DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Wednesday, February 8, 2023
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

প্ৰচণ্ড শীত প্ৰবাহৰ ফলত ডিব্ৰুগড়ৰ মৰানত দুটি শিশুৰ মৃত্যু

এন ই নাও নিউজ, ডিব্রুগড় by এন ই নাও নিউজ, ডিব্রুগড়
January 21, 2023 1:45 pm
ফটো সৌজন্য: ফেচবুক।

ফটো সৌজন্য: ফেচবুক।

98
VIEWS
Share on FacebookShare on Twitter

স্বাস্থ্য বিষয়াসকলে শুকুৰবাৰে জনায় যে ডিব্ৰুগড়ৰ মৰাণ চহৰত তীব্ৰ ঠাণ্ডাৰ ফলত এটি মাত্ৰ ৪ মহীয়া আৰু আন এটি এবছৰীয়া শিশুৰ মৃত্যু ঘটিছে।

বাতৰি অনুসৰি, চানী আৰু ৰাজমনী ধনৱাৰৰ দ্বিতীয় পুত্ৰ ৪ মহীয়া কেঁচুৱাটোৰ শুই থকা অৱস্থাতে মৃত্যু হয়। শিশুটিক ইয়াৰ আগেয়ে টিকাকৰণৰ বাবে ক্লিনিকলৈ অনা হৈছিল আৰু কোনো ডাঙৰ লক্ষণ নোহোৱাত ঘৰলৈ প্ৰেৰণ কৰা হৈছিল।

লগতে পঢ়ক: মহানগৰীৰ নাৰেংগীত পাঠানৰ পোষ্টাৰ জ্বলালে বজৰং দলে

দুৰ্বল জীৱন-যাপনৰ পৰিস্থিতি, উৰুখা চাল আৰু অপৰ্যাপ্ত দেৱাল আৰু চিলিং আদিয়েই কেঁচুৱাটোৰ মৃত্যুৰ কাৰণ ধাৰণা কৰা হৈছে। অত্যাধিক ঠাণ্ডাৰ ফলত আন এবছৰীয়া কেঁচুৱাটোৰো মৃত্যু হয়।

তদুপৰি, ঠাণ্ডা বতৰৰ পৰিস্থিতিৰ বাবে অঞ্চলটোত একাধিক লোকৰ মৃত্যু হোৱাৰ খবৰ পোৱা গৈছে।

যোৱা ৬ জানুৱাৰীত লামডিং ৰে’ল ষ্টেচনৰ ১ নং প্লেটফৰ্মত এগৰাকী মহিলাক মৃত অৱস্থাত পোৱা গৈছিল। প্ৰত্যক্ষদৰ্শীসকলে সন্দেহ কৰিছিল যে ঠাণ্ডাৰ বাবেই তেওঁৰ মৃত্যু হৈছিল।

লগতে পঢ়ক: অন্ধবিশ্বাস! সন্তান লাভৰ আশাত মানুহৰ হাড়ৰ গুৰি খুৱাই দিয়াৰ অভিযোগ মহিলাৰ

আনহাতে, ৫ জানুৱাৰীত লামডিং ৰে’লৱে জংচনত আন এগৰাকী মহিলা আৰু এজন যুৱকক মৃত অৱস্থাত উদ্ধাৰ কৰা হৈছিল। এইটোও ঠাণ্ডাৰ পৰা সুৰক্ষাৰ অভাৱৰ বাবে মৃত্যুৰ সন্দেহ কৰা হয়।

Recent News

UP Couple Kills Daughter

অ’নাৰ কিলিং! গৰ্ভাৱস্থা পৰীক্ষাৰ কিট পোৱাৰ বাবেই যুৱতীক হত্যা নিজ পিতৃ-মাতৃৰ!

Indian Missing In Turkey

ভূমিকম্প বিধ্বস্ত তুৰস্কত সন্ধানহীন ভাৰতীয় নাগৰিক: ১০ ভাৰতীয় আৱদ্ধ ভূমিকম্পপীড়িত চহৰত

Rahul Gandhi accuses Modi

বন্ধু আদানীক ৰক্ষণাবেক্ষণ মোদীৰ! সংসদত পুনৰ সোচ্চাৰ ৰাহুল গান্ধী

dust storm in Guwahati

ধূলিয়ৰি গুৱাহাটী: অত্যন্ত নিম্ন স্তৰত মহানগৰীৰ বায়ুৰ গুণাগুণ সূচাংক

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd