DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, May 26, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

জৰ্ডানৰ বিৰুদ্ধে আন্তৰ্জাতিক খেল : ভাৰতীয় ফুটবল দলত অসমৰ হলিচৰণ নার্জাৰী, বিনীত ৰায়

এন ই নাও নিউজ by এন ই নাও নিউজ
November 3, 2018 8:39 am
217856_gallery

হলিচৰণ নাৰ্জাৰী। ফাইল ফটো

352
VIEWS
Share on FacebookShare on Twitter

অসমৰ বাবে আৰু এক সুখবৰ কঢ়িয়াই এইবাৰ ভাৰতীয় ফুটবল দলত স্থান লাভ কৰিছে অসমৰ দুজনকৈ খেলুৱৈয়ে। ভাৰতীয় দলত স্থান লাভ কৰা অসমৰ এই তাৰকা দুজন হ’ল হৰিচৰণ নাৰ্জাৰী আৰু বিনীত ৰায়।

জৰ্ডানৰ বিৰুদ্ধে অহা ১৭ নৱেম্বৰত জৰ্ডানত অনুষ্ঠিত  হ’বলগীয়া আন্তৰ্জাতিক প্ৰীতি ফুটবল খেলৰ বাবে শুকুৰবাৰে ঘোষিত ভাৰতৰ সম্ভাব্য ৩০ গৰাকী খেলুৱৈৰ তালিকাত স্থান লাভ কৰিছে অসমৰ হলিচৰণ নাৰ্জাৰী আৰু বিনীত ৰায়ে।

ইতিমধ্যে আই এছ এলত উজলি উঠা অসম সন্তান দুজনৰ এই ক্ৰীড়াৰ যাত্ৰা আন্তৰ্জাতিক পৰ্যায়ত প্ৰতিষ্ঠিত হোৱাৰ কামনা কৰিছে ৰাজ্যখনৰ ক্ৰীড়াপ্ৰেমীসকলে।

বৰ্তমান মুখ্য প্ৰশিক্ষক ষ্টিফেন কনষ্টাণ্টিনে খেলুৱৈ দুগৰাকীক মিড ফিল্ডাৰ হিচাপে ব্যৱহাৰ কৰি আছে। উল্লেখযোগ্য যে যোৱা ১৩ অক্টোবৰত চীনৰ বিৰুদ্ধে সেই  দেশত হোৱা আন্তৰ্জাতিক প্ৰীতি খেলখনতো খেলুৱৈ দুজনে ৰাষ্ট্ৰীয় দলক প্ৰতিনিধিত্ব কৰিছিল।

শুকুৰবাৰে ঘোষণা কৰা সম্ভাব্য ভাৰতীয় দলটোত ২৩ বছৰৰ অনূৰ্ধ্বৰ ১৪ গৰাকী খেলুৱৈয়ে স্থান লাভ কৰিছে। তাৰ বাবে তিনিগৰাকী খেলুৱৈক সম্ভাব্য ৰাষ্ট্ৰীয় দললৈ ওভতাই অনা হৈছে। তেওঁলোক হ’ল গ’লকীপাৰ অৰিন্দম ভট্টাচাৰ্য, ডিফেণ্ডাৰ নিশু কুমাৰ আৰু উইংগাৰ জেকিচান্দ সিং।

শেহতীয়া আন্তৰ্জাতিক খেলত জৰ্ডানে যোৱা মাহত বিশ্ব কাপৰ ৰানাৰ্ছ আপ ক্ৰ’ৱেছিয়াৰ হাতত পৰাজিত হোৱাৰ বিপৰীতে ভাৰতে চীনৰ বিৰুদ্ধে গ’লশূন্যভাৱে ড্ৰ’ খেলিছিল। আনহাতে, অহা ১১ নৱেম্বৰত নতুন দিল্লীত ভাৰতীয় দলৰ প্ৰশিক্ষণ শিবিৰ আৰম্ভ হ’ব।

Recent News

অসমৰ বানপানী আৰু ডিমা হাচাও: বিভীষিকাৰ কাৰণ আৰু সমাধান সূত্ৰ কি?

অসমৰ বানপানী আৰু ডিমা হাচাও: বিভীষিকাৰ কাৰণ আৰু সমাধান সূত্ৰ কি?

অৱশেষত শাস্তি ঘোষণা: জম্মু-কাশ্মীৰৰ বিচ্ছিন্নতাবাদী নেতা য়াছিন মালিকক যাৱজ্জীৱন কাৰাদণ্ড

অৱশেষত শাস্তি ঘোষণা: জম্মু-কাশ্মীৰৰ বিচ্ছিন্নতাবাদী নেতা য়াছিন মালিকক যাৱজ্জীৱন কাৰাদণ্ড

SEBA-HSLC-Matric-students

HSLC Result শীঘ্ৰে ঘোষণা হ’ব হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল: কেতিয়া হ’ব পাৰে ঘোষণা, কিদৰে চাব ?

তিনিটাকৈ মিছাইলৰ পৰীক্ষণেৰে বিদেনক শক্তিৰ উমান দিলে কিম জঙে

তিনিটাকৈ মিছাইলৰ পৰীক্ষণেৰে বিদেনক শক্তিৰ উমান দিলে কিম জঙে

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd