DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, February 7, 2023
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

ছেপ্টেম্বৰৰ ভিতৰতে প্ৰধান মন্ত্ৰী মোদীৰ বাবে আহিব নতুন প্ৰযুক্তিৰে সজ্জিত দুখন বিমান

এন ই নাও নিউজ by এন ই নাও নিউজ
June 5, 2020 6:34 am
Aircraft1-1
1.6k
VIEWS
Share on FacebookShare on Twitter

এয়াৰ ইণ্ডিয়া ৱান ফ্লীটত অহা ছেপ্টেম্বৰৰ ভিতৰতে প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বাবে বিশেষভাৱে নিৰ্মাণ কৰা দুখন বোয়িং ৭৭৭ এয়াৰক্ৰাফ্ট আহিব।

আগষ্ট মাহৰ শেষলৈ প্ৰথমখন হেড-অফ-ষ্টেট বোয়িং বিমানখন আমেৰিকাৰ পৰা ভাৰত আহি পাবহি। সেইদৰে দ্বিতীয়খন বিমান আহি পাব ছেপ্টেম্বৰৰ শেষত।

এই বিমান ছেল্ফ প্ৰটেকশ্যন ছ্যুট, এডভান্সড ইন্টিগ্ৰেডেড ডিফেন্সিভ ইলেকট্ৰনিক ৱাৰফেয়াৰ চ্যুট তথা কাউন্টাৰ মেচাৰ ডিছপেন্সিং চিষ্টেমকে ধৰি মিছাইল আক্ৰমণৰ পৰা ৰক্ষা পৰিব পৰা আধুনিক প্ৰযুক্তিৰে সমৃদ্ধ।

প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বাবে নিৰ্মাণ কৰা এয়াৰ ইণ্ডিয়া ৱান ফ্লীটৰ এই বিমানত আমেৰিকাৰ ৰাষ্ট্ৰপতিয়ে ব্যৱহাৰ কৰা এয়াৰ ফ’ৰ্চ ৱান-এৰ সকলো প্ৰযুক্তি থাকিব।

বাতৰি অনুসৰি, এয়াৰ ইণ্ডিয়াৰ দুখন নতুন বোয়িং ৭৭৭-৩০০ ই আৰ এয়াৰক্ৰাফ্ট আমেৰিকাৰ ডালাছলৈ প্ৰেৰণ কৰা হৈছে।

তাত বিমান দুখনৰ চেহেৰা সলনি কৰি ভিভিআইপিৰ যাত্ৰাৰ বাবে তৈয়াৰ কৰি তোলা হ’ব।

বিমানখনত লগাবলগীয়া মিছাইল ডিফেন্স চিষ্টেমৰ খৰচ পৰিব ১৯০ মিলিয়ন মাৰ্কিন ডলাৰ।

তদুপৰি, এই নতুন বিমানত অফিচৰ বাবে সুকীয়া কক্ষৰ লগতে থাকিব সুকীয়া সভাকক্ষ, বহুমুখী যোগাযোগ ব্যৱস্থা তথা মেডিকেল ইমাৰ্জেন্সিৰ মোকাবিলা কৰিবলগীয়া সকলোধৰণৰ প্ৰাথমিক ব্যৱস্থা।

Recent News

টী-২০ত আটাইতকৈ দীঘলীয়া সময় অষ্ট্ৰেলিয়াৰ নেতৃত্বত থাকি আন্তৰ্জাতিক ক্ৰিকেটক বিদায় দিলে ফিঞ্চে

টী-২০ত আটাইতকৈ দীঘলীয়া সময় অষ্ট্ৰেলিয়াৰ নেতৃত্বত থাকি আন্তৰ্জাতিক ক্ৰিকেটক বিদায় দিলে ফিঞ্চে

তিনিদিন পূৰ্বেই আহিছিল তুৰস্ক-চিৰিয়াত ভয়ংকৰ ভূমিকম্পৰ পূৰ্বানুমান? ভাইৰেল গৱেষকৰ পোষ্ট

তিনিদিন পূৰ্বেই আহিছিল তুৰস্ক-চিৰিয়াত ভয়ংকৰ ভূমিকম্পৰ পূৰ্বানুমান? ভাইৰেল গৱেষকৰ পোষ্ট

প্ৰচাৰৰ মায়াজাল! কেন্দ্ৰই প্ৰতিখন বিদ্যালয়ত কৰা খৰচতকৈ বহু বেছি ব্যয় মোডীৰ ‘পৰীক্ষা পে চৰ্চা’ত!

প্ৰচাৰৰ মায়াজাল! কেন্দ্ৰই প্ৰতিখন বিদ্যালয়ত কৰা খৰচতকৈ বহু বেছি ব্যয় মোডীৰ ‘পৰীক্ষা পে চৰ্চা’ত!

চৌদিশে কেৱল মৃত্যু! তুৰস্ক-চিৰিয়াত ভূমিকম্পত নিহতৰ সংখ্যা ৪,০০০ অতিক্ৰম

চৌদিশে কেৱল মৃত্যু! তুৰস্ক-চিৰিয়াত ভূমিকম্পত নিহতৰ সংখ্যা ৪,০০০ অতিক্ৰম

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd