• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 10, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

বন্যপ্ৰাণীৰ সুৰক্ষা আৰু অপৰাধ নিয়ন্ত্ৰণৰ বাবে আৰক্ষীলৈ আৰণ্যকৰ বলেৰ’ কেম্পাৰ বাহন প্ৰদান

উত্তম শইকীয়া by উত্তম শইকীয়া
December 5, 2020 8:25 pm
IMG-20201205-WA0053
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ গঁড়ৰ সুৰক্ষাৰ লগতে বন্যপ্ৰাণী অপৰাধ নিয়ন্ত্ৰণত সহায়ক হোৱাকৈ দেশৰ আগশাৰীৰ সংগঠন আৰণ্যকে ৱাইল্ড লাইফ কনজাৰভেশ্যন নেটৱৰ্কৰ ৰাইন’ ৰেচকিউ ফাণ্ডৰ  সহায়ত আজি গোলাঘাট জিলা আৰু নগাঁও জিলা আৰক্ষীক একোখনকৈ বলেৰ’ কেম্পাৰ বাহন প্ৰদান কৰে।

এই উপলক্ষে আজি কহঁৰাস্থিত আৰক্ষী অতিথিশালাত আয়োজিত এক অনুষ্ঠানত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ সঞ্চালক পি. শিৱকুমাৰ, গোলাঘাট  জিলাৰ আৰক্ষী অধীক্ষক পুষ্পৰাজ সিং আৰু নগাঁও জিলাৰ আৰক্ষী অধীক্ষক গৌৰৱ অভিজিত দিলীপৰ উপৰিও অনান্য আৰক্ষী বিষয়াও উপস্থিত থাকে।

Apply Now

অনুষ্ঠানত আৰণ্যকৰ সচিব প্ৰধান ডঃ বিভৱ কুমাৰ তালুকদাৰে আনুষ্ঠানিকভাৱে গোলাঘাট জিলাৰ আৰক্ষী অধীক্ষক পুষ্পৰাজ সিং আৰু কলিয়াবৰৰ মহকুমা আৰক্ষী বিষয়া মৃন্ময় দাসৰ হাতত বাহন দুখন অৰ্পণ কৰে।

অনুষ্ঠানটোত বক্তব্য প্ৰদান কৰি ডঃ বিভৱ কুমাৰ তালুকদাৰে গড়ঁ হত্যা আৰু অন্যান্য বন্যপ্ৰাণী অপৰাধসমূহৰোধ কৰাত অসম আৰক্ষী বিষয়াসকলে গ্ৰহণ কৰা সক্ৰিয় ভূমিকাক প্ৰশংসা কৰে আৰু অসম গৌৰৱ এশিঙীয়া গড়ঁক নিৰাপত্তা প্ৰদান কৰাত গোলাঘাট আৰু নগাঁও জিলাৰ আৰক্ষী বাহিনীৰ শলাগ লয় ।

উল্লেখ্য যে ইয়াৰ পূৰ্বেও আৰণ্যকে বন্যপ্ৰাণী অপৰাধ ৰোধ কৰাৰ বাবে গোলাঘাট জিলা আৰক্ষীক ছখন মটৰচাইকেল প্ৰদান কৰিছিল।

২০১৯-২০ বৰ্ষত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত থকা গঁড় আৰু অন্যান্য বন্যপ্ৰাণী সুৰক্ষা আৰু নিৰীক্ষণৰ বাবে উদ্যানখনৰ কৰ্তৃপক্ষক চাৰিখন ৪ চকীয়া বাহন আৰণ্যকে প্ৰদান কৰাৰ উপৰিও যোৱা আগষ্ট মাহত কাৰ্বিআংলং জিলাৰ আৰক্ষীক জিলাখনত চলি থকা বন্যপ্ৰাণী অপৰাধ ৰোধ কৰাৰ বাবে এখন বলেৰ’ কেম্পাৰ প্ৰদান কৰিছিল ।

আজিৰ অনুষ্ঠানত বক্তব্য প্ৰদান কৰি গোলাঘাট জিলাৰ আৰক্ষী অধীক্ষক পুষ্পৰাজ  সিঙে আৰণ্যকৰ এই পদক্ষেপৰ বাবে ধন্যবাদ প্ৰদান কৰাৰ বিপৰীতে নগাঁও জিলাৰ আৰক্ষী অধীক্ষক গৌৰৱ অভিজিত দিলীপেও আৰণ্যকৰ প্ৰতি কৃতজ্ঞতা প্ৰকাশ কৰে।

অনুষ্ঠানটিত বোকাখাতৰ মহকুমা আৰক্ষী বিষয়া পৃথ্বীৰাজ ৰাজখোৱা, আৰণ্যকৰ বাঘ গৱেষণা আৰু সংৰক্ষণ বিভাগৰ প্ৰধান ডঃ ফিৰোজ আহমেদ, আইন আৰু উপদেষ্ট গোটৰ প্ৰৱন্ধক মানস কুমাৰ ভট্টাচার্য আৰু কাজিৰঙাৰ জ্যোষ্ঠ সাংবাদিক স্বপন নাথো উপস্থিত আছিল।

 

উত্তম শইকীয়া

উত্তম শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

প্ৰযুক্তিৰ সন্মোহনত নৱপ্ৰজন্ম: হেৰাই গৈছে নেকি বাস্তৱিক প্ৰমূল্যবোধ ?

প্ৰযুক্তিৰ সন্মোহনত নৱপ্ৰজন্ম: হেৰাই গৈছে নেকি বাস্তৱিক প্ৰমূল্যবোধ ?

July 10, 2026 6:38 pm
ধৰ্মান্তৰকৰণৰ হেঁচা, মূৰত লেপটপেৰে আঘাত! উজবেকিস্তানত কেৰালাৰ ছাত্ৰীৰ কৰুণ মৃত্যু

ধৰ্মান্তৰকৰণৰ হেঁচা, মূৰত লেপটপেৰে আঘাত! উজবেকিস্তানত কেৰালাৰ ছাত্ৰীৰ কৰুণ মৃত্যু

July 10, 2026 6:10 pm
উচ্চতম ন্যায়ালয়ত উত্তপ্ত পৰিস্থিতি: ন্যায়াধীশৰ ফালে কাগজ দলিয়ালে আবেদনকাৰীয়ে, মুখ্য ন্যায়াধীশক অসভ্য আচৰণ

উচ্চতম ন্যায়ালয়ত উত্তপ্ত পৰিস্থিতি: ন্যায়াধীশৰ ফালে কাগজ দলিয়ালে আবেদনকাৰীয়ে, মুখ্য ন্যায়াধীশক অসভ্য আচৰণ

July 10, 2026 5:29 pm
মৃত্যুৰ ভয় নাই, ডিচেম্বৰত বাংলাদেশলৈ উভতি গৈ আদালতত আত্মসমৰ্পণ কৰিব শ্বেখ হাছিনাই

মৃত্যুৰ ভয় নাই, ডিচেম্বৰত বাংলাদেশলৈ উভতি গৈ আদালতত আত্মসমৰ্পণ কৰিব শ্বেখ হাছিনাই

July 10, 2026 4:56 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

প্ৰযুক্তিৰ সন্মোহনত নৱপ্ৰজন্ম: হেৰাই গৈছে নেকি বাস্তৱিক প্ৰমূল্যবোধ ?

প্ৰযুক্তিৰ সন্মোহনত নৱপ্ৰজন্ম: হেৰাই গৈছে নেকি বাস্তৱিক প্ৰমূল্যবোধ ?

July 10, 2026 6:38 pm
ধৰ্মান্তৰকৰণৰ হেঁচা, মূৰত লেপটপেৰে আঘাত! উজবেকিস্তানত কেৰালাৰ ছাত্ৰীৰ কৰুণ মৃত্যু

ধৰ্মান্তৰকৰণৰ হেঁচা, মূৰত লেপটপেৰে আঘাত! উজবেকিস্তানত কেৰালাৰ ছাত্ৰীৰ কৰুণ মৃত্যু

July 10, 2026 6:10 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd