• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Wednesday, January 20, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

নিৰ্বাচনৰ পূৰ্বে ৰাজনৈতিক পট পৰিৱৰ্তন! দুগৰাকী প্ৰাক্তন কংগ্ৰেছী মন্ত্ৰীৰ বিজেপিত যোগদান

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , October 13, 2020 12:36 pm

1 min read

নিৰ্বাচনৰ পূৰ্বে ৰাজনৈতিক পট পৰিৱৰ্তন! দুগৰাকী প্ৰাক্তন কংগ্ৰেছী মন্ত্ৰীৰ বিজেপিত যোগদান
1.3k
VIEWS
Share on FacebookShare on Twitter

মণিপুৰত অহা মাহত হ’বলগীয়া উপ-নিৰ্বাচনৰ পূৰ্বে সোমবাৰে ৰাজ্যখনৰ দুগৰাকী প্ৰাক্তন কংগ্ৰেছী মন্ত্ৰী আৰু এগৰাকী মুখপাত্ৰই ভাৰতীয় জনতা পাৰ্টী চমুকৈ বিজেপিত যোগদান কৰিছে।

মণিপুৰৰ মুখ্য মন্ত্ৰী এন বীৰেণ সিং আৰু ৰাজ্যিক সভাপতি এছ টিকেন্দ্ৰই কংগ্ৰেছৰ পৰা অহা নেতা কেইজনক দললৈ আদৰণি জনায়।

বিজেপিত যোগদান কৰা প্ৰাক্তন কংগ্ৰেছী মন্ত্ৰী দুগৰাকীৰ এজন হৈছে কুম্বী বিধানসভা সমষ্টিৰ এন মাংগী আৰু আনজন হৈছে জিৰিবাম সমষ্টিৰ এ বীৰেণ সিং।

আনহাতে যোৱা লোকসভা নিৰ্বাচনত কংগ্ৰেছৰ হৈ প্ৰতিদ্বন্দ্বিতা আগবঢ়োৱা তথা দলৰ মুখপাত্ৰ ও নৱকিশোৰেও বিজেপিত যোগদান কৰে।

যোগদান কাৰ্যসূচীৰ পিছতে মুখ্য মন্ত্ৰী বীৰেণ সিঙে কয় যে ৰাজ্য তথা দেশত বিজেপিয়ে গ্ৰহণ কৰা উন্নয়নমূলক কাম-কাজৰ প্ৰতি আকৰ্ষিত হৈয়ে বিজেপিত যোগদান কৰি আছে।

উল্লেখ্য যে, অহা ৭ নৱেম্বৰত মণিপুৰৰ পাঁচটা বিধানসভা সমষ্টিত উপ-নিৰ্বাচন অনু্ঠিত হ’ব।

নিৰ্বাচন অনুষ্ঠিত হ’ব লগীয়া সমষ্টি কেইটা হৈছে ইম্ফল পশ্চিম জিলাৰ ৱাংগৈ, কাংপকপি জিলাৰ চাইটু, চুৰাচন্দপুৰ জিলাৰ চিংঘাট, থৌবাল জিলাৰ লাইলং আৰু ৱাংজিং-তেন্থা।

Recent News

প্ৰতিবাদ; আধাৰশিলা স্থাপন নকৰাকৈয়ে উভতিবলগীয়া হ’ল বিধায়ক ভাস্কৰ শৰ্মা

প্ৰতিবাদ; আধাৰশিলা স্থাপন নকৰাকৈয়ে উভতিবলগীয়া হ’ল বিধায়ক ভাস্কৰ শৰ্মা

a bbbjjj

পুনৰ এবাৰ গতানুগতিক নিৰ্বাচনী ইস্তাহাৰৰে নিৰ্বাচনলৈ সাজু হ’ব নেকি বিজেপি?

পৰিত্যক্ত অৱস্থাত মূল্যবান চৰকাৰী ভূমি; সাংস্কৃতিক প্ৰকল্প স্থাপনৰ আহ্বান টীয়কবাসীৰ

পৰিত্যক্ত অৱস্থাত মূল্যবান চৰকাৰী ভূমি; সাংস্কৃতিক প্ৰকল্প স্থাপনৰ আহ্বান টীয়কবাসীৰ

সকলো বুথ পৰ্য্যায়ৰ কংগ্ৰেছ কৰ্মীয়ে নিজকে ৰিপুন বৰা বুলি ভাৱক : কংগ্ৰেছী মীৰা বৰঠাকুৰ

সকলো বুথ পৰ্য্যায়ৰ কংগ্ৰেছ কৰ্মীয়ে নিজকে ৰিপুন বৰা বুলি ভাৱক : কংগ্ৰেছী মীৰা বৰঠাকুৰ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd