• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, July 16, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

অত্যধিক নিষিদ্ধ ড্ৰাগছৰ বলি! আড়ম্বৰপূৰ্ণ ‘মিউজিক কনচাৰ্ট’ত দুই এম বি এ শিক্ষাৰ্থীৰ মৃত্যু

এন ই নাও নিউজ, মুম্বাই by এন ই নাও নিউজ, মুম্বাই
May 21, 2026 11:17 am
33
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

নিষিদ্ধ ড্ৰাগছৰ অতিমাত্ৰা সেৱন কৰি মৃত্যু হৈছে দুই এম বি এ শিক্ষাৰ্থীৰ! নিষিদ্ধ ড্ৰাগছ অত্যধিক সেৱনৰ বাবেই মৃত্যু হোৱা বুলি দাবী কৰিছে আৰক্ষীয়ে!

যোৱা ১১ এপ্ৰিলত মুম্বাইৰ গোৰেগাঁৱৰ নেস্কো চেণ্টাৰত এক বৃহৎ আড়ম্বৰপূৰ্ণ ‘সংগীত কনচাৰ্ট’ অনুষ্ঠিত হয়। য’ত সমবেত হৈছিল ৪ হাজাৰ লোক। দুই হাজাৰ টকাৰ টিকট দি এই অনুষ্ঠানলৈ আহিছিল দুগৰাকী ছাত্ৰ-ছাত্ৰীও।

Apply Now

আৰক্ষীৰ সূত্ৰ অনুসৰি, নিষিদ্ধ ড্ৰাগছ এমডিএমএ সেৱন কৰি তেওঁলোক গুৰুতৰভাৱে অসুস্থ হৈ পৰে। তাৰপিছত উদ্ধাৰ কৰি চিকিৎসালয়লৈ লৈ যোৱাত এম বি এৰ শিক্ষাৰ্থী দুগৰাকীৰ মৃত্যু হয়।

অনুষ্ঠানৰ সময়ত মাজনিশাৰ ভাগত শিক্ষাৰ্থীসকলৰ উশাহ-নিশাহৰ সমস্যা হ’বলৈ আৰম্ভ কৰে। ততাতৈয়াকৈ অসুস্থ ২৪ বছৰীয়া যুৱতীগৰাকী আৰু ২৮ বছৰীয়া যুৱকজনক স্থানীয় চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয়। তাতেই তেওঁলোকৰ মৃত্যু হয়। সংকটজনক অৱস্থাত চিকিৎসাধীন হৈ আছে আন এগৰাকী ২৫ বছৰীয়া যুৱতী। অনুমান কৰা হৈছে যে তেওঁৱো নিষিদ্ধ ড্ৰাগছ সেৱন কৰিছিল।

আৰক্ষীৰ মতে, সংগীত কনচাৰ্টলৈ যোৱাৰ পথত প্ৰথমবাৰৰ বাবে টেক্সিত নিষিদ্ধ ড্ৰাগছ এমডিএমএ টেবলেট লৈছিল শিক্ষাৰ্থীসকলে। ইয়াৰ পিছতে অনুষ্ঠাস্থলীত উপস্থিত হোৱাৰ পিছত আন এটা টেবলেট লৈছিল। ইয়াৰ ফলত ‘অভাৰড’জ’ৰ প্ৰভাৱ ঘটে। ফলত দুগৰাকী ছাত্ৰ-ছাত্ৰী অসুস্থ হৈ মৃত্যুমুখত পৰে।

ছাত্ৰ-ছাত্ৰীক ড্ৰাগছ বিক্ৰী কৰাৰ অভিযোগত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে এজন লোকক। তেওঁৰ পৰা উদ্ধাৰ হৈছে কেইবাটাও নিষিদ্ধ ড্ৰাগছ টেবলেট। তদন্তৰ সূত্ৰ অনুসৰি মুম্বাইৰ বাহিৰৰ পৰা আমদানি কৰা হৈছিল এই ড্ৰাগছ।

তেওঁৰ লগতে এই ঘটনাত গ্ৰেপ্তাৰ হৈছে অনুষ্ঠানৰ আয়োজক বিহান ওৰফে আকাশ সামাল, নেস্কো ইভেণ্ট অৰ্গেনাইজেচন এণ্ড মেনেজমেণ্টৰ ছানী বিনোদ জৈন, নিৰাপত্তাৰ দায়িত্বত থকা বালকৃষ্ণন বলৰাম আৰু আন দুজন ছাত্ৰ। নেস্কোৱে এক বিবৃতিত কয় যে তেওঁলোকে আৰক্ষীক তদন্তত সহায় কৰি আছে।

এন ই নাও নিউজ, মুম্বাই

এন ই নাও নিউজ, মুম্বাই

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

দিনটোত ২-৩ লিটাৰ পানী খাইছে নেকি? পানী খোৱাৰ সঠিক সময় আৰু নিয়ম নাজানিলে হ’ব পাৰে বিপদ!

দিনটোত ২-৩ লিটাৰ পানী খাইছে নেকি? পানী খোৱাৰ সঠিক সময় আৰু নিয়ম নাজানিলে হ’ব পাৰে বিপদ!

July 16, 2026 6:50 am
‘মনত ভক্তি নাই বাবেই দান চুৰি হোৱা বুলি কৈছে’- ৰাম মন্দিৰৰ ধন লুণ্ঠন সন্দৰ্ভত উত্তৰ প্ৰদেশ বিধানসভাৰ অধ্যক্ষৰ বিস্ফোৰক মন্তব্য

‘মনত ভক্তি নাই বাবেই দান চুৰি হোৱা বুলি কৈছে’- ৰাম মন্দিৰৰ ধন লুণ্ঠন সন্দৰ্ভত উত্তৰ প্ৰদেশ বিধানসভাৰ অধ্যক্ষৰ বিস্ফোৰক মন্তব্য

July 15, 2026 9:16 pm
ভক্তই শুদ্ধ চিত্তে দান নকৰা বাবেই চুৰি হ’ল প্ৰণামীৰ ধন : ৰাম মন্দিৰ কাণ্ডত উত্তৰ প্ৰদেশৰ অধ্যক্ষৰ বিতৰ্কিত মন্তব্য

ভক্তই শুদ্ধ চিত্তে দান নকৰা বাবেই চুৰি হ’ল প্ৰণামীৰ ধন : ৰাম মন্দিৰ কাণ্ডত উত্তৰ প্ৰদেশৰ অধ্যক্ষৰ বিতৰ্কিত মন্তব্য

July 15, 2026 8:54 pm
ভূমি আন্দোলনৰ নেতা আদিত চন্দ্র ৰাভা, প্ৰণৱ দলেসহ সতীৰ্থৰ মুক্তিৰ দাবীত প্ৰতিবাদ অব্যাহত

ভূমি আন্দোলনৰ নেতা আদিত চন্দ্র ৰাভা, প্ৰণৱ দলেসহ সতীৰ্থৰ মুক্তিৰ দাবীত প্ৰতিবাদ অব্যাহত

July 15, 2026 6:54 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

দিনটোত ২-৩ লিটাৰ পানী খাইছে নেকি? পানী খোৱাৰ সঠিক সময় আৰু নিয়ম নাজানিলে হ’ব পাৰে বিপদ!

দিনটোত ২-৩ লিটাৰ পানী খাইছে নেকি? পানী খোৱাৰ সঠিক সময় আৰু নিয়ম নাজানিলে হ’ব পাৰে বিপদ!

July 16, 2026 6:50 am
‘মনত ভক্তি নাই বাবেই দান চুৰি হোৱা বুলি কৈছে’- ৰাম মন্দিৰৰ ধন লুণ্ঠন সন্দৰ্ভত উত্তৰ প্ৰদেশ বিধানসভাৰ অধ্যক্ষৰ বিস্ফোৰক মন্তব্য

‘মনত ভক্তি নাই বাবেই দান চুৰি হোৱা বুলি কৈছে’- ৰাম মন্দিৰৰ ধন লুণ্ঠন সন্দৰ্ভত উত্তৰ প্ৰদেশ বিধানসভাৰ অধ্যক্ষৰ বিস্ফোৰক মন্তব্য

July 15, 2026 9:16 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd