• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, July 30, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

‘ঐক্য, শান্তি, প্ৰগতি’ৰ দল অগপৰ নেতৃত্বই নিলম্বন কৰিলে আৰু দুজন সতীৰ্থক

মিত্ৰতাৰ বিৰোধ কৰা সতীৰ্থৰ বিৰুদ্ধে দমনমূলক নীতি অব্যাহত অগপ নেতৃত্বৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
March 17, 2019 5:01 pm
AGP_Office
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

দমনমূলক নীতি অব্যাহত ৰাখি আঞ্চলিক দল অসম গণ পৰিষদৰ নেতৃত্বই দলটোৰ আৰু দুজন কেন্দ্ৰীয় কাৰ্য্যনিৰ্বাহক সদস্যক নিলম্বন কৰিছে। আজি দলৰ সাধাৰণ সম্পাদক ডাঃ কমলা কলিতা স্বাক্ষৰিত পত্ৰ যোগে কেন্দ্ৰীয় কাৰ্য্যনিৰ্বাহক সদস্য ক্ৰমে হৰেশ ভূঞা আৰু নীৰেন শৰ্মাক নিলম্বন কৰা হয়।

দুয়োজনকে কেন্দ্ৰীয় কাৰ্য্যনিৰ্বাহক সদস্য পদৰ পৰা তাৎক্ষণিকভাৱে অব্যাহতি দিয়াৰ লগতে এবছৰৰ বাবে দলৰ প্ৰাথমিক সদস্য পদৰ পৰাও নিলম্বন কৰা হয়।

Apply Now

”আপুনি অসম গণ পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ সিদ্ধান্ত বিৰুদ্ধে গৈ দলীয় অনুশাসন (‘অনুশালন’ বুলি ছপা হৈছে) আৰু শৃংখলা ভংগ কৰাটো দৃষ্টিগোচৰ হৈছে। এই কাৰ্য্য দলৰ সংবিধানৰ পৰিপন্থী। আৰু ইয়াক দল বিৰোধী কাৰ্য্য হিচাপে গণ্য কৰা হৈছে। সেয়েহে দলৰ মাননীয় সভাপতিৰ নিৰ্দেশমৰ্মে তাৎক্ষণিকভাৱে আপোনাক দলৰ কেন্দ্ৰীয় কাৰ্য্যনিৰ্বাহক সদস্য পদৰ পৰা অব্যাহতি দিয়াৰ লগতে দলৰ প্ৰাথমিক সদস্য পদৰ পৰা এবছৰৰ বাবে নিলম্বন কৰা হ’ল”, দুয়োজনলৈ লিখা পত্ৰ দুখনত এইদৰে কোৱা হৈছে। দুয়োখন পত্ৰ দুদিন পূৰ্বে আন এজন কেন্দ্ৰীয় কাৰ্য্যনিৰ্বাহক সদস্য প্ৰণৱ গোস্বামীলৈ প্ৰেৰণ কৰা পত্ৰৰ অনুৰূপ।

জানিব পৰামতে যোৱা ১৫ মাৰ্চত যোৰহাটত অগপৰ কাৰ্য্যালয়ৰ সন্মুখত নেতৃত্বৰ সিদ্ধান্তৰ বিৰুদ্ধে শতাধিক কৰ্মী-সমৰ্থক লৈ প্ৰতিবাদ কৰিছিল দুয়োজনে। প্ৰতিবাদী কৰ্মী-সমৰ্থকে কাৰ্য্যালয় চৌহদত থকা অগপৰ তিনিজন মন্ত্ৰী ক্ৰমে, অতুল বৰা, কেশৱ মহন্ত, ফণীভূষণ চৌধুৰীৰ ফটো, বেনাৰ ছিঙি-ভাঙি লণ্ড-ভণ্ড কৰিছিল। তিনিওজন মন্ত্ৰীৰ বিৰুদ্ধে ক্ষমতাৰ লালসাত বিজেপিৰ সৈতে মিত্ৰতা কৰা বুলি অভিযোগ আনিছিল প্ৰতিবাদকাৰীসকলে।

উল্লেখযোগ্য যে আঞ্চলিক দলটোৰ মুষ্টিমেয় দুজনমান নেতাই লোৱা পুনৰ মিত্ৰতাৰ সিদ্ধান্তৰ পিছত কেইবাজনো নেতাই দলটো ত্যাগ কৰিছে। আন বহুতেই দলৰ মজিয়াত থাকিয়েই দলৰ নেতৃত্বক সমালোচনা কৰিছে। দলৰ ভিতৰত হোৱা এনে বিদ্ৰোহৰ জোৰ কমাবলৈ শীৰ্ষ নেতৃত্বই দমনমূলক নীতি লৈ এইদৰে নিলম্বনৰ অভিযান চলাইছে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

July 30, 2026 6:46 pm
বাংলাদেশত হৈ গ’ল প্ৰথম সমকামী বিবাহ! ঢাকেশ্বৰী মন্দিৰত সাতপাক ঘূৰি ইতিহাস ৰচিলে এই প্ৰেমিক যুগলে

বাংলাদেশত হৈ গ’ল প্ৰথম সমকামী বিবাহ! ঢাকেশ্বৰী মন্দিৰত সাতপাক ঘূৰি ইতিহাস ৰচিলে এই প্ৰেমিক যুগলে

July 30, 2026 6:40 pm
নিৰ্বাচনত জয়ী নোহোৱাকৈয়ে ছমাহতকৈ অধিক সময় মন্ত্ৰী! চৰকাৰৰ পৰা উত্তৰ বিচাৰিলে উচ্চতম ন্যায়ালয়ে

নিৰ্বাচনত জয়ী নোহোৱাকৈয়ে ছমাহতকৈ অধিক সময় মন্ত্ৰী! চৰকাৰৰ পৰা উত্তৰ বিচাৰিলে উচ্চতম ন্যায়ালয়ে

July 30, 2026 5:57 pm
সংসদত হাঁহি হাঁহি ইতিহাসৰ পাঠ পঢ়ালে প্ৰিয়ংকাই : দুষাৰ কথা ক’বলৈ গৈ বিপদত পৰিল নেকি এইগৰাকী নেতা?

সংসদত হাঁহি হাঁহি ইতিহাসৰ পাঠ পঢ়ালে প্ৰিয়ংকাই : দুষাৰ কথা ক’বলৈ গৈ বিপদত পৰিল নেকি এইগৰাকী নেতা?

July 30, 2026 5:42 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

July 30, 2026 6:46 pm
বাংলাদেশত হৈ গ’ল প্ৰথম সমকামী বিবাহ! ঢাকেশ্বৰী মন্দিৰত সাতপাক ঘূৰি ইতিহাস ৰচিলে এই প্ৰেমিক যুগলে

বাংলাদেশত হৈ গ’ল প্ৰথম সমকামী বিবাহ! ঢাকেশ্বৰী মন্দিৰত সাতপাক ঘূৰি ইতিহাস ৰচিলে এই প্ৰেমিক যুগলে

July 30, 2026 6:40 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd