• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, September 12, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

দেশত কৰোনাত ২ জনৰ মৃত্যু, পুনৰ বিয়পিছে সংক্ৰমণ! পৰিস্থিতি কিমান উদ্বেগজনক?

যোৱা কেইসপ্তাহমানৰ ভিতৰত অন্ধ্ৰ প্ৰদেশৰ পৰা দুজন কোভিড-১৯ ৰোগীৰ মৃত্যুৰ খবৰ আহিছে। বৰ্তমান সেই ৰাজ্যত সক্ৰিয় ৰোগীৰ সংখ্যা ৮ জন।

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
July 13, 2026 12:47 pm
18
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

কৰোনা ভাইৰাছে দেশত পুনৰ নতুনকৈ আশংকা বৃদ্ধি কৰিছে। অন্ধ্ৰ প্ৰদেশ আৰু মুম্বাইৰ পৰা নতুনকৈ সংক্ৰমণৰ ঘটনা পোহৰলৈ আহিছে। সাধাৰণ মানুহৰ পৰা চেলিব্ৰিটিলৈকে বহুতেই আক্ৰান্ত হৈছে। সেইটোৱে পুনৰ শংকাৰ পৰিৱেশ সৃষ্টি কৰিছে।

যোৱা কেইসপ্তাহমানৰ ভিতৰত অন্ধ্ৰ প্ৰদেশৰ পৰা দুজন কোভিড-১৯ ৰোগীৰ মৃত্যুৰ খবৰ আহিছে। বৰ্তমান সেই ৰাজ্যত সক্ৰিয় ৰোগীৰ সংখ্যা ৮ জন। ইফালে, মুম্বাইত চৰ্চালৈ আহিছে আন এক সংক্ৰমণৰ ঘটনা।

Apply Now

কোভিডত মৃত্যু হোৱা এজন ব্যক্তিৰ পৰিচয় ইতিমধ্যে জানিব পৰা গৈছে। তেওঁ অন্ধ্ৰ প্ৰদেশৰ কদাপা অঞ্চলৰ বাসিন্দা। তেওঁক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়। তেওঁৰ ভয়ংকৰ চৰ্দি আৰু কাহ হৈছিল।

জানিব পৰা মতে, তেওঁৰ উশাহ-নিশাহতো সমস্যা হৈছিল। এনে পৰিস্থিতিত চিকিৎসালয়তে তেওঁৰ বুকুৰ এক্স-ৰে কৰা হয়। তাত দেখা যায় যে ব্যক্তিজনৰ দুয়োটা হাওঁফাওঁ বেয়াকৈ আক্ৰান্ত হৈছে। তেওঁৰ তীব্ৰ নিউমোনিয়া হৈছিল। ইয়াৰ পিছত চিকিৎসা আৰম্ভ হ’ল। কিন্তু চিকিৎসকৰ প্ৰচেষ্টা সফল নহ’ল। ব্যক্তিজনে প্ৰাণ হেৰুৱালে।

ইতিমধ্যে মুম্বাইতো কোভিডৰ সংক্ৰমণ ঘটিছে। প্ৰসিদ্ধ কণ্ঠশিল্পী কুমাৰ চানুৰ পুত্ৰ জান কুমাৰ চানুৰ দেহত ক’ভিড পজিটিভ পোৱা গৈছে। বিগ বছৰ প্ৰাক্তন প্ৰতিযোগীগৰাকীয়ে নিজেই ছ’চিয়েল মিডিয়াত এই কথা প্ৰকাশ কৰে। বৰ্তমান তেওঁ চিকিৎসালয়ত ভৰ্তি হৈ চিকিৎসাধীন হৈ আছে।

এতিয়ালৈকে সকলোৱে গম পাইছে যে কৰ’না অতি সংক্ৰামক। ই এজনৰ পৰা আন এজনলৈ দ্ৰুতগতিত বিয়পিব পাৰে। গতিকে, কোভিডৰ প্ৰতি সাৱধান হব লাগিব। এই ভাইৰাছ প্ৰতিৰোধ কৰাটো অতি প্ৰয়োজনীয়। তেনে ক্ষেত্ৰত কিছুমান নিয়ম মানি চলা উচিত।

কোৰোনা ভাইৰাছ হাঁচি, কাহ বা কথা কওঁতে এজনৰ পৰা আন এজনলৈ বিয়পিব পাৰে। গতিকে, ৰাজপথত বা ভিৰৰ মাজত ওলাই যোৱাৰ সময়ত নিশ্চয়কৈ মাস্ক পৰিধান কৰিব। নিয়মিতভাৱে চাবোনেৰে হাত ধোৱাটো অতি প্ৰয়োজনীয়। যদি হাত ধোৱাৰ সুবিধা নাই তেন্তে নিশ্চয়কৈ চেনিটাইজাৰ ব্যৱহাৰ কৰক।

চৰ্দি, কাহ, জ্বৰ এই ভাইৰাছত আক্ৰান্ত হোৱাৰ লক্ষণ। ইয়াৰ লগত উশাহ-নিশাহ লোৱাত অসুবিধাও হ’ব পাৰে। গতিকে, যদি আপুনি এনে কোনো লক্ষণ দেখা পায়, তেন্তে লগে লগে চিকিৎসকৰ পৰামৰ্শ লওক। বিশেষকৈ শিশু আৰু ৬০ বছৰৰ ওপৰৰ লোকে সাৱধান হ’ব লাগে। কেন্সাৰ, ট্ৰান্সপ্লাণ্ট বা আন কোনো কাৰণত যদি আপোনাৰ ৰোগ প্ৰতিৰোধ ক্ষমতা হ্ৰাস পায় তেন্তে সাৱধান হোৱাটো গুৰুত্বপূৰ্ণ।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

৯/১১ আক্ৰমণৰ ২৫ বছৰ: নিহতসকলক স্মৰণ মোদীৰ, ‘সন্ত্ৰাসবাদৰ বিৰুদ্ধে ভাৰত সদায় আগত থাকিব’

৯/১১ আক্ৰমণৰ ২৫ বছৰ: নিহতসকলক স্মৰণ মোদীৰ, ‘সন্ত্ৰাসবাদৰ বিৰুদ্ধে ভাৰত সদায় আগত থাকিব’

September 11, 2026 5:24 pm
কংগোৰ দুখন বিদ্যালয়ত ভয়ংকৰ অগ্নিকাণ্ড; ২৯ জন শিক্ষাৰ্থীৰ মৃত্যু, জ্বলি ভষ্মীভূত ৩০০টা গৃহ

কংগোৰ দুখন বিদ্যালয়ত ভয়ংকৰ অগ্নিকাণ্ড; ২৯ জন শিক্ষাৰ্থীৰ মৃত্যু, জ্বলি ভষ্মীভূত ৩০০টা গৃহ

September 11, 2026 2:44 pm
আজি ধৰ্মঘট, একেৰাহে ৩ দিন বন্ধ থাকিব বেংক সেৱা; গ্ৰাহকৰ বাবে দুৰ্ভোগৰ আশংকা

আজি ধৰ্মঘট, একেৰাহে ৩ দিন বন্ধ থাকিব বেংক সেৱা; গ্ৰাহকৰ বাবে দুৰ্ভোগৰ আশংকা

September 11, 2026 12:42 pm
ছ’চিয়েল মিডিয়াত শিশুক যৌন নিৰ্যাতনৰ পৰা ৰক্ষা কৰা কেনেকৈ সম্ভৱ? কেন্দ্ৰক জাননী উচ্চতম ন্যায়ালয়ৰ

ছ’চিয়েল মিডিয়াত শিশুক যৌন নিৰ্যাতনৰ পৰা ৰক্ষা কৰা কেনেকৈ সম্ভৱ? কেন্দ্ৰক জাননী উচ্চতম ন্যায়ালয়ৰ

September 11, 2026 11:32 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

৯/১১ আক্ৰমণৰ ২৫ বছৰ: নিহতসকলক স্মৰণ মোদীৰ, ‘সন্ত্ৰাসবাদৰ বিৰুদ্ধে ভাৰত সদায় আগত থাকিব’

৯/১১ আক্ৰমণৰ ২৫ বছৰ: নিহতসকলক স্মৰণ মোদীৰ, ‘সন্ত্ৰাসবাদৰ বিৰুদ্ধে ভাৰত সদায় আগত থাকিব’

September 11, 2026 5:24 pm
কংগোৰ দুখন বিদ্যালয়ত ভয়ংকৰ অগ্নিকাণ্ড; ২৯ জন শিক্ষাৰ্থীৰ মৃত্যু, জ্বলি ভষ্মীভূত ৩০০টা গৃহ

কংগোৰ দুখন বিদ্যালয়ত ভয়ংকৰ অগ্নিকাণ্ড; ২৯ জন শিক্ষাৰ্থীৰ মৃত্যু, জ্বলি ভষ্মীভূত ৩০০টা গৃহ

September 11, 2026 2:44 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd