• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, June 6, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

কাচাৰত গণপ্ৰহাৰত দুই সন্দেহযুক্ত বিদ্ৰোহী গোটৰ সদস্যৰ মৃত্যু

অপর্ণা লস্কৰ by অপর্ণা লস্কৰ
November 3, 2018 10:41 pm
Cachar
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

সদৌ অসম বাঙালী যুৱ ছা্ত্ৰ ফেডাৰেশ্বনে আজি দিয়া অসম বন্ধৰ মাজতে কাচাৰ জিলাৰ হৰিনগৰত দুগৰাকী সন্দেহযুক্ত বিদ্ৰোহী গোটৰ সদস্য স্থানীয় লোকৰ গণপ্ৰহাৰত মৃত্যু হোৱা ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে।

প্ৰাপ্ত তথ্য মতে আজি পুৱা জিলাখনৰ লক্ষীপুৰ মহকুমাৰ জয়পুৰ আৰক্ষী থানাৰ অন্তৰ্গত হৰিনগৰ বজাৰ এলেকাত উক্ত যুৱক দুজনে প্ৰৱেশ কৰাৰ সময়তে স্থানীয় লোকসকলে তেওঁলোকক বাহিৰৰ পৰা অহা বুলি সন্দেহ কৰি সোধ-পোছ আৰম্ভ কৰে।

Apply Now

কিন্তু তেওঁলোকৰ পৰা কোনো বিশ্বাসযোগ্য উত্তৰ লাভ নকৰাত ৰাইজৰ সন্দেহ বৃদ্ধি পায় বুলি উল্লেখ কৰি নাম প্ৰকাশত অনিচ্ছুক এগৰাকী স্থানীয় বাসিন্দাই কয়, ‘যুৱকদ্বয়ে কঢ়িয়াই অনা মোনাৰ পৰা এক মাৰণাস্ত্ৰৰ নলী ওলাই থকা দেখা পাই ৰাইজৰ সন্দেহ অধিক বৃদ্ধি হয়।‘

Huge-cache-of-arms-on-display-found-in-the-possession-of-two-suspected-militants-in-Harinagar-on-Saturday-263x300
নিহত সন্দেহযুক্ত বিদ্ৰোহী গোটৰ যুৱক দুজনৰ পৰা উদ্ধাৰ হোৱা মাৰণাস্ত্ৰ

ইয়াৰ পিছতে সমগ্ৰ গাঁওবাসীয়ে যুৱকদুজনক ঘেৰাও কৰি তেওঁলোকৰ ওপৰত প্ৰচণ্ড মাৰপিট আৰম্ভ কৰে বুলি জানিবলৈ দি উপৰুক্ত লোকজনে লগতে কয়, ‘বন্ধৰ পেট্ৰলিঙৰ দায়িত্বত থকা আৰক্ষী আৰু নিৰাপত্তা বাহিনীৰ লোক ঘটনাস্থলীত উপস্থিত হৈ দুয়োজনকে আটক কৰে।‘

কিন্তু স্থানীয় ৰাইজৰ প্ৰহাৰত অতি গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত দুয়োগৰাকী যুৱকেই শিলচৰ চিকিৎসা মহাবিদ্যালয় আৰু হাস্পিতাললৈ নি থকা অৱস্থাতে শেষ নিশ্বাস ত্যাগ কৰে।

নিহত যুৱক দুজনক এই পৰ্যন্ত চিনাক্ত কৰিব পৰা হোৱা নাই বুলি জানিবলৈ দি কাচাৰৰ উপায়ুক্ত ড০ এছ লক্ষ্মণনে কয় যে ঘটনাৰ ন্যায়িক তদন্তৰ পিছত কাইলৈ তেওঁলোকৰ মৰণোত্তৰ পৰীক্ষা কৰোৱা হ’ব।

আনহাতে জিলাখনৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া ৰাকেশ ৰোশনে জনোৱা মতে নিহত যুৱক দুজনৰ পৰা ১টা ১২ ব’ৰ ছিংগল বেৰেল ৰাইফল, ৩টা এ কে ৫৬ ৰাইফল, এটা চাইনিজ এল এম জি ৰাইফল, ২টা ৫৬ এম এম ৰাইফল, ১টা .২২ এম এম পিষ্টল আৰু প্ৰায় ৭০০ সক্ৰিয় কাৰ্টিজ আৰু ১টা চিনত নিৰ্মিত হেণ্ড গ্ৰেণেড উদ্ধাৰ কৰা হয়।

উক্ত ঘটনাৰ পিছতে সম্প্ৰতি অঞ্চলটোত নিৰাপত্তা বাহিনীয়ে ব্যাপক তালাচি অভিযান আৰম্ভ কৰা পৰিলক্ষিত হৈছে।

অপর্ণা লস্কৰ

অপর্ণা লস্কৰ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

মুম্বাইৰ যুৱকে ভুলতে অটো চালকক দিলে ১৫ হাজাৰতকৈ অধিক টকা, তাৰ পিছত যি ঘটিল সেয়া সঁচাকৈয়ে আচৰিত

মুম্বাইৰ যুৱকে ভুলতে অটো চালকক দিলে ১৫ হাজাৰতকৈ অধিক টকা, তাৰ পিছত যি ঘটিল সেয়া সঁচাকৈয়ে আচৰিত

June 6, 2026 7:54 pm
মন্দিৰৰ মেলাত বিক্ৰী হ’ল ‘মেড ইন পাকিস্তান’ চাদৰ? ভাইৰেল ভিডিঅ’ৰ পিছত তদন্ত আৰম্ভ

মন্দিৰৰ মেলাত বিক্ৰী হ’ল ‘মেড ইন পাকিস্তান’ চাদৰ? ভাইৰেল ভিডিঅ’ৰ পিছত তদন্ত আৰম্ভ

June 6, 2026 7:39 pm
মাতৃৰ অবৈধ সম্পৰ্কৰ বিৰোধিতা কৰাৰ বাবেই ১৬ বছৰীয়া কিশোৰীক হত্যা, মৃতদেহ চুটকেচত ভৰাই হাবিত জ্বলাই দিলে মাতৃৰ প্ৰেমিকে

মাতৃৰ অবৈধ সম্পৰ্কৰ বিৰোধিতা কৰাৰ বাবেই ১৬ বছৰীয়া কিশোৰীক হত্যা, মৃতদেহ চুটকেচত ভৰাই হাবিত জ্বলাই দিলে মাতৃৰ প্ৰেমিকে

June 6, 2026 6:54 pm
কে এল ৰাহুলৰ দ্বাদশ টেষ্ট শতক, ১০ বা তাতোধিক শতৰান কৰা চতুৰ্থ ভাৰতীয় অপেনাৰ হিচাপে ৰচিলে ইতিহাস

কে এল ৰাহুলৰ দ্বাদশ টেষ্ট শতক, ১০ বা তাতোধিক শতৰান কৰা চতুৰ্থ ভাৰতীয় অপেনাৰ হিচাপে ৰচিলে ইতিহাস

June 6, 2026 6:49 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

মুম্বাইৰ যুৱকে ভুলতে অটো চালকক দিলে ১৫ হাজাৰতকৈ অধিক টকা, তাৰ পিছত যি ঘটিল সেয়া সঁচাকৈয়ে আচৰিত

মুম্বাইৰ যুৱকে ভুলতে অটো চালকক দিলে ১৫ হাজাৰতকৈ অধিক টকা, তাৰ পিছত যি ঘটিল সেয়া সঁচাকৈয়ে আচৰিত

June 6, 2026 7:54 pm
মন্দিৰৰ মেলাত বিক্ৰী হ’ল ‘মেড ইন পাকিস্তান’ চাদৰ? ভাইৰেল ভিডিঅ’ৰ পিছত তদন্ত আৰম্ভ

মন্দিৰৰ মেলাত বিক্ৰী হ’ল ‘মেড ইন পাকিস্তান’ চাদৰ? ভাইৰেল ভিডিঅ’ৰ পিছত তদন্ত আৰম্ভ

June 6, 2026 7:39 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd