• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Thursday, February 25, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

শিৱসাগৰত সংঘটিত শোকাৱহ পথ দুৰ্ঘটনাত দুগৰাকী ছাত্ৰৰ কৰুণ মৃত্যু

NE NOW NEWS পাৰ্শ্বজোতি গগৈ
শিৱসাগৰ , September 24, 2020 8:24 pm

1 min read

শিৱসাগৰত সংঘটিত শোকাৱহ পথ দুৰ্ঘটনাত দুগৰাকী ছাত্ৰৰ কৰুণ মৃত্যু
660
VIEWS
Share on FacebookShare on Twitter

শিৱসাগৰত বৃহস্পতিবাৰে পুনৰ এক শোকাবহ পথ দূৰ্ঘটনা সংঘটিত হয়। এখন তীব্ৰ বেগী টাটা মেজিকৰ খুন্দাত প্ৰাণ হেৰুৱাবলগীয়া হয় দুগৰাকী ছাত্ৰই।

শিৱসাগৰৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ আখৈফুটীয়া চাৰিআলিৰ সমীপৰ এছাৰ পেট্ৰল পাম্পৰ সন্মুখত শোকাৱহ পথ দুৰ্ঘটনাটো সংঘটিত হয়। দুৰ্ঘটনাটো সংঘটিত কৰিয়েই ঘটনাস্থলীৰ পৰা পলায়ন কৰে টাটা মেজিকখনে ।

পথ দুৰ্ঘটনাটোত নিহত ছাত্ৰদ্বয় চৰগুৱাৰ তন্ময় দাস আৰু শুকানপুখুৰীৰ মাধৱজ্যোতি চেতিয়া বুলি চিনাক্ত কৰা হয়।

দুৰ্ভাগ্যজনক ভাবে কিছুদিন পূৰ্বে তন্ময় দাসৰ পিতৃয়েও দুৰ্ঘটনাতে প্ৰাণ হেৰুৱাইছিল আৰু আজি তন্ময় দাসৰ ঘৰত প্ৰস্তুতি চলিছিল ভগ্নীৰ জন্মদিন উদযাপন অনুষ্ঠানৰ ।

জানিব পৰা মতে, ভগ্নীৰ জন্মদিনৰ কেক নিবলৈ আহিছিল তন্ময় আৰু বন্ধু মাধৱজ্যোতি ।

তন্ময় দাসে দশম শ্ৰেণীত অধ্যয়ন কৰি থকাৰ বিপৰীতে  মাধৱজ্যোতি চেতিয়াই একাদশ শ্ৰেণীত অধ্যয়ন কৰি আছিল ।

দুয়ো আখৈফুটীয়াৰ দিশৰ পৰা ঘাইপথহৈ ডিব্ৰুগড়ৰ দিশে যোৱাৰ সময়তেই সংঘটিত হয় এই ভয়ংকৰ আৰু শোকাবহ দূৰ্ঘটনাটো ।

উল্লেখ যোগ্য যে, পূৰ্বেও একেটা স্থানতে সংঘটিত হৈছে কেইবাটাও পথ দূৰ্ঘটনা, য’ত প্ৰাণ হেৰুৱাইছিল কেইবাজনো লোকে।

Recent News

pashim Guwahati Samasti

কি হ’ব পশ্চিম গুৱাহাটীত? মিত্ৰজোঁটত ফাঁট, বিজেপিৰ দাবী তেওঁলোকৰহে ভেটি শক্তিশালী

a ghana

বিশ্ব স্বাস্থ্য সংস্থাৰ COVAX আঁচনি: ঘানালৈ ভাৰতে প্ৰেৰণ কৰিলে ৬ লাখ কোভিড ভেকচিন

AJP

বিজেপি এতিয়া দুৰ্নীতি আৰু ছিণ্ডিকেটৰ পক্ষত সহনশীল দল: এজেপি

প্ৰধানমন্ত্ৰীক দীঘল দাড়ি কাটিবলৈ আহ্বান কংগ্ৰেছী আৰ. পি.শৰ্মাৰ; তেতিয়াহে হ’ব মূল্যবৃদ্ধি ৰোধ

প্ৰধানমন্ত্ৰীক দীঘল দাড়ি কাটিবলৈ আহ্বান কংগ্ৰেছী আৰ. পি.শৰ্মাৰ; তেতিয়াহে হ’ব মূল্যবৃদ্ধি ৰোধ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd