DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, February 2, 2023
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home Popular Stories

কবিতা বিতৰ্ক : কবি নীলিম কুমাৰৰ বিৰুদ্ধে থানাত গোচৰ দুই সংগঠনৰ

পাৰ্শ্বজ্যোতি গগৈ by পাৰ্শ্বজ্যোতি গগৈ
July 6, 2020 6:25 pm
কবি নিলীম কুমাৰ। ফটো উৎস : ফেইচবুক

কবি নিলীম কুমাৰ। ফটো উৎস : ফেইচবুক

12k
VIEWS
Share on FacebookShare on Twitter

কবিতাৰ জড়িয়তে আহোম জাতিক অপমান আৰু চ্যুকাফা, গদাপাণিক চিটি বাছৰ ড্ৰাইভাৰ-হেণ্ডিমেনৰ লগত তুলনা কৰাৰ অভিযোগ তুলি কবি নীলিম কুমাৰৰ বিৰুদ্ধে শিৱসাগৰ সদৰ থানাত গোচৰ ৰুজু কৰা হৈছে।

শিৱসাগৰ সদৰ থানাত কবি নীলিম কুমাৰৰ বিৰুদ্ধে সদৌ তাই আহোম ছাত্ৰ সন্থা আৰু তাই আহোম যুৱ পৰিষদে গোচৰ ৰুজু কৰে। সংগঠন দুটাই পৃথকে পৃথকে থানাত গোচৰ ৰুজু কৰে।

বিশিষ্ট কবি গৰাকীয়ে ৰচনা কৰা এটা কবিতাক লৈ বিতৰ্কৰ সৃষ্টি হৈছিল।

নীলিম কুমাৰে ‍‘এখন অসুস্থ চিটিবাছ’ নামৰ কবিতাটোত ৬০০ বছৰ ৰাজত্ব কৰা আহোম জাতিক এখন অসুস্থ চিটিবাছ আৰু বৰ অসম গঢ়োতা স্বৰ্গদেউ চ্যুকাফাক ড্ৰাইভাৰ আৰু আহোম ৰজা গদাপাণি সিংহক চিটি বাছৰ হেণ্ডিমেনৰ লগত তুলনা কৰা বুলি অভিযোগ তুলিছে সংগঠন দুটাই।

ৰাণী কমলাকুঁৱৰীৰ নামো উল্লেখ আছে নীলিম কুমাৰৰ কবিতাটোত।

বিতৰ্কিত কবিতাটোৰ কিয়দাংশ

ইপিনে আজি  কবি নীলিম কুমাৰৰ বিৰুদ্ধে গৰজি উঠিছে আহোম জাতীয় সংগঠন। তাইপাই তথাকথিত কবি নিলীম কুমাৰক ৭২ ঘন্টাৰ ভিতৰত গ্ৰেপ্তাৰ কৰাৰ দাবী জনোৱাৰ লগতে আটাছুৱে আহোম জাতিক অপমান কৰা কবি নীলিম কুমাৰক উচিত শাস্তি বিহিবলৈ চৰকাৰক দাবী জনায়।

আনহাতে নীলিম কুমাৰৰ কবিতাটো প্ৰকাশ কৰা প্ৰান্তিক আলোচনীৰ কাৰ্যবাহী সম্পাদক ইমৰাণ হুছেইনৰ বিৰুদ্ধে তৎকালীনভাৱে বিহিত ব্যৱস্থা গ্ৰহণ কৰিবলৈ তাইপাৰ কেন্দ্ৰীয় সম্পাদক দিগন্ত তামুলীয়ে শিৱসাগৰ আৰক্ষীক অনুৰোধ জনাইছে।

Recent News

নৃত্যৰ ভিডিঅ’ পোষ্ট কৰাৰ অপৰাধত ১০ বছৰৰ কাৰাদণ্ড ইৰাণী দম্পতীক

নৃত্যৰ ভিডিঅ’ পোষ্ট কৰাৰ অপৰাধত ১০ বছৰৰ কাৰাদণ্ড ইৰাণী দম্পতীক

২৩ তম বৰ্ষপূৰ্তি: ৰাজ্যৰ আগশাৰীৰ কেচাঁসোণৰ বিপনী “গামখাৰু”ৰ অসমীয়া গহনাত ৪০% বিশেষ ৰেহাই

২৩ তম বৰ্ষপূৰ্তি: ৰাজ্যৰ আগশাৰীৰ কেচাঁসোণৰ বিপনী “গামখাৰু”ৰ অসমীয়া গহনাত ৪০% বিশেষ ৰেহাই

Union Budget 2023: কেন্দ্ৰীয় বাজেটত স্বাস্থ্য খণ্ডৰ বাবে কি বিশেষ আঁচনি ঘোষণা কৰিলে বিত্ত মন্ত্ৰীয়ে?

Union Budget 2023: কেন্দ্ৰীয় বাজেটত স্বাস্থ্য খণ্ডৰ বাবে কি বিশেষ আঁচনি ঘোষণা কৰিলে বিত্ত মন্ত্ৰীয়ে?

কেন্দ্ৰীয় লোকসেৱা আয়োগৰ পৰীক্ষাত অসমৰ ১.১ শতাংশহে কৃতকাৰ্য হয়: প্ৰাক্তন মুখ্য সচিব জিষ্ণু বৰুৱা

কেন্দ্ৰীয় লোকসেৱা আয়োগৰ পৰীক্ষাত অসমৰ ১.১ শতাংশহে কৃতকাৰ্য হয়: প্ৰাক্তন মুখ্য সচিব জিষ্ণু বৰুৱা

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd