• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Monday, March 1, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

সীমান্তত পুনৰ পাকিস্তানৰ যুদ্ধবিৰতি উলংঘন; দুগৰাকী ভাৰতীয় সেনা জোৱান চহিদ

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , October 6, 2020 2:53 pm

1 min read

সীমান্তত পুনৰ পাকিস্তানৰ যুদ্ধবিৰতি উলংঘন; দুগৰাকী ভাৰতীয় সেনা জোৱান চহিদ
452
VIEWS
Share on FacebookShare on Twitter

ভাৰত-পাকিস্তান সীমান্তত পুনৰ পাকিস্তানে যুদ্ধবিৰতি উলংঘন কৰি কৰা তীব্ৰ গুলিচালনাৰ ফলত ভাৰতীয় সেনা বাহিনীৰ এগৰাকী বিষয়া আৰু এগৰাকী জোৱান চহিদ হ’বলগীয়া হয়।

জম্মু-কাশ্মীৰৰ ৰজৌৰীত আজি ৰাতিপুৱা পাকিস্তানী সেনাই কৰা গুলিচালনাৰ ফলত ভাৰতীয় সেনা বাহিনীৰ বিষয়া আৰু জোৱন গৰাকী চহিদ হয়।

ভাৰতীয় সেনা বাহিনীৰ সূত্ৰই প্ৰকাশ কৰা মতে, বিগত পাঁচদিনত পাকিস্তানী সেনাই ভাৰত-পাকিস্তান সীমান্তত কৰা যুদ্ধবিৰতি উলংঘনৰ ফলত চাৰিগৰাকী ভাৰতীয় সেনা জোৱান চহিদ হ’বলগীয়া হয়।

সোমবাৰে সন্ধিয়াৰ ভাগৰ পৰা পাকিস্তানী সেনাই জম্মু-কাশ্মীৰৰ ৰজৌৰী চেক্টৰত যুদ্ধবিৰতি উলংঘন কৰি গুলিচালনা অব্যাহত ৰাখিছিল।

উল্লেখযোগ্য যে, ভাৰত আৰু চীনৰ মাজত লাডাখত উত্তেজনাই বিৰাজ কৰি থকাৰ সময়ত পাকিস্তানে ভাৰত-পাকিস্তানত সীমান্তত যুদ্ধবিৰতি উলংঘনৰ ঘটনা বৃদ্ধি কৰিছে।

পাকিস্তানী সেনাই সীমান্তত গুলিচালনা কৰি পাকিস্তান সমৰ্থিত সন্ত্ৰাসবাদীক ভাৰতত প্ৰৱেশৰ ক্ষেত্ৰত সহায় কৰি আহিছে।

Recent News

index.jpg

বিধান সভা নির্বাচনৰ বাবে বোকাখাত মহকুমা প্রশাসনৰ প্রস্তুতি : মিডিয়া মনিটৰিং সম্পর্কে স্থানীয় সাংবাদিকৰ সৈতে আলোচনা

আমেৰিকা যুক্তৰাষ্ট্ৰ : ২০২৪ত পুনৰ ৰাষ্ট্ৰপতি নিৰ্বাচনত প্ৰতিদ্বন্দিতা আগবঢ়াব ডণাল্ড ট্ৰাম্পে

আমেৰিকা যুক্তৰাষ্ট্ৰ : ২০২৪ত পুনৰ ৰাষ্ট্ৰপতি নিৰ্বাচনত প্ৰতিদ্বন্দিতা আগবঢ়াব ডণাল্ড ট্ৰাম্পে

1593687950_RAAgrY_SupremeCourtofIndia

“আপুনি তাইক বিয়া কৰালে শাস্তিৰ পৰা ৰেহাই পাব!”; ধৰ্ষণত অভিযুক্ত চৰকাৰী বিষয়াক ক’লে মুখ্য ন্যায়াধীশে

ম্যানমাৰ : সামৰিক অভ্যুত্থানৰ পাছত প্ৰথমবাৰৰ বাবে দেখা গ’ল আং চান চ্যু ক্যীক

ম্যানমাৰ : সামৰিক অভ্যুত্থানৰ পাছত প্ৰথমবাৰৰ বাবে দেখা গ’ল আং চান চ্যু ক্যীক

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd