• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, July 5, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

চেন্ট্ৰেল ব্যুৰ’ অৱ কমিউনিকেচন, গুৱাহাটীৰ উদ্যোগত বজালীত স্বচ্ছতাই সেৱা বিষয়ক দুদিনীয়া ফটো প্ৰদৰ্শনী আৰম্ভ

নৰ্থ ইষ্ট নাও, গুৱাহাটী by নৰ্থ ইষ্ট নাও, গুৱাহাটী
November 6, 2024 9:34 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ভাৰত চৰকাৰৰ তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ৰ অধীনস্থ চেন্ট্ৰেল ব্যুৰ’ অৱ কমিউনিকেচনৰ গুৱাহাটীস্থিত আঞ্চলিক কাৰ্য্যালয়ৰ উদ্যোগত আৰু বজালী জিলা প্ৰশাসনৰ সহযোগত ইয়াৰ পাঠশালাস্থিত হৰি মন্দিৰ প্ৰেক্ষাগৃহত ৫ আৰু ৬ নৱেম্বৰত এখনি আকৰ্ষণীয় ফটো প্ৰদৰ্শনীৰে”স্বচ্ছতাই সেৱা, ২০২৪” অভিযানৰ আয়োজন কৰা হৈছে। এই অনুষ্ঠানৰ লক্ষ্য হৈছে স্বচ্ছ ভাৰত অভিযানৰ অংশ হিচাপে পৰিষ্কাৰ-পৰিচ্ছন্নতা, স্বাস্থ্যবিধি আৰু জনসচেতনতাক প্ৰোৎসাহিতকৰণ।

বজালীৰ জিলা আয়ুক্ত  মৃদুল দাসে এই কাৰ্য্যসূচী উদ্বোধন কৰে। ইয়াত অসম চৰকাৰৰ অসম কৃষি বিপণন পৰিষদৰ অধ্যক্ষ মনোজ বৰুৱা উপস্থিত থাকে।

Apply Now

দুদিনীয়া এই অনুষ্ঠানত জনসাধাৰণক স্বচ্ছতা অভিযানৰে জড়িতকৰণৰ বাবে একাধিক কাৰ্য্যসূচীৰ আয়োজন আৰু সেৱা প্ৰদানৰ ব্যৱস্থা কৰা হৈছে। ইয়াত স্থানীয় আত্ম-সহায়ক গোটসমূহে একাধিক ষ্টল স্থাপনেৰে পৰিষ্কাৰ-পৰিচ্ছন্নতা আৰু অনাময় অক্ষুণ্ণ ৰখাৰ ক্ষেত্ৰত সমাজখনক উৎসাহিত কৰিবলৈ ভিন্ন ধৰণৰ বহনক্ষম আৰু পৰিবেশ-অনুকূল সামগ্ৰী প্ৰদৰ্শন কৰে। ইয়াতে মনোগ্ৰাহী ভিজুৱেল আৰু ৰচনাৰ জৰিয়তে পৰিষ্কাৰ-পৰিচ্ছন্নতাৰ গুৰুত্বত আলোকপাতৰ অৰ্থে “স্বচ্ছতা” বিষয়ক এখনি বিশেষ ফটো প্ৰদৰ্শনী অনুষ্ঠিত হৈছে।

ষ্টলসমূহৰ লগতে ইয়াত উপস্থিত সকলক প্ৰাথমিক স্বাস্থ্য সেৱা প্ৰদানৰ নিমিত্তে স্বাস্থ্য বিভাগে প্ৰাথমিক ঔষধ বিতৰণকে প্ৰমুখ্য কৰি বিনামূলীয়া চিকিৎসা পৰীক্ষা শিবিৰ অনুষ্ঠিত কৰে।

ইয়াৰ উপৰিও স্থানীয় লোকসকলে এই অনুষ্ঠানৰ জৰিয়তে গুৰুত্বপূৰ্ণ পৰিচয় সেৱা লাভৰ অৰ্থে অনুষ্ঠানস্থলীতে তেওঁলোকৰ বাবে আধাৰ কাৰ্ডৰ সুবিধা প্ৰদান সেৱাৰো ব্যৱস্থা কৰা হৈছে।

তদুপৰি, সময়ে-সময়ে যিকোনো চৰকাৰী সুবিধা/আঁচনি সন্দৰ্ভত আন যিকোনো প্ৰয়োজনীয় তথ্যৰ বাবে চিএছচি (কমন চাৰ্ভিচ চেন্টাৰ)ও স্থাপন কৰা হৈছে আৰু লগতে এইসমূহত ভিন্ন প্ৰ-পত্ৰ অনলাইন মাধ্যমেৰে পূৰণৰো ব্যৱস্থা কৰা হৈছে।

অনুষ্ঠানটিৰ স্পন্দনশীলতাৰ বৰ্ধনেৰে পৰম্পৰাগত অনুষ্ঠানকে প্ৰমুখ্য কৰি ভিন্ন সাংস্কৃতিক অনুষ্ঠানৰ আয়োজন কৰা হৈছে। ইয়াত কুইজ আৰু আকস্মিক বক্তৃতা প্ৰতিযোগিতাৰ দৰে আকৰ্ষণীয় কাৰ্য্যসূচীৰো আয়োজন কৰা হয়। ইয়াৰ জৰিয়তে যুৱ সমাজৰ সক্ৰিয় অংশগ্ৰহণেৰে পৰিষ্কাৰ-পৰিচ্ছন্নতা আৰু স্বাস্থ্যবিধি সন্দৰ্ভত তেওঁলোকৰ নিজ-নিজ মতামত প্ৰকাশ কৰিবলৈ উৎসাহিতকৰণৰ প্ৰয়াস কৰা হৈছে।

উদ্বোধনী অনুষ্ঠানত পাঠশালাৰ বিডিঅ‘  চন্দন বেজবৰুৱা, বজালীৰ সহকাৰী আয়ুক্ত সমুজ্জ্বল গগৈ, পাঠশালাৰ নগৰ আয়ুক্ত  জলী চৌধুৰী,  গিৰিধৰ চৌধুৰী, পাঠশালাটাউন কমিটিৰ উপাধ্যক্ষ  দিলীপ ৰায়, মুনীন্দ্ৰ নাৰায়ণ গোস্বামী আৰু পাঠশালা চেম্বাৰ অৱ কমাৰ্চৰ অধ্যক্ষ  জিতেন চৌধুৰীও উপস্থিত থাকে।

নৰ্থ ইষ্ট নাও, গুৱাহাটী

নৰ্থ ইষ্ট নাও, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

চিনেমা আৰু অ’টিটিৰ কন্টেন্ট চুৰিৰ অভিযোগত টেলিগ্ৰামলৈ কেন্দ্ৰৰ জাননী, ১৫ দিনৰ ভিতৰত বিচাৰিলে উত্তৰ

চিনেমা আৰু অ’টিটিৰ কন্টেন্ট চুৰিৰ অভিযোগত টেলিগ্ৰামলৈ কেন্দ্ৰৰ জাননী, ১৫ দিনৰ ভিতৰত বিচাৰিলে উত্তৰ

July 4, 2026 9:04 pm
স্পেইনৰ তাৰকাৰ প্ৰশংসাত ভিয়া, সৰুতে হকী খেলি গ’লৰ গোন্ধ চিনিবলৈ শিকিছিল মিকেল অয়াৰজাবালে

স্পেইনৰ তাৰকাৰ প্ৰশংসাত ভিয়া, সৰুতে হকী খেলি গ’লৰ গোন্ধ চিনিবলৈ শিকিছিল মিকেল অয়াৰজাবালে

July 4, 2026 8:46 pm
ভাৰত এতিয়া বিশ্বৰ দ্বিতীয় বৃহত্তম ম’বাইল নিৰ্মাণ আৰু ৰপ্তানি কৰা দেশ: প্ৰধানমন্ত্ৰী মোদী

ভাৰত এতিয়া বিশ্বৰ দ্বিতীয় বৃহত্তম ম’বাইল নিৰ্মাণ আৰু ৰপ্তানি কৰা দেশ: প্ৰধানমন্ত্ৰী মোদী

July 4, 2026 7:38 pm
ফ্লিপকাৰ্টৰ গ’ট চেলত ৫৯ হাজাৰ টকাতকৈও কম মূল্যত আইফোন ১৬

ফ্লিপকাৰ্টৰ গ’ট চেলত ৫৯ হাজাৰ টকাতকৈও কম মূল্যত আইফোন ১৬

July 4, 2026 7:10 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

চিনেমা আৰু অ’টিটিৰ কন্টেন্ট চুৰিৰ অভিযোগত টেলিগ্ৰামলৈ কেন্দ্ৰৰ জাননী, ১৫ দিনৰ ভিতৰত বিচাৰিলে উত্তৰ

চিনেমা আৰু অ’টিটিৰ কন্টেন্ট চুৰিৰ অভিযোগত টেলিগ্ৰামলৈ কেন্দ্ৰৰ জাননী, ১৫ দিনৰ ভিতৰত বিচাৰিলে উত্তৰ

July 4, 2026 9:04 pm
স্পেইনৰ তাৰকাৰ প্ৰশংসাত ভিয়া, সৰুতে হকী খেলি গ’লৰ গোন্ধ চিনিবলৈ শিকিছিল মিকেল অয়াৰজাবালে

স্পেইনৰ তাৰকাৰ প্ৰশংসাত ভিয়া, সৰুতে হকী খেলি গ’লৰ গোন্ধ চিনিবলৈ শিকিছিল মিকেল অয়াৰজাবালে

July 4, 2026 8:46 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd