• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, October 13, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

অসমত পাঁচখন জনসভাত অংশ লৈ মোডীয়ে বজাব লোকসভা নিৰ্বাচনৰ ৰণডংকা

এন ই নাও নিউজ by এন ই নাও নিউজ
March 2, 2019 2:21 pm
নৰেন্দ্ৰ মোডীৰ ফাইল ফটো। উৎস-ইণ্টাৰনেট

নৰেন্দ্ৰ মোডীৰ ফাইল ফটো। উৎস-ইণ্টাৰনেট

2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

আগন্তক লোকসভা নিৰ্বাচনলৈ মাজত মাত্ৰ কিছুদিন বাকী থকা অৱস্থাত অসম ৰাজ্যিক বিজেপিয়ে নিৰ্বাচনলৈ সম্পুৰ্ণৰূপে সাজু হৈছে। চলিত মাহৰ দ্বিতীয় সপ্তাহৰ ভিতৰতে ৰাজ্যিক বিজেপিয়ে ১৪ টা লোকসভা সমষ্টিৰ ভিতৰত ১৩ টা লোকসভা সমষ্টিত প্ৰাৰ্থীৰ তালিকা ঘোষণা কৰাৰ সম্ভাৱনা আছে।

আনহাতে, দলে লোকসভাত অগপৰ লগত মিত্ৰতা কৰিবনে অকলে নিৰ্বাচনত অৱতীৰ্ণ হ’ব সেই সম্পৰ্কে সিদ্ধান্ত এতিয়াও গ্ৰহণ কৰা নাই। অগপৰ লগত নিৰ্বাচনী মিত্ৰতা হ’লে বিজেপিয়ে দুটা সমষ্টি অগপক এৰি দিয়াৰ সম্ভাৱনা আছে।

Apply Now

শুকুৰবাৰে বিজেপিয়ে নিৰ্বাচনী উপসমিতি এখন গঠন কৰে। এই উপসমিতিখনে আগন্তুক লোকসভা নিৰ্বাচনত দলীয় প্ৰচাৰ আদি দিশ সমূহ চোৱা-চিতা কৰিব।

নতুনকৈ সৰ্বভাৰতীয় ৰাজনীতিলৈ মন মেলা হিমন্ত বিশ্ব শৰ্মাই গুৱাহাটী সমষ্টি নে তেজপুৰ লোকসভা সভা সমষ্টিৰ পৰা নিৰ্বাচনত অৱতীৰ্ণ হ’ব সেই সম্পৰ্কে এতিয়াও আনুষ্ঠানিক ঘোষণা কৰা নাই। তেজপুৰৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিলে বৰ্তমানৰ সাংসদ আৰ পি শৰ্মাই সমষ্টিটো হিমন্তক এৰি দিব লাগিব।

উল্লেখযোগ্য যে, গুৱাহাটীৰ সাংসদ বিজয়া চক্ৰৱৰ্তী আৰু এজন নাম প্ৰকাশত অনিচ্ছুক সাংসদক এইবাৰ দলে টিকট দিয়াৰ সম্ভাৱনা নাই। উজনি অসমৰ এটা সমষ্টিত আহোম সম্প্ৰদায়ৰ প্ৰাৰ্থীক দলে টিকট দিয়াৰ সম্ভাৱনা আছে। অৱশ্যে, এই সম্পৰ্কত দলে এতিয়াও চূড়ান্ত সিদ্ধান্তত উপনীত হোৱা নাই।

আনহাতে, বিজেপিৰ ৰাষ্ট্ৰীয় নেতৃত্বৰ নজৰত থকা অসমৰ লোকসভা আসনৰ প্ৰচাৰৰ বাবে বিজেপিৰ হাইপ্ৰফাইল নেতাৰ আগমন ঘটিব। নিৰ্বাচনৰ দিন ঘোষণা কৰাৰ পাছতেই প্ৰধান মন্ত্ৰী মোডী নিজেই অসমত দুদিনৰ বাবে বাহৰ পাতি নিৰ্বাচনী প্ৰচাৰ তীব্ৰতৰ কৰাৰ নেতৃত্ব লোৱাৰ কথা। মোডীয়ে ৰাজ্যত পাঁচখন নিৰ্বাচনী জনসভাত অংশ লোৱাৰ সম্ভাৱনা আছে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

৩৩ বছৰ পূৰ্বে কিদৰে দেশৰ মুখ্য প্ৰতিবাদস্থলী হৈ পৰিছিল যন্তৰ মন্তৰ?

৩৩ বছৰ পূৰ্বে কিদৰে দেশৰ মুখ্য প্ৰতিবাদস্থলী হৈ পৰিছিল যন্তৰ মন্তৰ?

October 13, 2026 4:39 pm
বিজেপি চৰকাৰৰ অমানৱীয় কাণ্ড; কিয় নিজৰ চৰকাৰৰ বিৰুদ্ধেই ধৰ্ণাত বহিল শিৱৰাজ সিং চৌহান?

বিজেপি চৰকাৰৰ অমানৱীয় কাণ্ড; কিয় নিজৰ চৰকাৰৰ বিৰুদ্ধেই ধৰ্ণাত বহিল শিৱৰাজ সিং চৌহান?

October 13, 2026 1:37 pm
হাতত ত্ৰিৰংগ, গেট পাৰ হৈ যন্তৰ মন্তৰত প্ৰৱেশ; পুনৰ আটক চিজেপি নেতা সৌৰভ দাস-আশুতোষ ৰাংকা

হাতত ত্ৰিৰংগ, গেট পাৰ হৈ যন্তৰ মন্তৰত প্ৰৱেশ; পুনৰ আটক চিজেপি নেতা সৌৰভ দাস-আশুতোষ ৰাংকা

October 13, 2026 11:45 am
ৰামলীলা ময়দানত প্ৰতিবাদৰ অনুমতি; কিন্তু বুকিং খৰচেই ১.২১ লাখ টকা, চাপত বিৰোধী?

ৰামলীলা ময়দানত প্ৰতিবাদৰ অনুমতি; কিন্তু বুকিং খৰচেই ১.২১ লাখ টকা, চাপত বিৰোধী?

October 13, 2026 11:01 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

৩৩ বছৰ পূৰ্বে কিদৰে দেশৰ মুখ্য প্ৰতিবাদস্থলী হৈ পৰিছিল যন্তৰ মন্তৰ?

৩৩ বছৰ পূৰ্বে কিদৰে দেশৰ মুখ্য প্ৰতিবাদস্থলী হৈ পৰিছিল যন্তৰ মন্তৰ?

October 13, 2026 4:39 pm
বিজেপি চৰকাৰৰ অমানৱীয় কাণ্ড; কিয় নিজৰ চৰকাৰৰ বিৰুদ্ধেই ধৰ্ণাত বহিল শিৱৰাজ সিং চৌহান?

বিজেপি চৰকাৰৰ অমানৱীয় কাণ্ড; কিয় নিজৰ চৰকাৰৰ বিৰুদ্ধেই ধৰ্ণাত বহিল শিৱৰাজ সিং চৌহান?

October 13, 2026 1:37 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd