DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Wednesday, August 17, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

ভাৰত-বাংলাদেশ সীমান্তত বি এছ এফৰ হাতত আটক দুই গৰু সৰবৰাহকাৰী

এন ই নাও নিউজ by এন ই নাও নিউজ
July 1, 2019 9:41 pm
cow smuggler arrested

ভাৰত-বাংলাদেশ সীমান্তত আটক হোৱা দুই গৰু সৰবৰাহকাৰী

638
VIEWS
Share on FacebookShare on Twitter

ভাৰতীয় সীমান্ত সুৰক্ষা বাহিনীয়ে দেওবাৰে ধুবুৰী আৰু দক্ষিণ শালমাৰা মানকাচাৰ জিলাৰ পৰা দুটা গৰু সৰবৰাহকাৰীক ৯ টা গৰু সহ আটক কৰিবলৈ সক্ষম হয়।

ভাৰতীয় সীমান্ত সুৰক্ষা বাহিনীয়ে ভাৰত আৰু বাংলাদেশ সীমান্তৰ দুটা পৃথক পৃথক স্থানত অভিযান চলাই গৰু সৰবৰাহকাৰী দুটাক আটক কৰে। আটক কৰা গৰু সৰবৰাহকাৰী দুজন ধুবুৰী জিলাৰ ফকীৰগঞ্জ থানাৰ অন্তৰ্গত বংশীৰচৰ গাঁৱৰ সোনাউল্লা আলি(২৫) আৰু দক্ষিণ শালমাৰা থানাৰ অন্তৰ্গত কোকৰাডাংগা গাঁৱৰ জহিৰুল আলী(২৬) বুলি পৰিছয় লাভ কৰা গৈছে।

উল্লেখযোগ্য যে, দুয়োগৰাকী গৰু সৰবৰাহকাৰীয়ে ভাৰতৰ পৰা সীমান্ত পাৰহৈ বাংলাদেশলৈ গৰু সৰবৰাহ কৰি  থকা অৱস্থাতে সীমান্ত সুৰক্ষা বাহিনীয়ে হাতত আটক হয়।

বৰ্তমান আটকাধীন গৰু সৰবৰাহকাৰী দুগৰাকীক গৰু কেইটা সহ তুফানগঞ্জ আৰক্ষীৰ হাতত গটাই দিয়া হয়।

ভাৰত আৰু বাংলাদেশ সীমান্তত প্ৰতিদিনে সীমান্ত সুৰক্ষা বাহিনীৰ হাতত গৰু সৰবৰাহকাৰী আটক হোৱা ঘটনাই ক্ৰমবৰ্দ্ধমান গৰু সৰবৰাহকাৰী চক্ৰ ৰাজ্যত সক্ৰিয় হৈ উঠাটোকে প্ৰমাণ কৰিছে।

Recent News

Supreme-Court-750x375

‘Talaq-e-Hasan’ তালাক-ই-হাছান তিনি তালাকৰ দৰেই একে নে? কি ক’লে উচ্চতম ন্যায়ালয়ে

GIMT Guwahati

জি আই এম টি, গুৱাহাটীত পিচিবি ফেব্ৰিকেচন, 3D প্ৰিণ্টিং আৰু স্কেনিঙৰ দক্ষতা বিকাশ কাৰ্যসূচীৰ আয়োজন

Kerala to London on bicycleচাইকেলেৰে কেৰালাৰ পৰা লণ্ডনলৈ ৩০,০০০ কিলোমিটাৰৰ  যাত্ৰা! ৪৫০ দিনত উপস্থিত হ’ব লণ্ডনত

Kerala to London on bicycleচাইকেলেৰে কেৰালাৰ পৰা লণ্ডনলৈ ৩০,০০০ কিলোমিটাৰৰ যাত্ৰা! ৪৫০ দিনত উপস্থিত হ’ব লণ্ডনত

Durand Cup 2022

আৰম্ভ হ’ল ডুৰাণ্ড কাপ, ২০২২: উদ্বোধনী মেচত এফ চি গোৱাৰ বিৰুদ্ধে ৩-১ ব্যৱধানত জয় মহমেদান স্প’ৰ্টিঙৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd