• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, August 21, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

পুনেক হৰুৱাই নৰ্থ-ইষ্ট য়ুনাইটেড দ্বিতীয় স্থানলৈ; অধিনায়ক বাৰ্থলমিউ অগবেছেৰ দুভৰিৰ যাদু অব্যাহত

এন ই নাও নিউজ by এন ই নাও নিউজ
November 27, 2018 9:43 pm
NorthEastUnited

নৰ্থ-ইষ্ট য়ুনাইটেডৰ ফাইল ফটো।

2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

আগৰখন খেলত শেষ ৩ মিনিটত দুটাকৈ গ’ল দি পৰাজয়ক জয়লৈ সলনি কৰি দিয়া নৰ্থ-ইষ্ট য়ুনাইটেডে আজিও পুনৰ জয়ৰ ধাৰাত খোজ দিয়ে। পুনেত হোৱা আই এছ এলৰ আজিৰ এখন খেলত দলটোৱে আজি পুনেক ২-০ গ’লত হৰুৱায়।

দলটোৰ আজিৰ খেলতো সন্মুখৰ পৰা নেতৃত্ব দিয়া অধিনায়ক বাৰ্থলমিউ অগবেছেই (Bartholomew Ogbeche)ই মূল ভূমিকা লয়। বাৰ্থলমিউ অগবেছেই ২৩ মিনিটতে দিয়া গ’লেৰে দলটোৱে অগ্ৰতি লাভ কৰে আৰু সেই অগ্ৰগতি শেষলৈকে ধৰি ৰাখে।

Apply Now

আনহাতে অতিৰিক্ত সময়ৰ প্ৰথম মিনিটত পেনাল্টি কিকৰ সুবিধা পোৱাত তাক গ’ললৈ ৰূপান্তৰ কৰে জুৱান ক্ৰুজে। ফলত ফলাফল ২-০ হয়। আমোদজনকভাৱে, পূৰ্বৰ খেলখনতো বাৰ্থলমিউ অগবেছেৰ লগতে জুৱান ক্ৰুজেও গ’ল দিছিল। বাৰ্থলমিউ অগবেছেই পেনাল্টি কিকৰ জৰিয়তে আৰু জুৱান ক্ৰুজে পোনপটীয়া শ্বটেৰে গ’ল দিছিল, যিটো আজি ওলোটা হয়।

আজিৰ জয়ৰ জৰিয়তে গুৰুত্বপূৰ্ণ ৩ পইণ্ট অৰ্জন কৰি দলটোৱে তালিকাৰ দ্বিতীয় স্থানলৈ নিজৰ অৱস্থান উন্নীত কৰে। এতিয়া নৰ্থ-ইষ্ট য়ুনাইটেডৰ আগত আছে কেৱল বাংগালুৰু এফ চি, যাৰ পইণ্ট হ’ল ৭খন খেলত ১৯। নৰ্থ-ইষ্ট য়ুনাইটেডৰ ৮খন খেলত পইণ্ট হ’ল ১৭। নৰ্থ-ইষ্ট য়ুনাইটেডৰ পিছতে ৮খন খেলত ১৬ পইণ্টেৰে গোৱা তৃতীয় স্থানত আছে।

নৰ্থ-ইষ্ট য়ুনাইটেডে এতিয়ালৈকে খেলা ৮খন খেলৰ ৫খনত জয়ী হৈছে। দলটোৱে ২ খনত ড্ৰ আৰু মাত্ৰ ১খনত পৰাজিত হৈছে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

আকৌ পেপাৰ লিক : বাতিল ছত্তীশগড়ৰ বিশ্ববিদ্যালয়ৰ পৰীক্ষা

আকৌ পেপাৰ লিক : বাতিল ছত্তীশগড়ৰ বিশ্ববিদ্যালয়ৰ পৰীক্ষা

August 21, 2026 4:54 pm
তেলেংগানাৰ কংগ্ৰেছ মুখ্যমন্ত্ৰী ৰেভন্থ ৰেড্ডীক আমেৰিকা ভ্ৰমণৰ অনুমতি নিদিলে মোদী চৰকাৰে : কিন্তু কি কাৰণে?

তেলেংগানাৰ কংগ্ৰেছ মুখ্যমন্ত্ৰী ৰেভন্থ ৰেড্ডীক আমেৰিকা ভ্ৰমণৰ অনুমতি নিদিলে মোদী চৰকাৰে : কিন্তু কি কাৰণে?

August 21, 2026 3:23 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd