পৰ্ক শেষ কৰাৰ ধমকি প্ৰদান কৰিছিল। ফবছ বিজনেছ নিউজক দিয়া ইণ্টাৰভিউত ৰাষ্ট্ৰপতি ট্ৰাম্পে কয় যে আৰু বহুত বস্তু আছে যি আমি কৰিব পাৰো।

তেওঁ লগতে কয় যে চীনে আমাক হতাশ কৰিছে। তেওঁ লগতে এইটো কয় যে আমেৰিকাই বাৰম্বাৰ চীনক কৈ আছে যে ক’ৰ’নাৰ উৎপত্তিৰ তদন্তৰ বাবে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ এটা দল য়ুহানৰ লেবৰটৰিত যোৱাৰ অনুমতি প্ৰদান কৰিব লাগে, কিন্তু তেওঁলোকে এই কথাটো নামানে।

এটা প্ৰশ্নৰ উত্তৰত ট্ৰাম্পে কয় যে তেওঁৰ চীনৰ ৰাষ্ট্ৰপতিৰ সৈতে ভাল সম্পৰ্ক যদিও এতিয়া তেওঁৰ সৈতে কথা পাতিব নিবিচাৰে।

উল্লেখ্য যে চীনৰ য়ুহান চহৰৰ পৰা উৎপত্তি হোৱা ক’ৰ’না ভাইৰাছে বিশ্বৰ ১৯৫ খন দেশত সংহাৰী ৰূপ ধাৰণ কৰিছে। এই পৰ্যন্ত বিশ্বৰ ৪৩ লাখৰো অধিক লোক ইয়াৰ দ্বাৰা সংক্ৰমিত হৈছে আৰু মৃত্যু হৈছে প্ৰায় ৩ লাখ লোক।

ইফালে, বিশ্বৰ ভিতৰতে সৰ্বাধিক আক্ৰান্ত আৰু মৃত্যু হোৱা দেশখন হৈছে আমেৰিকা। আমেৰিকাত ১৪ লাখ আক্ৰান্ত হোৱাৰ বিপৰীতে ৮৪ হাজাৰ ১১৯ গৰাকী লোক মৃত্যুমুখত পৰিছে।

Recent News

Maharashtra politics

পুনৰ নিৰাশ উদ্ধৱ ঠাকৰে শিবিৰ: উচ্চতম ন্যায়ালয়ে খাৰিজ কৰিলে জৰুৰী শুনানিৰ আবেদন

Raj Thackeray on Uddhav Thackeray

সৌভাগ্য সফলতা নহয়: পতনৰ পাছতে উদ্ধৱ ঠাকৰেক কটাক্ষ ৰাজ ঠাকৰেৰ

Amarinder Singh

শীঘ্ৰেই বিজেপিলৈ অমৰিন্দৰ সিং: বিজেপিৰ সৈতে চামিল হ’ব পঞ্জাৱ লোক কংগ্ৰেছ

Assam career MHRB

Assam Career : এমএইচআৰবিত বৈজ্ঞানিক বিষয়া আৰু বিশ্লেষকৰ খালী পদৰ বাবে আবেদন আহ্বান

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd